• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাৰ্ক চকলেটৰ এটা মাত্ৰ সৰু টুকুৰা খাওঁক আৰু লাভ কৰক বহু উপকাৰিতা

ডাৰ্ক চকলেটৰ এটা মাত্ৰ সৰু টুকুৰা খাওঁক আৰু লাভ কৰক বহু উপকাৰিতা

2 years ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

5 minutes ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

41 minutes ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

11 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

11 hours ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

12 hours ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

12 hours ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

13 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

13 hours ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

14 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

14 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

15 hours ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডাৰ্ক চকলেটৰ এটা মাত্ৰ সৰু টুকুৰা খাওঁক আৰু লাভ কৰক বহু উপকাৰিতা

editor by editor
May 19, 2024
in জীৱনশৈলী, বিবিধ
0
ডাৰ্ক চকলেটৰ এটা মাত্ৰ সৰু টুকুৰা খাওঁক আৰু লাভ কৰক বহু উপকাৰিতা
0
SHARES
203
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাৰ্ক চকলেটৰ এটা মাত্ৰ সৰু টুকুৰা খাওঁক আৰু লাভ কৰক বহু উপকাৰিতা

চকলেট বুলিলে প্ৰায় সকলো লোকৰে প্ৰিয় এবিধ খাদ্য। কিন্তু কেতিয়াবা বহু প্ৰিয় হলেও চকলেট খোৱাৰ পৰা বিৰত থাকিব লাগে । স্বাস্থ্যৰ সমস্যাৰ বাবে চকলেটৰ পৰা আঁতৰত থাকে বহু লোকে। পাছে জানেনে, এনে এবিধ চকলেট আছে, যি খোৱাৰ ফলত বহু উপকাৰহে হব আপোনাৰ।

সেই চকলেট বিধ হৈছে- ডাৰ্ক চকলেট। হৃদৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ডাৰ্ক চকলেটে। ডাৰ্ক চকলেটে হৃৎপিণ্ডলৈ তেজ সৰবৰাহ কৰা ধমনীত তেজ গোট মৰাত বাধা দিয়ে ইয়াত থকা প্ৰতিজাৰকে দেহত বেয়া কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

ডাৰ্ক চকলেট যিমান বেছি গাঢ় ৰঙৰ আৰু তিতা স্বাদযুক্ত হয়, তাৰ উপকাৰিতাও সিমান বেছি হয়। ডাৰ্ক চকগেট মূলতঃ ক’ক’ৱা গছৰ গুটিৰপৰা প্ৰস্তুত কৰা হয়। কিন্তু প্ৰতিদিনে অতিমাত্ৰ নহয়, সামান্য টুকুৰা এটা খালেহে ইয়াৰ উপকাৰিতা লাভ কৰিব পাৰি। ইয়াৰ কেইটামান উপকাৰিতা হৈছে-

১.ৰক্ত সঞ্চালন (Blood Circulation)
ডাৰ্ক চকলেটে ৰক্ত সঞ্চালন যথেষ্ট ভাল কৰি ৰাখে । চকলেটত পোৱা ফ্লেভানোলে তেজ গোট মৰা প্ৰতিহত কৰে, যি ৰক্ত সঞ্চালন উন্নত কৰে আৰু ইয়াক ত্বৰান্বিত কৰে ।

২. এণ্টি-এজিং (Anti-Aging)
ডাৰ্ক চকলেটে মানৱ শৰীৰত বয়সৰ চাপ হ্ৰাস কৰিব পাৰে। ই এণ্টি-এংলিং উপাদান হিচাপে কাম কৰে ।

৩.এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ (Rich in Antioxidant)
এণ্টিঅক্সিডেণ্টে কোষবোৰক ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ কাম কৰে । এই এণ্টিঅক্সিডেণ্ট গুণবোৰ বেছিভাগ ফল আৰু পাচলিত পোৱা যায় । ইয়াৰ উপৰিও, এই এণ্টিঅক্সিডেণ্ট গুণাগুণবোৰ ডাৰ্ক চকলেটতো থাকে । নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ এণ্টিঅক্সিডেণ্টসমৃদ্ধ ডাৰ্ক চকলেট খাব পাৰি

৪. ঠাণ্ডাৰ পৰা সুৰক্ষা(Protect from Cold)
ডাৰ্ক চকলেটত থিঅব্ৰোমিন নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে, যি শ্বাসতন্ত্ৰৰ সমস্যাৰ ওপৰত কাৰ্যকৰীভাৱে কাম কৰিব পাৰে । এই সমস্যাবোৰৰ ভিতৰত কাহ, পানী লগা আদি অন্তৰ্ভুক্ত থাকে ।

৫. ওজন হ্ৰাস (Weight Loss)
আজিৰ সময়ত যুৱপ্ৰজন্মৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈছে ওজন বৃদ্ধি। ডাৰ্ক চকলেটত উচ্চ মাত্ৰাৰ আঁহে পাকস্থলীত চৰ্বিৰ শিষণৰ মাত্ৰা বৃদ্ধি কৰে আৰু ইয়াৰ ফলত মেদবহুলতা বহু পৰিমাণে প্ৰতিৰোধ হয়।

৬. হৃদযন্ত্ৰৰ স্বাস্থ্য (Heart Health)
ডাৰ্ক চকলেট সেৱনে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি হৃদ আক্ৰমণৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে । হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু ৰক্তচাপ উন্নত কৰাৰ বাবেও ডাৰ্ক চকলেটৰ ব্যৱহাৰ দেখা যায় ।

৭. চাপ (Stress)
ডাৰ্ক চকলেট খালে চাপ বঢ়োৱা হৰমন নিয়ন্ত্ৰণ কৰিব পাৰে। কোকোত থকা এণ্টিঅক্সিডেণ্টে চাপ উপশম কৰাত সহায় কৰিব পাৰে। এইটো বিশ্বাস কৰা হয় যে ডাৰ্ক চকলেট খোৱাটোৱে উচ্চ ৰক্তচাপসন্তুলিত কৰে।

৮. মধুমেহ-
শৰীৰৰ কোষবোৰক স্বাভাৱিকভাৱে ক্ৰিয়া কৰাত সহায় কৰে, ইয়াৰ ফলত মধুমেহ ৰোগীৰ শৰীৰৰ কোষবোৰৰ ইনছুলিন প্ৰতিৰোধী প্ৰৱণতা হ্ৰাস পায় তথা কোষবোৰে ইনছুলিন ভালদৰে ব্যৱহাৰ কৰাৰ সামৰ্থ্য পুনৰায় লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chocolateDark ChocolateDark Chocolate benefitHealth benefit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!
জীৱনশৈলী

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

May 5, 2026
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

May 5, 2026
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
অসম

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

May 4, 2026
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা
অসম

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
Next Post
সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব

সীতাই পোৱা সেই অভিশাপ, যি ৰামেও নোৱাৰিলে ভংগ কৰিব

অবৈধ সম্পৰ্কৰ সন্দেহত স্বামীৰ সীমাই চেৰাই যোৱা অত্যাচৰ, পত্নীৰ শৰীৰত লগাই দিলে তলা

অবৈধ সম্পৰ্কৰ সন্দেহত স্বামীৰ সীমাই চেৰাই যোৱা অত্যাচৰ, পত্নীৰ শৰীৰত লগাই দিলে তলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.