• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত

2 years ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

51 minutes ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

2 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

14 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

15 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

16 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

17 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

19 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত

পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত

editor by editor
May 25, 2024
in অসম, গুৱাহাটী, বিবিধ, ভাৰত
0
পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি।

স্বামীৰ পৰকীয়া প্ৰেম সহ্য কৰিব নোৱাৰি পত্নীৰ চিপ লৈ আত্ম্যহত্যা।

উত্তেজিত জনতাই স্বামীক কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই গতাই দিয়ে আৰক্ষীক৷

এই ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাৰ অন্তৰ্গত মেগজিনৰ কনকলতা পথত।

মেগজিনৰ কনকলতা পথৰ বাসিন্দা নবীন ডেকা পেছাত গেলামাল দোকানী।

অভিযোগমতে ব্যবসায়ী নবীন ডেকাৰ লগত অবৈধ প্রেমৰ সম্পৰ্ক আছিল আন এগৰাকী মহিলাৰ।

ইয়াকে লৈ নবীন ডেকা আৰু তেওঁৰ পত্নী মুনু ডেকাৰ লগত দীৰ্ঘদিন ধৰি সংঘাত চলি আছিল।

শনিবাৰে পুৱাৰ ভাগত পত্নী মুনু ডেকাই নিজ স্বামী নবীন ডেকা আৰু আৰু অবৈধ প্ৰেমিকা মহিলা গৰাকীৰ মোবাইল ফোন অফ থকাত একেলগে হোটেলত যোৱা বুলি সন্দেহ কৰি ওচৰ চুবুৰীয়াক অবগত কৰে।

তাৰপিছতেই মুনু ডেকাই নিজ ঘৰৰ ভিতৰতে দুৱাৰ বন্ধ কৰি গামোচাৰে ফেনত চিপ লৈ আত্ম্যহত্যা কৰে।

স্থানীয় ৰাইজে সমগ্ৰ ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীক খবৰ দিয়ে।

মহিলাগৰাকীৰ স্বামী নবীন ডেকাই ঘৰত উপস্থিত হোৱাত স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধায়।

নুনমাটি আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নবীন ডেকাক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে।

আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মহিলা গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।

ইপিনে অবৈধ প্ৰেয়সী বিনীতা শৰ্মাই নবীন ডেকাৰ লগত প্ৰেমৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?
অসম

Next Post
স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন