• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চ ন্যায়ালয়ৰ মজিয়াত মন্তব্য – ভাৰতত বন্ধ হ’ব হোৱাটছএপ

উচ্চ ন্যায়ালয়ৰ মজিয়াত মন্তব্য – ভাৰতত বন্ধ হ’ব হোৱাটছএপ

2 years ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

6 minutes ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

1 hour ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

2 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

3 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

15 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

16 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

17 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

17 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

18 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

18 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

19 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

উচ্চ ন্যায়ালয়ৰ মজিয়াত মন্তব্য – ভাৰতত বন্ধ হ’ব হোৱাটছএপ

editor by editor
April 26, 2024
in প্ৰযুক্তি, বিবিধ, ভাৰত
0
উচ্চ ন্যায়ালয়ৰ মজিয়াত মন্তব্য – ভাৰতত বন্ধ হ’ব হোৱাটছএপ
0
SHARES
130
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চ ন্যায়ালয়ৰ মজিয়াত মন্তব্য – ভাৰতত বন্ধ হ’ব হোৱাটছএপ

অতিকে জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটছএপে এৰিব ভাৰত। উচ্চ ন্যায়ালয়ৰ মজিয়াত এই মম্তব্য কৰে হোৱাটছ এপ কোম্পানীয়ে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হোৱাটছএপে স্পষ্টকৈ কৈছে যে যদি এনক্ৰিপচন আঁতৰাবলৈ কোৱা হয় তেন্তে এই কোম্পানীয়ে ভাৰত এৰিব। ভাৰতত বন্ধ হ’ব হোৱাটছএপ।

দিল্লী উচ্চ ন্যায়ালয়ত হোৱাটছএপে বাৰ্তা এনক্ৰিপচন ডিলিট কৰিবলৈ বাধ্য হ’লে ভাৰতত কাৰ্যকৰীভাৱে বন্ধ কৰি দিয়া হ’ব বুলি জনাইছে। মেটাৰ মালিকানাধীন কোম্পানী হোৱাটছএপে কয় যে এণ্ড টু এণ্ড এনক্ৰিপচনে ব্যৱহাৰকাৰীৰ গোপনীয়তা সুৰক্ষিত কৰি ৰাখে যাতে কেৱল প্ৰেৰক আৰু গ্ৰহণকাৰীয়েহে বাৰ্তাৰ বিষয়বস্তু জানিব পাৰে। আচলতে হোৱাটছএপে তথ্য প্ৰযুক্তি নিয়ম ২০২১ক প্ৰত্যাহ্বান জনাই এই কথা কৈছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি হোৱাটছএপৰ হৈ আদালতত হাজিৰ হোৱা অধিবক্তা তেজস কাৰিয়াই বিভাগীয় বিচাৰপীঠত কয়, ‘এটা প্লেটফৰ্ম হিচাপে আমি কৈছো যে যদি আমাক এনক্ৰিপচন নোহোৱা কৰিবলৈ কোৱা হয় তেন্তে হোৱাটছএপ ভাৰত এৰি গুচি যাব ৷

কাৰিয়াই কয় যে কোম্পানীয়ে প্ৰদান কৰা প্ৰাইভেচি ফিচাৰৰ বাবেহে হোৱাটছএপ ব্যৱহাৰ কৰে। ভাৰতত হোৱাটছএপৰ ৪০ কোটিতকৈ অধিক ব্যৱহাৰকাৰী আছে, যি হৈছে এই প্লেটফৰ্মৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বজাৰ।

মেছেজিং প্লেটফৰ্ম হোৱাটছএপে যুক্তি দিছে যে এই নিয়মসমূহে এনক্ৰিপচনৰ লগতে ব্যৱহাৰকাৰীৰ গোপনীয়তাও দুৰ্বল কৰি তোলে। ভাৰতৰ সংবিধানৰ ১৪, ১৯ আৰু ২১ অনুচ্ছেদৰ অধীনত নিশ্চিত ব্যৱহাৰকাৰীৰ মৌলিক অধিকাৰো ই উলংঘা কৰে। হোৱাটছএপৰ অধিবক্তা কাৰিয়াই কয়, ‘পৃথিৱীৰ আন ক’তো এনে নিয়ম নাই। ব্ৰাজিলতো নহয়। আমি গোটেই শৃংখলটো ৰাখিব লাগিব আৰু আমি নাজানো কোনবোৰ বাৰ্তা আমাক ডিক্ৰিপ্ট কৰিবলৈ কোৱা হ’ব। অৰ্থাৎ বহু বছৰলৈ লাখ লাখ বাৰ্তা সংৰক্ষণ কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhi high courtsupreme courtWhats AppWhatsApp Closed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ
বিনোদন

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

September 25, 2026
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ
জীৱনশৈলী

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

September 25, 2026
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ
ভাৰত

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

September 24, 2026
Next Post
ভোট কিনা-বেচা চলিছে নগাঁৱ সমষ্টিত, ১ টা ভোট ১০০০ টকাকৈ বিক্ৰী কংগ্ৰেছৰ, অডিঅ’ ভাইৰেল, শুনক ভাষ্য

ভোট কিনা-বেচা চলিছে নগাঁৱ সমষ্টিত, ১ টা ভোট ১০০০ টকাকৈ বিক্ৰী কংগ্ৰেছৰ, অডিঅ' ভাইৰেল, শুনক ভাষ্য

ভোটগ্ৰহৰ মাজতে এক দুখবৰ, বিয়াঘৰত দৰা ওলোৱাৰ সময়তে আতচবাজীৰ বোম লাগি চিলিণ্ডাৰ বিস্ফোৰণ, ৬ নিহত

ভোটগ্ৰহৰ মাজতে এক দুখবৰ, বিয়াঘৰত দৰা ওলোৱাৰ সময়তে আতচবাজীৰ বোম লাগি চিলিণ্ডাৰ বিস্ফোৰণ, ৬ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.