• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ

চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ

2 years ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

7 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

8 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

8 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

9 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

9 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

10 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

11 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

11 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

12 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

13 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

13 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ

editor by editor
April 4, 2024
in জীৱনশৈলী, বিবিধ
0
চ’ত নৱৰাত্ৰীৰ আৰম্ভণিতেই পাঁচ ৰাজযোগৰ মহাসংযোগ! দুৰ্গাৰ কৃপাত হাতলৈ ধন-সম্পত্তি আহিব ৫ৰাশিৰ জাতকৰ
0
SHARES
22.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অদ্ভুত সংযোগত আৰম্ভ হ’ব এইবাৰ চ’ত নৱৰাত্ৰি আৰু বাসন্তী পূজা। এইবাৰ চ’ত নৱৰাত্ৰীৰ সূচনা হৈছে পাঁচটা অদ্ভুত মহাসংযোগৰ সময়ত। চন্দ্ৰই এই দিনটোত মেষ ৰাশিত বিৰাজ কৰি বৃহস্পতিৰ সৈতে যুঁটি স্থাপন কৰিব তাৰ ফলত তৈয়াৰ হ’ব গজকেশৰী যোগ। অন্যহাতে শুক্ৰই মীন ৰাশিত বুধৰ সৈতে উপস্থিত থাকি লক্ষ্মী নাৰায়ণ যোগ তৈয়াৰ কৰিব। মেষ ৰাশিত সূৰ্য আৰু বুধৰ সংযোগৰ ফলত বুধাদিত্য যোগ তৈয়াৰ হ’ব। শনিয়ে নিজৰ মূলত্ৰিকোণ ৰাশি কুম্ভত অৱস্থান কৰি শ শ ৰাজযোগ তৈয়াৰ কৰিব। শুক্ৰ থাকিব নিজৰ উচ্চ ৰাশি মীনত। তাতেই উপস্থিত থাকি মালব্য ৰাজযোগ তৈয়াৰ কৰিব শুক্ৰই। দুৰ্গাৰ কৃপাত এই পাঁচ শুভ যোগৰ মহাসংযোগত মেষ, কৰ্কটসহ ৫ৰাশিৰ জাতকৰ জীৱনত উন্নতি হ’ব।

কেৰিয়াৰত অপ্ৰত্যাশিতভাৱে উন্নতি কৰিব পাৰিব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি ব্যৱসায়ীসকলেও অসাধাৰণ লাভ অৰ্জন কৰিব পাৰিব। চ’ত নৱৰাত্ৰী আৰু বাসন্তী পূজা কোন কোন ৰাশিৰ বাবে শুভ? জ্যোতিষ গণনাই কি কয়?

মেষ ৰাশি
এই সময় মেষ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। নৱৰাত্ৰীৰ প্ৰতিপদ তিথিৰ পৰাই ভাল দিন আৰম্ভ হ’ব মেষ ৰাশিৰ জাতকৰ। ব্যৱসায়ত কাঙ্খিত লাভ অৰ্জন কৰিব। ধন বৃদ্ধি হ’ব। ইয়াৰোপৰি ভাগ্যৰ সংগ লাভ কৰিব এই ৰাশিৰ জাতকে। সমস্ত কামতেই দুৰ্গাৰ আশীৰ্বাদত সফল হ’ব এই ৰাশিৰ জাতক। এই সময়ত নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিলে কাৰ্যসিদ্ধি হ’ব আপোনাৰ। চাকৰিয়াল জাতকৰ পদোন্নতিৰ যোগ আছে।

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকে সমস্ত কামতেই কাঙ্খিত লাভ অৰ্জন কৰিব পাৰিব। স্বাস্থ্য ভালেই থাকিব। ব্যৱসায়ত ভাল লাভ অৰ্জন কৰিব পাৰিব এই ৰাশিৰ জাতকে। ধন বৃদ্ধি হ’ব। ব্যৱসায়ত সাফল্যৰ যোগ আছে। সাফল্যৰ পথত থকা সকলো বাধা দূৰ হ’ব। অংশীদাৰীৰ ব্যৱসায়ত লাভ হ’ব। ধন বৃদ্ধিৰ যোগ আছে এই ৰাশিৰ জাতকৰ। দুৰ্গাৰ কৃপাত অবিবাহিত বৃষ জাতকে পছন্দৰ জীৱনসংগী লাভ কৰিব।

কৰ্কট ৰাশি
বাসন্তী পূজাৰ শুভ সংযোগত কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ আনন্দৰ আগমন হ’ব। ইতিবাচক শক্তি সঞ্চাৰিত হ’ব। ধন লাভৰ শুভ সংযোগ তৈয়াৰ হ’ব। পাৰিবাৰিক সামঞ্জস্য বজাই ৰাখিব পাৰিব। বিদেশত ব্যৱসায় কৰি থকা জাতকে ভাল মুনাফা অৰ্জন কৰিব পাৰিব। ধন-ধ্যান বৃদ্ধি হ’ব। জীৱনৰ সমস্ত কষ্ট দূৰ হ’ব। পাবলগীয়া ধন এই সময়ত লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ ওপৰত দুৰ্গাৰ বিশেষ আশীৰ্বাদ থাকিব। সমস্ত কামতেই কাঙ্খিত সাফল্য লাভ কৰিব পাৰিব। ধন আৰু সন্মান বৃদ্ধি পাব। ভাগ্যৰ সংগ লাভ কৰিব এই ৰাশিৰ জাতকে। বহুদিন ধৰি চাকৰিৰ সন্ধানত থাকিলে বাসন্তী পূজাৰ সময়তেই শুভ সংবাদ লাভ কৰিব। নতুন কামৰ চিন্তাচৰ্চা কৰিলে এই সময় আপোনাৰ বাবে শুভ। ভৱিষ্যতে ব্যৱসায়ত মুনাফা অৰ্জন কৰিব পাৰিব।

কুম্ভ ৰাশি
চ’ত নৱৰাত্ৰী আৰু বাসন্তী পূজাত কুম্ভ ৰাশিৰ জাতকৰ ওপৰত দুৰ্গাৰ বিশেষ আশীৰ্বাদ থাকিব। সমস্ত কামত কাঙ্খিত সাফল্য লাভ কৰিব পাৰিব। ধন-সম্পত্তি অৰ্জন কৰিব এই ৰাশিৰ জাতকে। পৰিয়ালৰ কোনো সদস্যই আপোনাক সহায় কৰিবলৈ আগুৱাই আহিব। আপোনাক সঠিক পথ দেখুৱাব। ঘৰত নতুন অতিথিৰ আগমনৰ শুভ সংবাদ লাভ কৰিব পাৰে। ব্যৱসায়ত ধন লাভৰ শুভ সংযোগ আছে। পৰিয়ালত আনন্দৰ সঞ্চাৰ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
Next Post
তিহাৰ জে’লৰ পৰা বিধায়কলৈ কাঢ়া নিৰ্দেশ কেজৰীৰ, পঢ়ি শুনোৱালে পত্নী সুনীতা কেজৰীয়ে, কিন্তু কি নিৰ্দেশ দিছে কেজৰীয়ে?

তিহাৰ জে’লৰ পৰা বিধায়কলৈ কাঢ়া নিৰ্দেশ কেজৰীৰ, পঢ়ি শুনোৱালে পত্নী সুনীতা কেজৰীয়ে, কিন্তু কি নিৰ্দেশ দিছে কেজৰীয়ে?

সমাপ্তি ঘটিল এটা অধ্যায়ৰ! জোনমণি ৰাভাৰ মৃত্যু গোচৰ উঠাই ল’লে মাতৃ সুমিত্ৰা ৰাভাই

সমাপ্তি ঘটিল এটা অধ্যায়ৰ! জোনমণি ৰাভাৰ মৃত্যু গোচৰ উঠাই ল’লে মাতৃ সুমিত্ৰা ৰাভাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.