• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমে কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী, তাৰ পাছতেই মোদী চৰকাৰৰ প্ৰৱল সমালোচক, শেষত সেই বক্সাৰেই এইবাৰ বিজেপিত!

প্ৰথমে কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী, তাৰ পাছতেই মোদী চৰকাৰৰ প্ৰৱল সমালোচক, শেষত সেই বক্সাৰেই এইবাৰ বিজেপিত!

2 years ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

10 minutes ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

29 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

1 hour ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

2 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

4 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

4 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

5 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰথমে কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী, তাৰ পাছতেই মোদী চৰকাৰৰ প্ৰৱল সমালোচক, শেষত সেই বক্সাৰেই এইবাৰ বিজেপিত!

editor by editor
April 3, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
প্ৰথমে কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী, তাৰ পাছতেই মোদী চৰকাৰৰ প্ৰৱল সমালোচক, শেষত সেই বক্সাৰেই এইবাৰ বিজেপিত!
0
SHARES
209
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বক্সিঙৰ জগতত তেওঁ চিনাকী নাম। বক্সিঙক কেন্দ্ৰ কৰিয়েই তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছে। প্ৰথমে কংগ্ৰেছ, তাৰপিছত শেহতীয়াকৈ বিজেপিত যোগদান কৰিছে বক্সাৰ বিজেন্দৰ সিঙে। বুধবাৰে তেঁও বিজেপিত যোগদান কৰিছে। বিজেন্দৰ সিঙে নতুন দিল্লীৰ বিজেপিৰ সদৰ দফতৰলৈ গৈ সদস্যপদ গ্ৰহণ কৰিছে। বিজেন্দৰ সিঙে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল বিজেন্দৰ সিঙে। কিন্তু সেই নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে। দক্ষিণ দিল্লীৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল কংগ্ৰেছে। ২০১৯তেই তেঁও ৰাজনীতিত প্ৰৱেশ কৰিছিল।

আন্তৰ্জাতিক বক্সাৰ বিজেন্দৰ সিঙে কংগ্ৰেছৰ পাছত বিজেপিত যোগ দিছে। বৰ্তমান বিজেন্দৰ সিঙৰ বাবেই বিজেপিয়ে হাৰিয়ানা আৰু পশ্চিম উত্তৰপ্ৰদেশৰ জাঁট সম্প্ৰদায়ৰ সমৰ্থন লাভ কৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকে মন্তব্য দাঙি ধৰিছে। বিজেপিত যোগদান কৰাৰ পাছতেই বিজেন্দৰ সিঙে কয়, ‘২০১৯ চনত মই কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিলো। মই দেশৰ উন্নয়ন আৰু অগ্ৰগতিৰ বাবে কাম কৰিব বিচাৰো। কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছো। কাৰণ এটাই মই মানুহৰ বাবে কাম কৰিব খোজো। বিজেপিত যোগদান কৰাৰ কাৰণ হৈছে মই ক্ৰীড়াক্ষেত্ৰৰ উন্নয়ন সাধিব খোজো।’

উল্লেখ্য যে বিজেন্দৰ সিঙে প্ৰায়েই তেওঁ ছচিয়েল মিডিয়া হেণ্ডেলত বিজেপিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছিল। কৃষক আন্দোলনকো তেওঁ মুকলিকৈ সমৰ্থন কৰি আহিছিল। এই সময়ত বিজেপিৰ প্ৰতিটো কামকাজকেই তেওঁ সমালোচনা কৰি আছিল। কিন্তু বিগত কেইটামান দিন ধৰি বহুতেই চৰ্চা চলাইছিল যে বিজেন্দৰে আপত যোগদান কৰিব। বিজেপিলৈ বিজেন্দৰ যাব কোনোৱে কল্পনাও কৰিব পৰা নাছিল। সকলোকে অবাক কৰি তেওঁ বিজেপিত যোগদান কৰিছে।

বক্সাৰ বিজেন্দৰ সিং হাৰিয়ানাৰ জাঠ সম্প্ৰদায়ৰ এখন বলিষ্ঠ মুখ। এনে পৰিস্থিতিত বিজেপিয়ে হাৰিয়ানা আৰু পশ্চিম উত্তৰপ্ৰদেশৰ বাবেই তেওঁক বিজেপিলৈ অহাৰ বাবে ৰাস্তা খুলি দিছে বুলিও বহুতে চৰ্চা চলাইছে। অৱশ্যে বিজেপিয়ে তেওঁক এইবাৰ নিৰ্বাচনত প্ৰাৰ্থী হিচাপে কোনোবা সমষ্টিত প্ৰক্ষেপ কৰিবনে সেয়াহে ডাঙৰ প্ৰশ্ন হৈ পৰিছে বহুতৰে মনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
Next Post
কাইলৈ শ্ৰাৱণ নক্ষত্ৰত সিদ্ধি যোগ, নাৰায়ণৰ আশীৰ্বাদত জীৱনত উন্নতিৰ যোগ ৫ৰাশিৰ

কাইলৈ শ্ৰাৱণ নক্ষত্ৰত সিদ্ধি যোগ, নাৰায়ণৰ আশীৰ্বাদত জীৱনত উন্নতিৰ যোগ ৫ৰাশিৰ

ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

ফাঁট মেলিছে দলত... IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.