• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

2 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

6 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

6 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

7 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

7 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

8 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

9 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

10 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

11 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

11 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

12 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

13 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

editor by editor
May 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে৷ ইয়াৰোপৰি নিৰ্দিষ্ট সময়ৰ অন্তৰালত আৰম্ভ হয় শনিৰ বক্ৰী চলন৷ শনি কেতিয়াবা কেতিয়াবা অস্তও যায়৷ কেতিয়াবা আকৌ উদয় হয়৷ এই সকলোবোৰৰ প্ৰভাৱতেই শনিৰ বিভিন্ন দশা বিভিন্ন ৰাশিৰ ওপৰত পৰে৷ শনিৰ দশা চলি থকাৰ সময়ত জাতকৰ জীৱনত নানান সমস্যাইয়ো দেখা দিয়ে৷ জ্যোতিষ গণনা অনুসৰি কেইটামানা ৰাশিৰ জাতক শনিৰ প্ৰিয়৷ জানি থওক কোনকেইটা ৰাশি শনিৰ অতি প্ৰিয়৷

তুলা ৰাশি

তুলা ৰাশিৰ গ্ৰহ অধিপতি হৈছে শুক্ৰ৷ তুলা ৰাশিত শনি উচ্চস্থ স্থানত থাকে৷ সেয়ে তুলা ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাদৃষ্টি বৰ্ষিত হৈ থাকে৷ আনকি শনিৰ অশুভ প্ৰভাৱ এওঁলোকৰ ওপৰত প্ৰায় নপৰেই৷ বৰং শনিৰ আশীৰ্বাদত জীৱনত বহু সমস্যা দূৰ হয় তুলা ৰাশিৰ জাতকৰ জীৱনত৷

মকৰ ৰাশি

মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি৷ সেয়ে শনিৰ আশীৰ্বাদত সকলো সময়তে এওঁলোকে সুখী জীৱন কটাই৷ মকৰ ৰাশিৰ জাতক অত্যন্ত পৰিশ্ৰমী আৰ সৎ হয়৷ সেয়ে শনি মহাৰাজে খুবেই পছন্দ কৰে মকৰ ৰাশিৰ জাতকক৷ শনিৰ আশীৰ্বাদ সকলোসময়তে এই ৰাশিৰ জাতকৰ ওপৰত থাকে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ অধিপতি হৈছে শনি গ্ৰহ৷ কুম্ভ ৰাশিৰ জাতক অত্যন্ত শান্ত প্ৰকৃতিৰ হয়৷ এওঁলোকে নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখে৷ পৰিশ্ৰমী হয় কুম্ভ ৰাশিৰ জাতক৷ গ্ৰহৰাজৰ আশীৰ্বাদ সকলোসময়তে এওঁলোকৰ ওপৰত থাকে৷ শনিৰ বক্ৰ দৃষ্টি কুম্ভ ৰাশিৰ জাতকৰ ওপৰত কাহানিও নপৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!
জীৱনশৈলী

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

October 21, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
Next Post
প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত

পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.