• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তাৰক মেহতা কা উল্টা ছশমা’ ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ

‘তাৰক মেহতা কা উল্টা ছশমা’ ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ

2 years ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

24 minutes ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

59 minutes ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

2 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

2 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

3 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

4 hours ago
স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল, বাঢ়িব ৰোগ প্ৰতিৰোধৰ ক্ষমতা!

4 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

5 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

6 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

6 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘তাৰক মেহতা কা উল্টা ছশমা’ ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ

editor by editor
April 28, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত
0
‘তাৰক মেহতা কা উল্টা ছশমা’ ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘তাৰক মেহতা কা উল্টা ছশমা’ ধাৰাবাহিকৰ অভিনেতা কেইবাদিনো ধৰি সন্ধানহীন, অপহৰণৰ সন্দেহ

দেশজুৰি বিপুল জনপ্ৰিয় হোৱা হাস্যমধুৰ ধাৰাবাহিক তাৰক মেহতা কা উল্টা ছশমাৰ এগৰাকী অভিনেতা বিগত কেইবাদিনো ধৰি সন্ধানহীন। কতো কোনো খা খবৰ নাই অভিনেতাগৰাকীৰ।

ধাৰাবাহিকখনত ৰোশন সিং সোধিৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰা অভিনেতা গুৰুচৰণ সিং বিগত ৫ দিন ধৰি সন্ধানহীন হৈ আছে। গুৰুচৰণ সিঙৰ পিতৃয়ে ইতিমধ্যে আৰক্ষীৰ ওচৰত এক এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ ভিত্তিত এতিয়া দিল্লী আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰিছে। লগতে অভিনেতাগৰাকীৰো সন্ধানত নামি পৰিছে। পাছে বৰ্তমানলৈ কোনো ধৰণৰ খবৰ লাভ কৰা নাই আৰক্ষীয়ো।

অভিনেতাগৰাকীৰ পিতৃয়ে দাখিল কৰা এজাহাৰত কয় যে তেওঁৰ পুত্ৰই সোমবাৰে দিল্লীৰ পৰা মুম্বাইলৈ বুলি ৰাওনা হৈছিল। কিন্তু আজি পৰ্যন্ত মুম্বাইত উপস্থিত হোৱা নাই অভিনেতাগৰাকী।

তাৰ পিছৰে পৰা গুৰুচৰণৰ ফোনো লগা নাই। ফোন যোগেও কোনো যোগাযোগ হোৱা নাই পৰিয়ালৰ লগত। পূৰ্বে কোনোদিনে এনে কৰা নাই, কেতিয়াবা কোনো কাৰণত কিছু পলম হলেও ফোন কৰি জনোৱা লোকগৰাকীৰ ৫ দিন ধৰি নাই কোনো খা-খবৰ।

আৰক্ষীয়ে কৰা তদন্তত এক চিচি টিভি কেমেৰাত ৰাস্তা পাৰ কৰা দেখা পাইছে। লগতে বিমান বন্দৰৰো চিচি কেমেৰাত বেগৰ সৈতে দেখা গৈছে অভিনেতাগৰাকীক।

পাছে ৰাস্তাৰ দেখা সময় আছিল নিশা ৯.১৪, তাৰ বিপৰীতে মুম্বাইলৈ বুলি ফ্লাইট আছিল ৮.৩০ বজাত। যাৰ বাবে আৰক্ষীৰ কিছু সন্দেহ উপজিছে অপহৰণৰ। সেয়ে বৰ্তমানে তদন্ত তীব্ৰভাৱে অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actorGurucharan SinghKidnapping CaseTaarak Mehta
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?
বিনোদন

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

August 4, 2026
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন
ভাৰত

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

August 4, 2026
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

August 4, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

August 4, 2026
Next Post
শাহুৰ প্ৰেমত জোঁৱাই, শহুৰেই বিয়া পাতি দিলে দুয়োৰে

শাহুৰ প্ৰেমত জোঁৱাই, শহুৰেই বিয়া পাতি দিলে দুয়োৰে

ভাৰতীয় দলক বিশ্বকাপ জয়ত সহায় কৰোতা এতিয়া চুবুৰীয়া দেশৰ প্ৰশিক্ষক

ভাৰতীয় দলক বিশ্বকাপ জয়ত সহায় কৰোতা এতিয়া চুবুৰীয়া দেশৰ প্ৰশিক্ষক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.