• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

2 years ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

1 hour ago
নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

নতুন ফৌজদাৰী আইন ৰূপায়ণত শীৰ্ষস্থানত অসম

3 hours ago
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

4 hours ago
মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

মন্দিৰৰ সন্মুখত বাংলাদেশীয়ে ৰান্ধি খালে গো-মাংস!

5 hours ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

5 hours ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

6 hours ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

6 hours ago
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

6 hours ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

7 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

9 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম

editor by editor
May 15, 2024
in জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
বিৰল ৰোগে পৰিণত কৰিছিল জীৱন্ত শিললৈ, ১৭ কোটিৰ বেজীয়ে হৃদয়াংশক দিলে নতুন জীৱন, এই নৱজীৱন প্ৰদানৰ বাবেই চনু চুডে কৰিলে এই কাম
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NB NEWS- সামাজিক মাধ্যমত ক্ষমতা কিমান সেয়া আকৌ এবাৰ প্ৰমাণিত হ’ল৷ অভিনেতাৰ পৰা ক্ৰিকেটাৰলৈ, দিনহাজিৰা কৰা ব্যক্তিৰ পৰা চাকৰিয়াললৈ সকলো আগুৱাই আহিল সামাজিক মাধ্যমৰ এটা মাত্ৰ পোষ্টত৷ ২২ মহীয়া শিশু হৃদয়াংশক বচাবলৈ আগুৱাই আহিল সকলো৷ একাউণ্ট জমা হ’ল প্ৰয়োজনীয় কোটি টকা৷ কিন্তু কিয় ইমান টকাৰ প্ৰয়োজন হৈছিল শিশু হৃদয়াংশক? বিৰল জিনগত ৰোগত আক্ৰান্ত হৃদয়াংশ৷ এই বিৰল ৰোগৰ বাবে থেৰাপিৰ লগতে এটা বিশেষ বেজিৰ প্ৰয়োজন৷ এই এটা বেজিৰ দামেই আনুমানিক ১৭.৫ কোটি৷

ৰাজস্থান আৰক্ষীৰ ছাব ইন্সপেক্টৰ নৰেণ শৰ্মা৷ তেওঁৰ একমাত্ৰ সন্তান হৃদয়াংশ বিৰল জেনেটিক ডিছঅৰ্ডাৰ স্পাইনেল মাছকিউলাৰ এট্ৰোফিটত আক্ৰান্ত৷ এই বিৰল ৰোগৰ বাবে হৃদয়াংশৰ কঁকালৰ তলৰ অংশ লাহে লাহে কাম নকৰা হৈ পৰিছিল৷ বহু চিকিৎসকক দেখুৱাইয়ো কোনো সুফল নাপালে৷ শেষলৈ চিকিৎসকে পৰামৰ্শ দিয়ে যে শিশুটিক এটা বিশেষ বেজী দিয়াৰ বাবে অইন উপায় নাই৷

জোলগেনস্মা নামৰ এই বেজীৰ দাম ১৭.৫ কোটি টকা৷ এই বেজীৰ নিয়ম হৈছে এই বেজি শিশুটিৰ ২ বছৰ বয়সৰ ভিতৰত দিলেহে কামত দিয়ে৷ শিশুটিৰ চিকিৎসাৰ আশা এৰিয়েই দিছিল পিতৃ-মাতৃয়ে৷ সেই সময়তে ৰাজস্থান আৰক্ষীৰ তৰফৰ পৰা ক্ৰাউণ্ডফাণ্ডিং আৰম্ভ হয়৷ তেতিয়া হৃদয়াংশৰ বয়স হৈছিল ২০ মাহ৷ ডেডলাইনলৈ মাজত কেইটামান দিন৷ সামাজিক মাধ্যমত হৃদয়াংশৰ এই কাহিনী চকুত পৰিবলৈ আৰম্ভ হয়৷  ছচিয়েল মিডিয়াৰ জৰিয়তেই এই কাহিনী দৃষ্টিগোচৰ হয় চনু ছুডৰো৷ ইপিনে ক্ৰিকেটাৰ দীপক চাহাৰেও এই পোষ্ট দেখা পায়৷ তেওঁ নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলৰ পৰা এই ক্ৰাউডফাণ্ডিঙৰ পোষ্ট শ্বেয়াৰ কৰে৷ এই পোষ্টেই হৃদয়াংশক নৱজীৱন ঘূৰাই পোৱাত সহায় কৰিছে৷ বিভিন্ন লোকৰ লগতে এনজিঅ’সহ বহুজন আগুৱাই আহে৷ তিনি মাহতকৈয়ো কম সময়ৰ ভিতৰত যোগাৰ হয় ৯ কোটি টকা৷ অৱশেষত জয়পুৰৰ জেকে ল’ন হাস্পতালে বিশেষ বেজীটো দিয়ে শিশু হৃদয়াংশক৷  ইঞ্জেকছনৰ বাকী দামল আগন্তুক এবছৰৰ ভিতৰত দি শেষ কৰা হ’ব বুলি হাস্পতাল কৰ্তৃপক্ষক পিতৃয়ে জনায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

October 17, 2026
নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ
অপৰাধ

নয়দাৰ পিতৃ-মাতৃসহ ৩ সন্তানৰ মৃ*ত্যুৰ ঘটনাৰ নতুন মোৰ

October 17, 2026
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
Next Post
মহাকাশলৈ পঠিয়াই পাহৰিলে দেশে, মহাকাশৰ পৰা পৃথিৱীলৈ উভতাই আনিব নুখুজিলে পঠিওৱা দেশেও, তাৰপিছত…

মহাকাশলৈ পঠিয়াই পাহৰিলে দেশে, মহাকাশৰ পৰা পৃথিৱীলৈ উভতাই আনিব নুখুজিলে পঠিওৱা দেশেও, তাৰপিছত...

হঠাৎ বুকুৰ বিষ, হাস্পতালত ভৰ্তী ৰাখী স্বাৱন্ত, গুৰুতৰ ৰোগত আক্ৰান্ত ৰাখী?

হঠাৎ বুকুৰ বিষ, হাস্পতালত ভৰ্তী ৰাখী স্বাৱন্ত, গুৰুতৰ ৰোগত আক্ৰান্ত ৰাখী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.