• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছাল-চুলি-স্বাস্থ্যৰ বাবে মহৌষধ, পাছে খালী পেটত এই সকল লোকে ভুলতো নাখাব নিমপাত

ছাল-চুলি-স্বাস্থ্যৰ বাবে মহৌষধ, পাছে খালী পেটত এই সকল লোকে ভুলতো নাখাব নিমপাত

2 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

3 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

3 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

4 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

5 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

6 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

7 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

7 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

8 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

9 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছাল-চুলি-স্বাস্থ্যৰ বাবে মহৌষধ, পাছে খালী পেটত এই সকল লোকে ভুলতো নাখাব নিমপাত

editor by editor
April 4, 2024
in জীৱনশৈলী
0
ছাল-চুলি-স্বাস্থ্যৰ বাবে মহৌষধ, পাছে খালী পেটত এই সকল লোকে ভুলতো নাখাব নিমপাত
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছাল-চুলি-স্বাস্থ্যৰ বাবে মহৌষধ, পাছে খালী পেটত এই সকল লোকে ভুলতো নাখাব নিমপাত

নিমপাত হৈছে বহু ঔষধী গুণেৰে ভৰপুৰ । প্ৰাচীন কালৰে পৰা ইয়াৰ ব্যৱহাৰ চলি আহিছে। মানৱ শৰীৰৰ বাহ্যিক অংগৰ লগতে আভ্যন্তৰীণ অংগৰো সুস্বাস্থ্যৰ বাবে মহৌষধ এই নিমপাত।

পাছে কোনোদিনে খালি পেটত নিম পাত নাখাব। যদিহে আপুনি খালি পেটত নিমপাত খায় তেন্তে ই হিতে বিপৰীত হে কৰিব। আপোনাক অধিক বেমাৰীহে কৰি তুলিব। বিশেষকৈ যি সকলৰ গেষ্ট্ৰিকৰ সমস্যা আছে সেই সকল লোকে কেতিয়াও খালী পেটত নিমপাত খাব নালাগে, ই অধিক গেছৰ সমস্যা কৰি তোলে।

নিমপাতৰ ব্যৱহাৰ-
ইয়াক ৰ’দত শুকুৱাই পাছত যেতিয়াই ব্যৱহাৰ কৰিব মন তেতিয়াই ইয়াত শুকানে ভাজি বা তৰকাৰী আদিত দি খাব পাৰে।

পুৱাৰ আহাৰ গ্ৰহন কৰাৰ পাছত নিমপাতৰ ৰস খালে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

কৃমিৰ সমস্যাতো সকাহ দিয়ে মিনপাতে।

কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগৰ ক্ষেত্ৰতো ই ৰোগ প্ৰতিৰোধ হিচাপে কাম কৰে।

মেৰেলিয়া বেমাৰতো সুফল দায়ক নিমপাত।

বসন্ত ৰোগ প্ৰতিৰোধতো সহায়ক নিমপাত।

জণ্ডিচ আৰু বহুমূত্ৰ ৰোগৰ ক্ষেত্ৰতো নিমপাতৰ ৰল খালে সুফল পোৱা যায়।

মহানিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়

সকলো প্রকাৰৰ জ্বৰ, কাহ কফ আদিৰ পৰা প্রৰিত্রাণ পাবলৈ মহানিম পাতৰ আঞ্জা ব্যৱহাৰ কৰাটো উচিত

তেজ বমি হ’লে বা এনে বদহজম হৈ বমি হ’লে নিম পাতৰ ৰস খালে বন্ধ হয়।

যকৃতৰ বিভিন্ন ৰোগ বা বিকাৰ হ’লে নিমপাতৰ ৰস নিয়মিত খালে ইয়াৰ যথেষ্ট সুফল পোৱা যায়।

দাঁত উজ্জল আৰু ভাল হয়, দাঁতৰ সৌন্দৰ্য্য বাঢ়ে।

তাৰোপৰি ইয়াক সিজাই সেই পানীৰে গা ধুলে ছালৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ই বীজানু নাশক ।

নিমপাত সিজাই লোৱা পানীৰে মূৰ ধুলে উফি নাইকিয়া হয়।

মূৰত ওকণি হ’লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয়।

শালমনৰো সমস্যা হ্ৰাস কৰাৰ লগতে শালমনৰ দাগ গুচোৱাতো সহায়ক নিমপাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Beauty BenefitHealth benefitmargosaNeemnimtree
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Next Post
চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ

চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ

তিহাৰ জে’লৰ পৰা বিধায়কলৈ কাঢ়া নিৰ্দেশ কেজৰীৰ, পঢ়ি শুনোৱালে পত্নী সুনীতা কেজৰীয়ে, কিন্তু কি নিৰ্দেশ দিছে কেজৰীয়ে?

তিহাৰ জে’লৰ পৰা বিধায়কলৈ কাঢ়া নিৰ্দেশ কেজৰীৰ, পঢ়ি শুনোৱালে পত্নী সুনীতা কেজৰীয়ে, কিন্তু কি নিৰ্দেশ দিছে কেজৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.