• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

2 years ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

3 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

3 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

4 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

4 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

5 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

6 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

7 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

7 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

8 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

9 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে

editor by editor
May 25, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
শনিৰ আশীৰ্বাদ সকলো সময়তে থাকে এই ৩ৰাশিৰ ওপৰত! এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে গ্ৰহৰাজে
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে৷ ইয়াৰোপৰি নিৰ্দিষ্ট সময়ৰ অন্তৰালত আৰম্ভ হয় শনিৰ বক্ৰী চলন৷ শনি কেতিয়াবা কেতিয়াবা অস্তও যায়৷ কেতিয়াবা আকৌ উদয় হয়৷ এই সকলোবোৰৰ প্ৰভাৱতেই শনিৰ বিভিন্ন দশা বিভিন্ন ৰাশিৰ ওপৰত পৰে৷ শনিৰ দশা চলি থকাৰ সময়ত জাতকৰ জীৱনত নানান সমস্যাইয়ো দেখা দিয়ে৷ জ্যোতিষ গণনা অনুসৰি কেইটামানা ৰাশিৰ জাতক শনিৰ প্ৰিয়৷ জানি থওক কোনকেইটা ৰাশি শনিৰ অতি প্ৰিয়৷

তুলা ৰাশি

তুলা ৰাশিৰ গ্ৰহ অধিপতি হৈছে শুক্ৰ৷ তুলা ৰাশিত শনি উচ্চস্থ স্থানত থাকে৷ সেয়ে তুলা ৰাশিৰ জাতকৰ ওপৰত শনিৰ কৃপাদৃষ্টি বৰ্ষিত হৈ থাকে৷ আনকি শনিৰ অশুভ প্ৰভাৱ এওঁলোকৰ ওপৰত প্ৰায় নপৰেই৷ বৰং শনিৰ আশীৰ্বাদত জীৱনত বহু সমস্যা দূৰ হয় তুলা ৰাশিৰ জাতকৰ জীৱনত৷

মকৰ ৰাশি

মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি৷ সেয়ে শনিৰ আশীৰ্বাদত সকলো সময়তে এওঁলোকে সুখী জীৱন কটাই৷ মকৰ ৰাশিৰ জাতক অত্যন্ত পৰিশ্ৰমী আৰ সৎ হয়৷ সেয়ে শনি মহাৰাজে খুবেই পছন্দ কৰে মকৰ ৰাশিৰ জাতকক৷ শনিৰ আশীৰ্বাদ সকলোসময়তে এই ৰাশিৰ জাতকৰ ওপৰত থাকে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ অধিপতি হৈছে শনি গ্ৰহ৷ কুম্ভ ৰাশিৰ জাতক অত্যন্ত শান্ত প্ৰকৃতিৰ হয়৷ এওঁলোকে নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখে৷ পৰিশ্ৰমী হয় কুম্ভ ৰাশিৰ জাতক৷ গ্ৰহৰাজৰ আশীৰ্বাদ সকলোসময়তে এওঁলোকৰ ওপৰত থাকে৷ শনিৰ বক্ৰ দৃষ্টি কুম্ভ ৰাশিৰ জাতকৰ ওপৰত কাহানিও নপৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

প্ৰেমৰ সম্পৰ্ক ভালে ৰাখিবলৈ সম্পৰ্কত এইকেইটা সমীকৰণ মানি চলাটো জৰুৰী, জানি থওক ১০টা সহজ সমীকৰণ

পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত

পৰকীয়া প্ৰেমৰ পৰিণতি! পত্নীয়ে ল’লে ভয়ংকৰ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.