• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BSNL-ক ট্ৰেকলৈ আনিব চীনে! চীনৰ কোম্পানীৰ সহায়ত BSNL য়ে আৰম্ভ কৰিব 4Gসেৱা

BSNL-ক ট্ৰেকলৈ আনিব চীনে! চীনৰ কোম্পানীৰ সহায়ত BSNL য়ে আৰম্ভ কৰিব 4Gসেৱা

2 years ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

27 minutes ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

53 minutes ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

1 hour ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

2 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

3 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

4 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

BSNL-ক ট্ৰেকলৈ আনিব চীনে! চীনৰ কোম্পানীৰ সহায়ত BSNL য়ে আৰম্ভ কৰিব 4Gসেৱা

editor by editor
April 9, 2024
in প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, ভাৰত, লেখা
0
BSNL-ক ট্ৰেকলৈ আনিব চীনে! চীনৰ কোম্পানীৰ সহায়ত BSNL য়ে আৰম্ভ কৰিব 4Gসেৱা
0
SHARES
257
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতৰ টেলিকম বজাৰত চীনৰ প্ৰৱেশ নিষিদ্ধ বুলি কেন্দ্ৰই বাৰে বাৰে প্ৰকাশ কৰি আহিছে। ভাৰতৰ টেলিকম বজাৰত চীনে প্ৰৱেশ  কৰাটো নিবিচাৰে বাবেই ৫জি সেৱা আৰম্ভ কৰাৰ ক্ষেত্ৰত ভাৰতে চীনা সংস্থাৰ সহায়ো গ্ৰহণ কৰা নাই।

কিন্তু কেন্দ্ৰই ভাষ্য যিয়েই নিদিয়ক কিয় 4G বাস্তৱায়নৰ বাবে চীনা সংস্থাৰ সৈতে হাত মিলাইছে এইবাৰ ৰাষ্ট্ৰীয় টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেডে। ইকনমিক টাইমছৰ ৰিপৰ্ট অনুসৰি চীনৰ দুটা সংস্থাৰ সৈতে হাত মিলাইছে বিএছএনএলে।

BSNL, 4G নেটৱৰ্ক

এই দুটা সংস্থাৰ ভিতৰত এটা হৈছে জনপ্ৰিয় স্মাৰ্টফোন প্ৰস্তুতকাৰী ফিনলেণ্ডৰ নকিয়া আৰু আনটো চীনৰ সংস্থা ZTE।  দুই মোবাইল ব্ৰেণ্ডৰ সহায়ত 4G নেটবৰ্ক বহুওৱাৰ কাম আৰম্ভ কৰিব বুলিও জনাইছে BSNLয়ে। সংস্থাৰ খবৰ অনুসৰি প্ৰথমে 2G আৰু 3G নেটৱৰ্ক আৰম্ভ কৰা হ’ব। এই অংশীদাৰিত্ব আগুৱাই নিব বুলি আশাবাদী BSNL। 4G ৰোল আউটৰ ক্ষেত্ৰত দুই সংস্থাৰ সহায় ল’ব ৰাষ্ট্ৰায়ত্ত টেলিকম অপাৰেটৰে।

নেটৱৰ্ক ট্ৰেফিক বঢ়োৱাৰ বাবে আই পি মাল্টিমিডিয়া ছাব-চিষ্টেম কেপাচিটিও সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছে BSNLয়ে। ভাৰতৰ উত্তৰ আৰু পশ্চিম জ’নসমূহত নিৰ্দিষ্ট কেইটামান নেটৱৰ্কৰ পৰীক্ষণো আৰম্ভ কৰিছে BSNLয়ে।

5G নেটৱর্ক

ভাৰতজুৰি বহুদিন পূৰ্বেই 5G যুগ আৰম্ভ হৈছে। কিন্তু এই পৰিকল্পনাত কোনো চীনা সংস্থাৰ সৈতে অংশীদাৰিত্ব কৰা নাই চৰকাৰে। ইতিমধ্য়েই দেশৰ একাধিক ৰাজ্যত সফলভাৱে 5G নেটৱৰ্ক বহুৱাইছে জিঅ’ আৰু এয়াৰটেলে। আমেৰিকান আৰু ব্ৰিটিছ সংস্থাৰ সহায়ত এই প্ৰকল্পক বাস্তৱ ৰূপ দিছে চৰকাৰে। কিন্তু এই দৌৰত বিএছএনএল কেতিয়া নামিব সেই কথা এতিয়াও স্পষ্ট নহয়।

ট্ৰায়েল সফল হৈছে

বিএছএনএলৰ যি মূল 4G নেটৱৰ্ক সেয়া যোগানত জড়িত হৈ আছে ভাৰতীয় সংস্থাই। এই ডেভেলপমেণ্টত আছে চেণ্টাৰ ফৰ ডেভেলপমেণ্ট এণ্ড টেলিমেটিক্স। ৰেডিঅ’ ইকুইপমেণ্ট সৰবৰাহ কৰিছে টাটা গ্ৰুপৰ মালিকাধীন তেজাছ গ্ৰুপে। সহায় কৰিছে টাটা কনছাল্টেন্সি ছাৰ্ভিছেছে।

ইতিমধ্য়ে দেশীয় 4Gৰ সফল ট্ৰায়েলো কৰিছে টেলিকম সংস্থাটোৱে। চণ্ডীগড় আৰু আম্বালাত বিএছএনএলৰ নেটৱৰ্ক পৰীক্ষা কৰা হৈছে। আগন্তুক মেৰ পৰা জুন ২০২৪ৰ মাজত ৪জি নেটৱৰ্ক যোগান ধৰাত সফল হ’ব বিএছএনএল বুলিও জনাইছে সংস্থাটোৱে।

উল্লেখ্য যে বিএছএনএলৰ 4G আৰু 5Gৰ অপেক্ষাত আছে বহু মানুহ। এই দৌৰত ইতিমধ্য়েই সফল এয়াৰটেল আৰু জিঅ’। কিন্তু বিএছএনএলে এতিয়ালৈকে গ্ৰাহকক এই পৰিসেৱা যোগান ধৰিব পৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

February 21, 2026
Next Post
ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে

ব্যৰ্থতাৰ ওচৰত কাহানিও হাৰ নামানে এই ৪ৰাশিৰ জাতকে

সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে

সকলো অন্ধ বিশ্বাস দূৰ কৰি সূৰ্য গ্ৰহণৰ সময়তে বিয়া পাতিলে ৮০০ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.