• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেদাৰনাথৰ পাছতেই খুলিব অমৰনাথো, ২৯ জুনৰ পৰা আৰম্ভ হ’ব যাত্ৰা, যাত্ৰীয়ে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেছন?

কেদাৰনাথৰ পাছতেই খুলিব অমৰনাথো, ২৯ জুনৰ পৰা আৰম্ভ হ’ব যাত্ৰা, যাত্ৰীয়ে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেছন?

2 years ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

18 minutes ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

2 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

2 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

4 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

16 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

17 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

17 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

17 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

18 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

18 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেদাৰনাথৰ পাছতেই খুলিব অমৰনাথো, ২৯ জুনৰ পৰা আৰম্ভ হ’ব যাত্ৰা, যাত্ৰীয়ে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেছন?

editor by editor
May 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কেদাৰনাথৰ পাছতেই খুলিব অমৰনাথো, ২৯ জুনৰ পৰা আৰম্ভ হ’ব যাত্ৰা, যাত্ৰীয়ে কেনেকৈ কৰিব ৰেজিষ্ট্ৰেছন?
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NB NEWS- এই বছৰৰ অমৰনাথ যাত্ৰা আৰম্ভ হ’ব আগন্তুক ২৯ জুনত৷ শ্ৰী অমৰনাথ শ্ৰাইন বৰ্ডে অমৰনাথ যাত্ৰাৰ দিন ঘোষণা কৰিছে৷ ২৯ জুনৰ পৰা আৰম্ভ হ’ব এই বছৰৰ অমৰনাথ যাত্ৰা৷ এই যাত্ৰা চলিব ১৯ আগষ্ট পৰ্যন্ত৷ অৰ্থাৎ মুঠ ৫২ দিন ধৰি অমৰনাথ যাত্ৰা চলিব৷ বিগত ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেছন৷

অমৰনাথ যাত্ৰা

প্ৰতি বছৰে অত্যন্ত কাঢ়া নজৰ আৰু নিৰাপত্তাৰ মাজেতে প্ৰতি বছৰে অমৰনাথ যাত্ৰা চলে৷ দুটি পথেৰে অমৰনাথলৈ যাব পাৰি৷ এটা পথ হৈছে অনন্তনাগ জিলাৰ মাজেৰে আৰু আনটো পথ পহেলগাওঁৰ মাজেৰে৷ মুঠ ৪৮ কিঃমিঃ জোৰা দীৰ্ঘ এই পথ বেছি দীঘল হ’লেও এই পথ কিন্তু তুলনামূলকভাৱে যাত্ৰাৰ বাবে সহজ৷ অন্য এটা পথ হৈছে গান্দাৰবাল জিলাৰ মাজেৰে বালতাল হৈ৷ ১৪ কিঃমিঃ দীৰ্ঘ এই পথ কিন্তু কিছু কণ্টকময়৷ ভৌগোলিক কাৰণতেই সমগ্ৰ বছৰৰ মাজত কেইটামান দিনহে অমৰনাথ গুহাত ভক্তই প্ৰৱেশ কৰিব পাৰে৷

অমৰনাথ গুহাৰ অৱস্থান

অমৰনাথৰ পবিত্ৰ গুহা কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ পৰা ১৪১ কিঃমিঃ দূৰত্বত অৱস্থিত লাদাৰ উপত্যকাত৷ সমুদ্ৰতলৰ পৰা ১২,৭৫৬ ফুট উচ্চতাত এই অমৰনাথ গুহা অৱস্থিত৷ সমুদ্ৰতলৰ পৰা ইমান ওপৰত অৱস্থিত হোৱাৰ বাবেই বছৰৰ বেছিভাগ সময়ে হিমবাহ আৰু বৰফেৰে ঢকা থাকে এই গুহা৷

সৰ্বস্ব ত্যাগ কৰি অমৰনাথত উপস্থিত হৈছিল শিৱ

পুৰাণত উল্লেখ থকা অনুসৰি পাৰ্বতীক অমৰত্বৰ জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে শিৱই পাৰ্বতীক লৈ এই গোপন স্থানলৈ আহিছিল৷ গভীৰভাৱে ধ্যানমগ্ন হোৱাৰ বাবে মহাদেৱে কৈলাশ পৰ্বত ত্যাগ কৰি অমৰনাথৰ উদ্দেশ্যে যাত্ৰা কৰিছিল৷ প্ৰচলিত বিশ্বাস অনুসৰি এই স্থানত উপস্থিত হ’বলৈকে শিৱই তেওঁৰ সমস্ত কিছু পৰিত্যাগ কৰিছিল৷ অমৰনাথৰ পথত মহাদেৱে তেওঁৰ বাহন ষাঁড় নন্দীক পহেলগাওঁত ত্যাগ কৰে৷ তাৰপিছতেই তেওঁৰ মূৰত স্থান পোৱা চন্দ্ৰক ত্যাগ কৰে চন্দনৱাৰিত, ডিঙিত থকা সাপ ত্যাগ কৰে শেষনাগ হৃদত৷ ইয়াৰ পাছতেই মহাগণেশ পৰ্বতত তেওঁৰ পুত্ৰক থৈ আহে৷ ইয়াৰোপৰি বায়ু, অগ্নি, পানী আৰু মৃত্তিকাক পঞ্জতৰ্ণীত ত্যাগ কৰে৷ সৰ্বস্ব ত্যাগ কৰি তেওঁ অমৰনাথ গুহাত প্ৰৱেশ কৰি দেৱী পাৰ্বতীক জীৱন আৰু অমৰত্বৰ অৰ্থ বুজোৱাত ব্যস্ত হৈ পৰে মহাদেৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন
ৰাজনীতি

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

August 20, 2026
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’
অসম

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

August 20, 2026
Next Post
সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ

সমালোচনাৰ উৰ্দ্ধত পীয়ুষ! মন্ত্ৰী পীয়ুষে মনে মনেই কৰিলে এই কাম, শুনিলে আপুনিও দিব ধন্যবাদ

উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?

উচ্চতা তিনি ফুট, বিগ বছ১৬ খ্যাত আব্দু ৰজিকৰ বিয়া, পাত্ৰী কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.