• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ’ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ’ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ’ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

editor by editor
April 29, 2024
in ভাৰত, স্বাস্থ্য
0
সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হ’ব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা
0
SHARES
458
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুখবৰ! কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰাই জানিব পৰা যাব ভৱিষ্যতে কেঞ্চাৰ হব নে নহয়, পূৰ্বেই কৰিব পাৰিব চিকিৎসা

কৰ্কট ৰোগ সন্দৰ্ভত চিকিৎসা বিজ্ঞানীৰ ফালৰ পৰা প্ৰকাশ পাইছে এক সুখবৰ। এতিয়া কেৱল মাত্ৰ এটা পৰীক্ষাৰ দ্বাৰা গম পোৱা যাব ভৱিষ্যতে কেন্সাৰ হ’ব নে নহয়। এতিয়া এই পৰীক্ষাৰ পৰা জীৱন ৰক্ষা কৰিব পৰা যাব ৰোগীৰ।

আজি কালিৰ দিনত কেঞ্চাৰৰ ফলত বৃদ্ধি পোৱা ৰোগী আৰু মৃত্যুৰ সংখ্যাক লৈ চিন্তিত হৈ পৰিছে চিকিৎসকসকল। ইয়াক ৰোধ কৰিবলৈ নতুন দিল্লীৰ এছ এন মেডিকেল কলেজ আৰু মৌলানা আজাদ মেডিকেল কলেজৰ চিকিৎসকে উলিয়াইছে এক বিশেষ পৰীক্ষা। যি পৰীক্ষাৰ জৰিয়তে ৰক্ষা কৰিব পাৰিব ৰোগীপ জীৱন।

ইয়াৰ বাবে প্ৰয়োজন হ’ব কেৱল মাথো এটা পৰীক্ষা। ডি এন এ পৰীক্ষা কৰি কেন্সাৰ জিন বিচাৰিব মানুহৰ শৰীৰত। আৰু ইয়াৰ বাবে সময়োপযোগী চিকিৎসা কৰি ৰোগীৰ জীৱন ৰক্ষা কৰিব।

আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল কেন্সাৰ ৰোগী এগৰাকীয়ে নিজেই নজনাকৈ এই ৰোগৰ তৃতিয় নাইবা চতুৰ্থ ষ্টেজলৈ গুচি যায়, যাৰ ফলত সেই ৰোগীগৰাকীৰ প্ৰাণ ৰক্ষা কৰাটো কিছু কঠিন হৈ পৰে।

সেয়ে এই সমস্যা দূৰ কৰিবলৈ জৈৱ ৰসায়ন বিভাগত ৬০ লাখ টকা ব্যয়সাপেক্ষে এছ এনত ডি এন এ পৰীক্ষাৰ বাবে আণৱিক পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। বেছিভাগ সঁজুলি আহি পাইছে। ইয়াত সম্ভাৱ্য ৰোগীৰ ডি এন এ পৰীক্ষা কৰি কেন্সাৰ ধৰা পেলাব।

প্ৰথম অৱস্থাত তেজৰ কৰ্কট ৰোগীৰ ডি এন এ পৰীক্ষা কৰা হ’ব, তাৰ পিছত মুখৰ কৰ্কট ৰোগ, স্তন কেন্সাৰ, ছাৰ্ভাইকেল কেন্সাৰকে ধৰি অন্যান্য কৰ্কট ৰোগৰ জিন আৱিষ্কাৰ কৰা হ’ব।

ইয়াত মানুহৰ ডি এন এ, পি চি আৰ আৰু পৰৱৰ্তী প্ৰজন্মৰ ক্ৰমবিন্যাস, প্ৰাইমাৰ ডিজাইনিং আৰু অন্যান্যৰ জৰিয়তে কাৰক বিচাৰি পোৱা যাব। অধ্যক্ষ ডাঃ প্ৰশান্ত গুপ্তাই কয় যে দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ মাজত এক চুক্তিৰ আলোচনা হৈছে। জুন মাহৰ পৰা আৰম্ভ হ’ব এই প্ৰকল্প।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CancerCancer FighterCancer Treatment
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
উপহাৰ হিচাপে পাইছে নেকি গণেশ অথবা ঘোঁৰাৰ ছবি, কিমান শুভ জানেনে !

উপহাৰ হিচাপে পাইছে নেকি গণেশ অথবা ঘোঁৰাৰ ছবি, কিমান শুভ জানেনে !

মূৰ গৰম কৰা মালিকৰ সৈতে কোনে কৰে কাম, চাকৰি বাদ দি মালিকৰ সমুখতে ঢোলৰ চেৱত নাচিলে যুৱকে, ভাইৰেল

মূৰ গৰম কৰা মালিকৰ সৈতে কোনে কৰে কাম, চাকৰি বাদ দি মালিকৰ সমুখতে ঢোলৰ চেৱত নাচিলে যুৱকে, ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.