• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

2 years ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

15 minutes ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

2 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

3 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

3 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

4 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

4 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

20 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

21 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

22 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

23 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

1 day ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক

editor by editor
May 25, 2024
in অপৰাধ, জীৱনশৈলী, বিবিধ, বিশ্ব
0
স্বীকাৰোক্তি শুনিলে হলীউডৰ থ্ৰিলাৰ ছবি যেন লাগিব! কেনেকৈ শেষ কৰা হ’ল বাংলাদেশী সাংসদ আনোয়াৰুলক? সবিশেষ কাহিনী জানক
0
SHARES
262
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সময়ৰ সৈতে বাংলাদেশৰ সাংসদ আনোয়াৰুল আজিম হত্যাকাণ্ডৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ কলকাতালৈ চিকিৎসা কৰাবলৈ আহি প্ৰাণ হেৰুৱালে বাংলাদেশী সাংসদজনে৷ কলকাতাত চিকিৎসা কৰাবলৈ আহি কেনেকৈ মৃত্যুক সাবটিলে সেই নৃশংসতাৰ খবৰ শুনিলে শিঁয়ৰি উঠিব আপুনি৷ হলীউড-বলীউডৰ থ্ৰিলাৰ চিনেমাইয়ো হাৰ মানিব এই নৃশংসতাৰ ওচৰত৷ হত্যাৰ ঘটনাত ধৃত কচাই জিহাদক নেৰানেপেৰা জেৰা চলাই আৰক্ষীয়ে ওলিয়াইছে তথ্য৷ আনোয়াৰুলৰ দেহ মুঠ ৮০ টুকুৰা কৰি নিউটাউন, ভাঙড় এলেকাৰ নানান স্থানৰ জলাশয়ত দলিয়াই দিয়া হৈছিল৷

এই কামৰ বিনিময়ত লাভ কৰিছিল ৫০০০ টকা৷ ধৃত জিহাদে লগতে দিয়া স্বীকাৰোক্তিৰ পাছত একাংশৰ মত, যিসমূহ খণ্ডাংশ উদ্ধাৰ হৈছে সেয়া একেবাৰে গলি গৈছে৷ ইতিমধ্যেই কোনো জলচৰ প্ৰাণীৰ খাদ্যও হৈছে বহু খণ্ড৷ বিগত ১২ মেত কলকাতালৈ চিকিৎসা কৰাবলৈ আহিছিল ঝিনাইদহৰ সাংসদ আনোয়াৰুল আজিম৷ ১৩ তাৰিখে নিশা নিউটাউনৰ এটা ফ্লেটত হত্যা কৰা হয় আনোৱাৰুলক৷ দুদিন ধৰি নিখোঁজ হৈ থকাৰ পাছত তেওঁৰ হত্যা সম্পৰ্কে নিশ্চিত হয় আৰক্ষী৷

এই ঘটনাৰ তদন্তভাৰ অৰ্পন কৰা হয় চিআইডিৰ হাতত৷ হত্যাত জড়িত থকাৰ সন্দেহত বাংলাদেশৰ পৰা তিনিজনক গ্ৰেপ্তাৰো কৰা হয়৷ অন্যহাতে বনগাঁৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জিহাদ আৰু ছিয়াম নামৰ দুই ব্যক্তিক৷ এওঁলোকৰ মাজত জিহাদ হৈছে কছাই৷ বাংলাদেশৰ বাসিন্দা হ’লেও জিহাদে মুম্বাইত থাকি কাম কৰে৷ জেৰাৰ অন্তত লাভ কৰা তথ্য অনুসৰি, সাংসদক হত্যা কৰাৰ বাবে তাৰ চুপাৰী দিয়া হৈছিল৷ মুম্বাইৰ পৰা কলকাতালৈ আহি কাম শেষ কৰাৰ পাছত বনগাঁ সীমান্ত হৈ বাংলাদেশলৈ পলাই যোৱাৰ বাবে সাঁজু হৈছিল জিহাদ৷

পলোৱাৰ সময়তে আৰক্ষীৰ হাতত ধৰা পৰে৷ হত্যাৰ পাছত সাংসদৰ দেহ টুকুৰা কৰি ভাঙৰে এলেকাৰ জলাশয়ত দলিয়াই দিয়া হয়৷ তাৰপাছতেই বৃহস্পতিবাৰে নিশা জলাশয়ত তালাছি চলাইয়ো এটা অংশ উদ্ধাৰ কৰিব নোৱাৰিলে৷ শুকুৰবাৰে ধৃতসকলক জেৰা কৰি আৰু এক চাঞ্চল্যকৰ তথ্য হাতত পৰিছে আৰক্ষীৰ৷ ভাইৰেল খবৰ অনুসৰি ৫০০০ টকা দিয়া হৈছিল জিহাদক৷ হত্যাৰ পাছতেই আনোৱাৰুলৰ দেহ ৮০ টুকুৰা কৰা হয়৷ মস্তিষ্ক সম্পূৰ্ণ গুড়ি কৰি দিয়া হয়৷ হাড়, মাংস, পৃথক কৰি কাটি হালধী সানি টুকুৰাবোৰ বিভিন্ন স্থানত পেলাই দিয়া হয়৷ যাৰবাবে দেহৰ অংশ বিচাৰি পোৱা কঠিন হৈ পৰিছে৷ তদন্তত পোহৰলৈ অহা অনুসৰি ২০০ কোটি টকাৰ চুপাৰি দি সাংসদ আনোয়াৰুলক হত্যা কৰোৱা হৈছে৷ এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড হৈছে ছাহিন৷ পূৰ্বেও একাধিকবাৰ সাংসদগৰাকীক হত্যাৰ ধমকি দিছিল ছাহিনে৷ প্ৰথমে ঢাকাৰ গুলছান আৰু পাছত কলকাতাৰ নিউমাৰ্কেটত বাহৰ পাতিছিল হত্যাকাৰী দলে৷ এইক্ষেত্ৰত ছাহিনৰ সংগী আছিল এগৰাকী নাৰী৷ ছাহিনৰ লগ দিছিল বান্ধৱী শিলাস্তিয়ে৷ শেষপৰ্যন্ত আনোয়াৰুলক শিলাস্তিৰ হালিট্ৰেপত পেলাই নিউটাউনৰ ফ্লেটত হত্যা কৰা হয় বুলি অনুমান কৰিছে তদন্তকাৰী দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

January 30, 2026
Next Post
ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?

ডিভোৰ্ছ হ’লে হাৰ্দিকৰ ৭০শতাংশ সম্পত্তি নাতাশাৰ! বিচ্ছেদৰ জল্পনাৰ মাজতেই আন এক চৰ্চা, কিমান সত্য এই কথা?

উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস

উন্মোচিত হ’ল ‘প্ৰেম এনেকুৱাই’ শীৰ্ষক উপন্যাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.