• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ’ল বিদ্যুতৰ খুটাত

স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ’ল বিদ্যুতৰ খুটাত

2 years ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰেষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰেষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

5 minutes ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

33 minutes ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

58 minutes ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

2 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

2 hours ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

3 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

4 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

5 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

5 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

6 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

7 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ’ল বিদ্যুতৰ খুটাত

editor by editor
April 4, 2024
in ভাৰত
0
স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ’ল বিদ্যুতৰ খুটাত
0
SHARES
352
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বামীয়ো লাগে প্ৰেমিকো লাগে, জেদ ধৰি মহিলা উঠি গ’ল বিদ্যুতৰ খুটাত

প্ৰেম অনন্য, এজনকো এৰিব নোৱৰি। স্বামীকো লাগে প্ৰেমিককো লাগে। দুয়োজনকে ভায় পায় মহিলাই। ইয়াৰ বাবে স্বামীৰ ওচৰত জেদ, একেখন ঘৰতে ৰাখিব প্ৰেমিককো। পাছে স্বামীয়ে নামানে এই কথা।

যাৰ বাবেই খং কৰি জেদ ধৰি ঘৰৰ পৰা ওলাই গৈ হাই ভল্টেজৰ বিদ্যুতৰ খুটাত উঠিলগৈ মহিলা। ঘটনাই লগে লগে তোলপাৰ লগাই দিলে চাৰিওফালে।

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ পৰা আহিছে এই খবৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ৩ সন্তানৰ ৩৪ বৰ্ষীয় মহিলা প্ৰেমত পৰে এগৰাকী অন্য পুৰুষৰ সৈতে। পাছে ৩৫ বৰ্ষীয় স্বামীকো সমানে ভাল পায় মহিলাই।

সেয়ে কাকো এৰিব নোৱাৰি উপায়বিহীন হৈ স্বামীৰ ওচৰত জেদ পাতে প্ৰেমিককো আনে ঘৰলৈ। কোনোমতে দিন হাজিৰা কৰি ৩ সন্তানৰ সৈতে পৰিয়াল পোহপাল দি থকা স্বামীয়ে পত্নীৰ এই কাৰ্যত খং কৰাত ওলোটাই পত্নীৰ হে খং।

কোনোমতে সৈমান নহয় পত্নী। একেখন ঘৰতে এতিয়া প্ৰেমিককো আনে। সেয়ে স্বামীক মনাবলৈ বুলি জেদ ধৰি ওলাই যায় ঘৰৰ পৰা, আৰু ওলাই গৈ পোনে পোনে উঠি যায় এটা হাই ভল্টেজ বিদ্যুতৰ খুটাত।

ভাগ্য ভাল সেই বিদ্যুতৰ খুটাত মহিলা উঠাৰ সময়ত নাছিল বিদ্যুতৰ সংযোগ। কিন্তু লগে লগে হুৱা দুৱা লাগি যোৱাত ঘটনাস্থলীত বিদ্যুতৰ মানুহ আহি উপস্থিত হয়। আৰু স্থানীয় লোকৰ সহযোগত কোনোমতে মহিলাগৰাকীক সেই খুটাৰ পৰা নমাই আনে।

আৰক্ষীয়ো উপস্থিত হয় ঘটনাস্থলীত। মহিলাগৰাকীক পাছত কোনোমতে বুজাই বঢ়াই স্বামীৰ লগতে ঘৰলৈ উভতাই পঠিয়ায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: loveLove TriangleTriangleViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!
প্ৰযুক্তি

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

July 18, 2026
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ
অপৰাধ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

July 18, 2026
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি
অপৰাধ

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

July 18, 2026
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!
বিনোদন

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

July 18, 2026
Next Post
ছাল-চুলি-স্বাস্থ্যৰ বাবে মহৌষধ, পাছে খালী পেটত এই সকল লোকে ভুলতো নাখাব নিমপাত

ছাল-চুলি-স্বাস্থ্যৰ বাবে মহৌষধ, পাছে খালী পেটত এই সকল লোকে ভুলতো নাখাব নিমপাত

চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ

চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.