• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

2 years ago
জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

51 minutes ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

2 hours ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

2 hours ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

14 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

14 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

15 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

15 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

16 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

17 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

17 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

19 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

editor by editor
May 25, 2024
in অপৰাধ, জীৱনশৈলী, বিবিধ, বিশ্ব
0
স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সময়ৰ সৈতে বাংলাদেশৰ সাংসদ আনোয়াৰুল আজিম হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ কলকাতালৈ চিকিৎসা কৰাবলৈ আহি প্ৰাণ হেৰুৱালে বাংলাদেশী সাংসদজনে৷ কলকাতাত চিকিৎসা কৰাবলৈ আহি কেনেকৈ মৃত্যুক সাবটিলে সেই নৃশংসতাৰ খবৰ শুনিলে শিঁয়ৰি উঠিব আপুনি৷ হলীউড-বলীউডৰ থ্ৰিলাৰ চিনেমাইয়ো হাৰ মানিব এই নৃশংসতাৰ ওচৰত৷ হত্যাৰ ঘটনাত ধৃত কচাই জিহাদক নেৰানেপেৰা জেৰা চলাই আৰক্ষীয়ে ওলিয়াইছে তথ্য৷ আনোয়াৰুলৰ দেহ মুঠ ৮০ টুকুৰা কৰি নিউটাউন, ভাঙড় এলেকাৰ নানান স্থানৰ জলাশয়ত দলিয়াই দিয়া হৈছিল৷

এই কামৰ বিনিময়ত লাভ কৰিছিল ৫০০০ টকা৷ ধৃত জিহাদে লগতে দিয়া স্বীকাৰোক্তিৰ পাছত একাংশৰ মত, যিসমূহ খণ্ডাংশ উদ্ধাৰ হৈছে সেয়া একেবাৰে গলি গৈছে৷ ইতিমধ্যেই কোনো জলচৰ প্ৰাণীৰ খাদ্যও হৈছে বহু খণ্ড৷ বিগত ১২ মেত কলকাতালৈ চিকিৎসা কৰাবলৈ আহিছিল ঝিনাইদহৰ সাংসদ আনোয়াৰুল আজিম৷ ১৩ তাৰিখে নিশা নিউটাউনৰ এটা ফ্লেটত হত্যা কৰা হয় আনোৱাৰুলক৷ দুদিন ধৰি নিখোঁজ হৈ থকাৰ পাছত তেওঁৰ হত্যা সম্পৰ্কে নিশ্চিত হয় আৰক্ষী৷

এই ঘটনাৰ তদন্তভাৰ অৰ্পন কৰা হয় চিআইডিৰ হাতত৷ হত্যাত জড়িত থকাৰ সন্দেহত বাংলাদেশৰ পৰা তিনিজনক গ্ৰেপ্তাৰো কৰা হয়৷ অন্যহাতে বনগাঁৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জিহাদ আৰু ছিয়াম নামৰ দুই ব্যক্তিক৷ এওঁলোকৰ মাজত জিহাদ হৈছে কছাই৷ বাংলাদেশৰ বাসিন্দা হ’লেও জিহাদে মুম্বাইত থাকি কাম কৰে৷ জেৰাৰ অন্তত লাভ কৰা তথ্য অনুসৰি, সাংসদক হত্যা কৰাৰ বাবে তাৰ চুপাৰী দিয়া হৈছিল৷ মুম্বাইৰ পৰা কলকাতালৈ আহি কাম শেষ কৰাৰ পাছত বনগাঁ সীমান্ত হৈ বাংলাদেশলৈ পলাই যোৱাৰ বাবে সাঁজু হৈছিল জিহাদ৷

পলোৱাৰ সময়তে আৰক্ষীৰ হাতত ধৰা পৰে৷ হত্যাৰ পাছত সাংসদৰ দেহ টুকুৰা কৰি ভাঙৰে এলেকাৰ জলাশয়ত দলিয়াই দিয়া হয়৷ তাৰপাছতেই বৃহস্পতিবাৰে নিশা জলাশয়ত তালাছি চলাইয়ো এটা অংশ উদ্ধাৰ কৰিব নোৱাৰিলে৷ শুকুৰবাৰে ধৃতসকলক জেৰা কৰি আৰু এক চাঞ্চল্যকৰ তথ্য হাতত পৰিছে আৰক্ষীৰ৷ ভাইৰেল খবৰ অনুসৰি ৫০০০ টকা দিয়া হৈছিল জিহাদক৷ হত্যাৰ পাছতেই আনোৱাৰুলৰ দেহ ৮০ টুকুৰা কৰা হয়৷ মস্তিষ্ক সম্পূৰ্ণ গুড়ি কৰি দিয়া হয়৷ হাড়, মাংস, পৃথক কৰি কাটি হালধী সানি টুকুৰাবোৰ বিভিন্ন স্থানত পেলাই দিয়া হয়৷ যাৰবাবে দেহৰ অংশ বিচাৰি পোৱা কঠিন হৈ পৰিছে৷ তদন্তত পোহৰলৈ অহা অনুসৰি ২০০ কোটি টকাৰ চুপাৰি দি সাংসদ আনোয়াৰুলক হত্যা কৰোৱা হৈছে৷ এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড হৈছে ছাহিন৷ পূৰ্বেও একাধিকবাৰ সাংসদগৰাকীক হত্যাৰ ধমকি দিছিল ছাহিনে৷ প্ৰথমে ঢাকাৰ গুলছান আৰু পাছত কলকাতাৰ নিউমাৰ্কেটত বাহৰ পাতিছিল হত্যাকাৰী দলে৷ এইক্ষেত্ৰত ছাহিনৰ সংগী আছিল এগৰাকী নাৰী৷ ছাহিনৰ লগ দিছিল বান্ধৱী শিলাস্তিয়ে৷ শেষপৰ্যন্ত আনোয়াৰুলক শিলাস্তিৰ হালিট্ৰেপত পেলাই নিউটাউনৰ ফ্লেটত হত্যা কৰা হয় বুলি অনুমান কৰিছে তদন্তকাৰী দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন
জীৱনশৈলী

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

May 22, 2026
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে
জীৱনশৈলী

এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!
জীৱনশৈলী

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

May 21, 2026
Next Post
ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?

ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?

উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস

উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.