• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

2 years ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

53 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

1 hour ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

2 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

3 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

20 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

21 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

21 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

22 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

23 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

23 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

24 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

editor by editor
May 2, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা আৰম্ভ হৈছে পঞ্চক, ভুলতো এইকেইটা কাম নকৰিব অহা ৫ দিনত

সনাতন ধৰ্মত বহু ক্ষেত্ৰতে শুভ-অশুভ কাৰ্য চোৱা যায়। বিয়া-বাৰুৰ কাৰ্য অথবা কোনো পূজা-পাঠ আদিৰ ক্ষেত্ৰতো শুভ দিন চোৱা যায়। পাছে পঞ্চকৰ এই ৫ দিন কোনো ভাল কামতে হাত দিয়া নাযায়।

হিন্দু ধৰ্মত বৰকৈ মনা হয় এই পঞ্চক । আজি ২ মে’ তাৰিখৰ পৰা লাগিছে পঞ্চক, অহা ৬ মে’ তাৰিখলৈ থাকিব এই দিন।

কি হয় পঞ্চক- ৫ দিনৰ হয় এই পঞ্চক। চন্দ্ৰ যেতিয়া ধনিষ্ঠা নক্ষত্ৰৰ তৃতীয় চৰণত প্ৰৱেশ কৰে তেতিয়াই তাক পঞ্চক বুলি ধৰা হয়। সাধাৰণ ভাষাত কবলৈ গলে চন্দ্ৰ কুম্ভ আৰু মীন ৰাশিত প্ৰৱেশ কৰিলে এই যোগ হয়।

জ্যোতিষ শাস্ত্ৰত এই পঞ্চক যোগ অতিকে অশুভ বুলি ধৰা হয়। এই যোগ পৰাৰ সময়ত কোনো ধৰণৰ শুভ কাৰ্য কৰা নহয়। তাৰোপৰি এই পঞ্চক কালত যদি কোনো লোকৰো মৃত্যু হয়, তেতিয়া সেই পৰিয়ালটো বা চুবুৰীয়ালৈ সংকট নামিব পাৰিব বুলি বিশ্বাস কৰে বহুতে।

কি কামৰ পৰা বিৰত থাকিব এই এই পঞ্চত কালত-
দক্ষিণ দিশত যাত্ৰা- এই পঞ্চক কালত কোনো লোককে দক্ষিণ দিশত যাত্ৰা কৰিব নালাগে।
খৰিৰ কাম নকৰা- এই সময়ছোৱাত খৰি সম্পৰ্কীয় কোনো কাম কৰিব নালাগে।
মৃতকৰ শেষকৃত্য- এই কালছোৱাত কোনো লোকৰ মৃত্যু হলে শেষ কৃত্য কৰোতে কিছু সাৱধান হব লাগে। আটা-বেচন আৰু ঘাঁহেৰে ৫ টা পুতলা প্ৰস্তত কৰি একেলগে মৃতদেহৰ সৈতে শেষকৃত্য সমাপন কৰিব লাগে।
শুভ কাৰ্য আদি বন্ধ- এই সময়ছোৱাত বিয়া-বাৰু, পূজা পাতল আদি শুভ কাৰ্যৰ পৰাা বিৰত থাকিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AstroastrologyJyotishPanchakPanchak kal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ
অসম

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

October 20, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
Next Post
বাবা ভাংগাৰ ২০২৪ সন্দৰ্ভত কোৱা প্ৰথমটো ভৱিষ্যতবাণী সঁচা প্ৰমাণিত, তেন্তে পাছলৈ সঁচাকৈয়ে হ’ব নেকি এই…

বাবা ভাংগাৰ ২০২৪ সন্দৰ্ভত কোৱা প্ৰথমটো ভৱিষ্যতবাণী সঁচা প্ৰমাণিত, তেন্তে পাছলৈ সঁচাকৈয়ে হ'ব নেকি এই...

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কংগনা ৰানাৱতৰ সাজ-পোচাকক লৈহে বিশেষ চৰ্চা, পিন্ধিছে এনে কাপোৰ-ঘুৰি ঘুৰি চাইছে জনতাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.