• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাইপ্ৰফাইল চোৰ, হাইপ্ৰফাইল জীৱন, এলাপেছা নহয় বিমানতহে চুৰি কৰে এই চোৰে৷ আৰক্ষীয়ে আটক কৰাত ওলাল চোৰৰ কোটি কোটিৰ সম্পত্তি

হাইপ্ৰফাইল চোৰ, হাইপ্ৰফাইল জীৱন, এলাপেছা নহয় বিমানতহে চুৰি কৰে এই চোৰে৷ আৰক্ষীয়ে আটক কৰাত ওলাল চোৰৰ কোটি কোটিৰ সম্পত্তি

2 years ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

32 minutes ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

2 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

2 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

3 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

4 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

4 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

হাইপ্ৰফাইল চোৰ, হাইপ্ৰফাইল জীৱন, এলাপেছা নহয় বিমানতহে চুৰি কৰে এই চোৰে৷ আৰক্ষীয়ে আটক কৰাত ওলাল চোৰৰ কোটি কোটিৰ সম্পত্তি

হাইপ্ৰফাইল চোৰ, হাইপ্ৰফাইল জীৱন, এলাপেছা নহয় বিমানতহে চুৰি কৰে এই চোৰে৷ আৰক্ষীয়ে আটক কৰাত ওলাল চোৰৰ কোটি কোটিৰ সম্পত্তি

editor by editor
May 15, 2024
in অপৰাধ, ভাৰত
0
হাইপ্ৰফাইল চোৰ, হাইপ্ৰফাইল জীৱন, এলাপেছা নহয় বিমানতহে চুৰি কৰে এই চোৰে৷ আৰক্ষীয়ে আটক কৰাত ওলাল চোৰৰ কোটি কোটিৰ সম্পত্তি
0
SHARES
450
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত মাহত হায়দৰাবাদৰ পৰা বিমানেৰে দিল্লীলৈ আহিছিল এগৰাকী মহিলা৷ বিমানেৰে দিল্লীলৈ যাত্ৰা কৰাৰ সময়ত মহিলাগৰাকীৰ হেণ্ডবেগৰ পৰা চুৰি হৈছিল ৭ লাখ টকাৰ গহনা৷ ঘটনাক লৈ লগে লগে দিল্লী আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী৷ প্ৰায় একে সময়তে দিল্লী আৰক্ষীৰ ওচৰত আৰু এখন এজাহাৰ পৰেহি৷ একেই ঘটনা বিমানত যাত্ৰা কৰাৰ সময়তে ধন হেৰাইছে৷ দিল্লীৰ পৰা অমৃতসৰ যোৱাৰ পথত ভাৰজিন্দৰজিৎ সিং নামৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এগৰাকী যাত্ৰীৰ কেবিন বেগৰ পৰা এক কায়দাৰে ২০ লাখ টকাৰ মূল্যবান সামগ্ৰী হেৰাইছিল৷ এই ৰহস্যৰ বাবেই দিল্লী, হায়দৰাবাদ আৰু অমৃতসৰৰ বিমানবন্দৰৰ চিচিটিভি ফুটেজ কেইবাঘণ্টা ধৰি পৰীক্ষা কৰে আৰক্ষীয়ে৷ চিচিটিভি ফুটেজতে ধৰা পৰে সমগ্ৰ কাহিনী৷ আৰক্ষীয়ে জনাইছে যে এই চুৰিৰ আঁৰত আছে এজন ব্যক্তিয়ে৷ সম্পূৰ্ণ এক নতুন কয়দায়ে চুৰি কৰিছে চোৰে৷

আৰ৭ঈয়ে জনাইছে যে এই ধুৰন্দৰ চোৰৰ নাম ৰাজেশ কাপুৰ৷ দিল্লীৰ পাহাৰগঞ্জত ৰিকি ডিলাক্স নামৰ এটা গেষ্ট হাউছ আছে ৰাজেশৰ৷ ইয়াৰোপৰি বিদেশী মুদ্ৰা বিনিময়ৰ ব্যৱসায়ো আছে৷ দিল্লীত এটা মোবাইল ফোন মেৰামতিৰ কাৰখানাও আছে৷ চুৰি কৰাৰ বাবে কোনো বাছষ্টপ, ৰে’ল ষ্টেচন বা বজাৰ বাচি লোৱা নাই৷ ৰাজেশ কাপুৰে বাচি লৈছে এনে এক স্থান য’ত চুৰি কৰাৰ কথা কোনোৱে ভাৱিবই নোৱাৰে৷ ৰাজেশে বাচি লৈছে বিমানবন্দৰ৷ দেশৰ সকলোতকৈ সুৰক্ষিত এলেকাসমূহৰ ভিতৰত এখন হৈছে বিমানবন্দৰ৷ এই উচ্চ সুৰক্ষা ভেদিয়ে চুৰ কৰিছে চোৰ ৰাজেশে৷

আৰক্ষীৰ মতে এই চুৰি কৰাৰ আববেই ৰাজেশে বিগত বৰ্ষত ২০০ বাৰ বিমানেৰে যাত্ৰা কৰিছে৷ ১০০ দিনতকৈ বেছি সময় ধৰি সমগ্ৰ দেশজুৰি হাজাৰ হাজাৰ কিঃমিঃ ভ্ৰমণ কৰিছে৷ সোন-ৰূপৰ গহনাসহ বহু মূল্যবান সামগ্ৰী চুৰ কৰিছে ৰাজেশে৷ দিল্লী পুলিছৰ ডেপুটি কমিছনাৰ  ঊষা ৰঙ্গৰানিয়ে জনাইছে যে প্ৰধানকৈ কানেক্টিং ফ্লাইটত উঠা যাত্ৰীক টাৰ্গেট কৰে চোৰ ৰাজেশে৷ যেনেকৈ হায়দৰাবাদৰ পৰা দিল্লী অহাৰ পথত মহিলাৰ গহনা চুৰি৷ মহিলাগৰাকী আমেৰিকালৈ যাত্ৰা কৰিছিল৷ দিল্লীৰ পৰা কানেক্টিং ফ্লাইট ধৰাৰ উদ্দেশ্যে হায়দৰাবাদৰ পৰা দিল্লী আহিছিল৷ একেধৰণে আন এগৰাকী যাত্ৰী ভাৰজিন্দৰ জিৎ সিঙে অমৃতসৰৰ পৰা জাৰ্মানীলৈ যাবলৈ দিল্লীলৈ আহিছিল৷

আৰক্ষীয়ে লগতে জনাই যে সাধাৰণতে বয়স্ক আৰু মহিলা যাত্ৰীয়েই টাৰ্গেট চোৰ ৰাজেশৰ৷ একেবাৰে বৰ্ডিং গেটতেই তাৰ লক্ষ্য স্থিৰ হৈ থাকে৷ তাৰপাছতেই বিমানবন্দৰত যাত্ৰীগৰাকীৰ আচাৰ আচৰণ নিৰীক্ষণ কৰি থাকে৷ বেগত কি কি মূল্যবান সামগ্ৰী আছে জানিবলৈ চেষ্টা কৰে৷ কেবিন বেগত কি আছে, বিমানবন্দৰত কি আছে সেয়া জানিবলৈ চেষ্টা কৰে৷ বহুসময়ত বেগেজ শ্লিপৰ তথ্য পঢ়িবলৈকো যত্ন কৰে৷

ইয়াৰ পাছততেই এয়াৰলাইনক ৰাজেশে অনুৰোধ  কৰে যে তেওঁৰ আসন সলনি কৰিব লাগে৷ এনেকুৱা আসনত বহে যে তেওঁ লক্ষ্যবস্তুৰ ঠিক কাষতেই বহিব পাৰে৷ যিকোনো প্ৰকাৰে এই কাম কৰিব লাগিব সেয়ে সকলোপ্ৰকাৰে সেই যাত্ৰীৰ কাষ চপাৰ যত্ন কৰে৷ তাৰপাছতেই অভাৰহেড বিভাগত বেগ ৰখাৰ কয়দাৰে ধন বা অলংকাৰ থকা যাত্ৰীৰ বেগৰ পৰা গহনা আৰু ধন উলিয়াই লয়৷ এইদৰেই দিল্লী, চেন্নাই, হায়দৰাবাদ, চণ্ডীগড়, বেঙ্গালুৰু, মুম্বাই আৰু অমৃতসৰৰ পৰা বিভিন্ন সামগ্ৰী চুৰি কৰে৷

চিচিটিভি ফুটেজ স্কেন কৰাৰ পাছতেই আৰক্ষীয়ে ৰাজেশক চোৰ বুলি চিনাক্ত কৰিছে৷ এয়াৰলায়েন্সৰ পৰা ৰাজেশৰ ফোন নম্বৰো সংগ্ৰহ কৰিছে আৰক্ষীয়ে৷ কিন্তু টিকট কাটিবৰ বাবে ভুৱা নম্বৰ ব্যৱহাৰ কৰি আহিছে ৰাজেশে৷ কিন্তু পৰিকল্পনা যিমানেই নাথাকক আৰক্ষীৰ চকুত ধূলি দিব নোৱাৰিলে ৰাজেশে৷ দিল্লীৰ পাহাৰগঞ্জৰ পৰা আৰক্ষীয়ে আটক কৰিছে ৰাজেশক৷ পাহাৰগঞ্জৰ ঘৰৰ পৰা বিপুল পৰিমানৰ সোন-ৰূপৰ গহনা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ৰাজেশে জনাইছে যে চুৰি কৰা গহনা দিল্লীৰ কৰালবাগ এলেকাৰ এখন গহনা বিপনীত বিক্ৰি কৰা বুলি জনাইছে আৰক্ষীক৷ আৰক্ষীয়ে জনাইছে যে এসময়ত ৰাজেশে ট্ৰেইনত চুৰি কৰিছিল৷ কিন্তু এবাৰ ধৰা পৰাৰ পাছত সেই কাম বাদ দিয়ে৷ তাৰপাছতেই ৰাজেশৰ টাৰ্গেট হৈ পৰে বিমানযাত্ৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু
ভাৰত

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

June 5, 2026
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
বাণিজ্য

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

June 4, 2026
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক
জীৱনশৈলী

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

June 4, 2026
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?
বাণিজ্য

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

June 4, 2026
Next Post
বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

মহাকাশলৈ পঠিয়াই পাহৰিলে দেশে, মহাকাশৰ পৰা পৃথিৱীলৈ উভতাই আনিব নুখুজিলে পঠিওৱা দেশেও, তাৰপিছত…

মহাকাশলৈ পঠিয়াই পাহৰিলে দেশে, মহাকাশৰ পৰা পৃথিৱীলৈ উভতাই আনিব নুখুজিলে পঠিওৱা দেশেও, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.