• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

2 years ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

26 minutes ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

1 hour ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

2 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

2 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

7 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

8 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

8 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

editor by editor
April 28, 2024
in চিনেমা, জীৱনশৈলী
0
ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি
0
SHARES
267
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঐশ্বৰ্যক হৰুৱাই শীৰ্ষত, ২৪ বছৰ বয়সতে বিয়া নোহোৱাকৈ মাতৃ, কোন এই কনমানি

ঐশ্বৰ্য ৰায় কিমান সুন্দৰ সেয়া হয়তো আৰু কোৱাৰ প্ৰয়োজন নাই। যাৰ বিশ্বৰ ভিতৰতে অন্যতম সুন্ধৰী হিচাপে ধৰা হয়। যাক এবাৰ চাবলৈ উঠি পৰি লাগে বহু লোক। পাছে সেই ঐশ্বৰ্যকে হৰুৱাই শীৰ্ষত উপনীত হৈছিল আন এগৰাকীহে।

পাছলৈ বিয়া নোহাৱাকৈ মাতৃ হৈছিল । তাকো মাথো ২৪ বছৰ বয়সতে এটি কন্যা সন্তানৰ মাতৃ হৈছিল। পাছলৈ দ্বিতীয়টো কন্যা সন্তানৰো মাতৃ হয়। কিন্তু বৰ্তমানলৈ বিয়া পতা নাই সেই সুন্দৰীয়ে।

সেই সুন্দৰীগৰাকীয়ৈ হৈছে ভাৰত সুন্দৰী ততা ব্ৰহ্মাণ্ড সুন্দৰী সুষ্মিতা সেন। ১৯৯৪ চনত মিছ ইণ্ডিয়া প্ৰতিযোগীৰ কথা। সেই প্ৰতিযোগিতাত অংশ ল’বলৈ বহু যুৱতী আহিছিল, পাছে ঐশ্বৰ্য সেই বৰ্ষত অংশগ্ৰহণ কৰিব বুলি জানি বহুতেই নিজৰ নাম উঠাই লৈছিল।

সেই সময়ত মডেলিং জগতত ঐশ্বৰ্য ৰায় অতি বিখ্যাত আছিল। চেহেৰা, উচ্চতা, বুদ্ধিমত্তাৰ দৰে সকলো দিশতে নিখুঁত আছিল ঐশ্বৰ্য। যাৰ বাবে অন্য সুন্দৰীৰ সৈতে সুষ্মিতা সেনেও নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ কথা ভাবিছিল।

কিন্তু সুষ্মিতাৰ মাতৃ আছিল এই ক্ষেত্ৰত কঠোৰ। সুষ্মিতাৰ সিদ্ধান্তক অস্বীকাৰ কৰি কোন কিমান ধুনিয়া সেয়া পিছ পেলাই সম্পূৰ্ণ আত্মবিশ্বাসেৰে ৰেম্পত খোজ দিবলৈ পৰামৰ্শ দিছিল। সুষ্মিতা সেনেও মাকৰ কথা শুনি প্ৰতিযোগিতাৰ ফলাফল কি হ’ব সেই কথা নাভাবি কেৱল নিজৰ শ্ৰেষ্টখিনি উজাৰি দিছিল। যাৰ পৰিণতিত ঐশ্বৰ্যক পিছ পেলাই বিজয়ীৰ মুকুট পৰিধান কৰিছিল শীৰত।

মিছ ইণ্ডিয়া খিতাপৰ পাছত মিছ ইউনিভাৰ্চৰ খিতাপ। তাৰ পাছতে ২৪ বয়সতে এটি কন্যা সন্তান তুলি লৈ মাতৃ হৈছিল। দহ বছৰৰ পাছত তেওঁ আন এগৰাকী ছোৱালীক দত্তক লৈছিল।

বৰ্তমান অবিবাহিত সুষ্মিতাই দীৰ্ঘদিন ধৰি ছবিৰ পৰা বিৰত থকাৰ পিছত এতিয়া পুনৰ অটিটি প্লেটফৰ্মৰ জৰিয়তে প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে। আৰ্য আৰু তালিয়ে অ’টিটিত যথেষ্ট প্ৰশংসা লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Beauty ContestChildhood ImageChildhood PhotoMiss IndiaMiss UniverseSusmita Sen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
Next Post
ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

ই-ভিটামিন কেপচুলৰ সৈতে কেৱল মাত্ৰ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী, নিশাটোৰ ভিতৰতে লাভ কৰক সুন্দৰ ছাল

‘তাৰক মেহতা কা উল্টা ছশমা’ ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ

'তাৰক মেহতা কা উল্টা ছশমা' ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.