• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

2 years ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

53 minutes ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

2 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

4 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

5 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

8 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

18 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

19 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

19 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

20 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

20 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

21 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ

editor by editor
April 26, 2024
in জীৱনশৈলী, ভাৰত
0
কাইলৈ বুধ চন্দ্ৰৰ নৱ পঞ্চম যোগ, সংকষ্টী চতুৰ্থীত উন্নতি খাটাং ৫ ৰাশিৰ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৭ এপ্ৰিল ২০২৪ শনিবাৰে বৈদিক পঞ্জিকা অনুসৰি ব’হাগ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। কাইলৈৰ দিনটো সংকষ্টি চতুৰ্থী হিচাপে পালিত হ’ব। এই দিনটোত সিদ্ধিদাতা গণেশৰ আৰাধনা কৰা হয়। চন্দ্ৰত কাইলৈ দিনজুৰি থাকিব বৃশ্চিক ৰাশিৰ পাছতেই ধনু ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ সৈতে কাইলৈ চন্দ্ৰ আৰু বুধ পৰস্পৰৰ পৰা দ্বিতীয়, নৱম আৰু পঞ্চম ঘৰত অৱস্থান কৰিব। ইয়াৰ ফলত গঠিত হব নৱপঞ্চম যোগ। ইয়াৰ সৈতে থাকিব শিৱ যোগ আৰু জ্যেষ্ঠ্যা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব। জ্যোতিষ অনুসৰি শনিবাৰ হৈছে গ্ৰহৰাজ শনিৰ প্ৰিয় দিন। জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে। এই সকলো ৰাশিৰ জাতকে কাইলৈ নিজৰ আৰ্থিক পৰিস্থিতি বহু পৰিমানে মজবুত কৰিব পাৰিব। জানি থওক শনিবাৰে জ্যোতিষ গণনা অনুসৰি সৌভাগ্য লাভ হ’ব কোন ৫ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

কাইলৈ ১৭ এপ্ৰিলৰ দিনটো লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে। কাইলৈ ব্যৱসায়ত কোনো বৃহৎ চুক্তি স্বাক্ষৰ কৰিব পাৰে। আৰ্থিক দিশৰ পৰা কোনো সাফল্য লাভ কৰিব পাৰে। ব্যৱসায়তো আৰ্থিক লাভৰ যোগ আছে। নিজৰ ব্যৱসায় বঢ়াব পাৰিব বৃষ ৰাশিৰ জাতকে। কোনো নতুন পৰিকল্পনাৰে আগবাঢ়িলে সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নতুন চাকৰি লাভৰো যোগ আছে।

মিথুন ৰাশি

শনিবাৰে শনিৰ আশীৰ্বাদত মনৰ সকলো ইচ্ছা পূৰণ হ’ব মিথুন ৰাশিৰ জাতকৰ।  কাইলৈ সকলো কামতে সৌভাগ্যক আপুনি নিজৰ কাষতে পাব। ইয়াৰ ফলত আপোনাৰ কামৰ পথত সকলো বাধা দূৰ হ’ব। বিনিয়োগ কৰাৰ বাবে কাইলৈ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে শুভ। কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে।

তুলা ৰাশি

শিৱ যোগৰ শুভ প্ৰভাৱত কাইলৈ লাভৱান হ’ব তুলা ৰাশিৰ জাতক। কাইলৈ বেছ বিলাসিতাৰ জীৱন কটাব। কামৰ বাবে বিদেশ যাত্ৰাত যাব পাৰে। আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব। ষ্টক মাৰ্কেটত বিনিয়োগ কৰিলে লাভৱান হ’ব। সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব।

মকৰ ৰাশি

নৱপঞ্চম যোগৰ শুভ প্ৰভাৱ লাভ কৰিব মকৰ ৰাশিৰ জাতকে। কাইলৈ কৰ্মক্ষেত্ৰত কোনো সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিব। কাইলৈ কৰ্মদক্ষতাৰে আপুনি সকলোৰে মন জয় কৰিব পাৰিব। শনিৰ আশীৰ্বাদত কাইলৈ নিজৰ সকলো কামতেই সফলতা লাভ কৰিব মকৰ ৰাশিৰ জাতকে। ছাত্ৰ-ছাত্ৰীসকলেও পৰীক্ষাত ভাল ফল লাভ কৰিব। প্ৰেম জীৱনত ৰোমাণ্টিকভাৱে কটাব মকৰ ৰাশিৰ জাতকে।

মীন ৰাশি

জ্যেষ্ঠা নক্ষত্ৰৰ শুভ প্ৰভাৱত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ। কাইলৈ আপোনাৰ আত্মবিশ্বাস বাঢ়িব। গণেশৰ কৃপাত সংকষ্টী চতুৰ্থীত আপোনাৰ উপাৰ্জন বহু পৰিমানে বৃদ্ধি পাব। সম্পত্তি সংক্ৰান্তীয় কোনো সমস্যা হ’লে সমাধান হ’ব। কৰ্মক্ষেত্ৰত নতুন কামৰ দায়িত্ব লাভ কৰিব। ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব মীন ৰাশিৰ জাতকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

December 17, 2025
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

December 17, 2025
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
বিশ্ব

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

December 17, 2025
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
ক্ৰীড়া

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

December 17, 2025
Next Post
কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

ব্ৰেকআপ! প্ৰেমিক শান্তনুক এৰি আকৌ চিংগল হ’ল শ্ৰুতি,কিন্তু কিয় এই বিচ্ছেদ?

ব্ৰেকআপ! প্ৰেমিক শান্তনুক এৰি আকৌ চিংগল হ’ল শ্ৰুতি,কিন্তু কিয় এই বিচ্ছেদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.