• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাটক বন্ধ কৰক, লকডাউনৰ ক্ষতিপূৰণ দিয়কঃ অখিল গগৈ

নাটক বন্ধ কৰক, লকডাউনৰ ক্ষতিপূৰণ দিয়কঃ অখিল গগৈ

6 years ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

15 minutes ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

35 minutes ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

1 hour ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

2 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

3 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

15 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

15 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

15 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

15 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

16 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নাটক বন্ধ কৰক, লকডাউনৰ ক্ষতিপূৰণ দিয়কঃ অখিল গগৈ

অৰ্থনীতিৰ কঁকাল ভাঙি পেলালে লকডাউনে

editor by editor
September 26, 2020
in অসম, ৰাজনীতি
0
নাটক বন্ধ কৰক, লকডাউনৰ ক্ষতিপূৰণ দিয়কঃ অখিল গগৈ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউনে সকলো জনগণৰ অর্থনৈতিক কঁকাল ভাঙি পেলালে। ক্ষতিগ্ৰস্ত জনগণক চৰকাৰে ক্ষতিপূৰণ দিয়ক। ক্ষতিপূৰণৰ দাবী কৰাৰ সকলো জনগণৰ অধিকাৰ আছে, সকলোৱে ক্ষতিপূৰণ দাবী কৰা উচিত। অন্যান্য সৰু-সুৰা কথাৰ ভিতৰত লকডাউনৰ ক্ষতিৰ প্ৰশ্নটো লুকুৱাব খোজা হৈছে। মই সমগ্ৰ অসমবাসীক আহ্বান জনাওঁ, আন সকলো কথাতকৈ লকডাউনৰ ক্ষতিপূৰণৰ দাবীটোক গুৰুত্ব দিয়ক। নিজক বচাবলৈ, ৰাইজক বচাবলৈ, জাতিক বচাবলৈ, দেশৰ অর্থনীতিক ৰক্ষা কৰিবলৈ লকডাউনৰ ক্ষতিপূৰণ আমি দাবী কৰিবই লাগিব। চৰকাৰে লকডাউন ঘোষণা কৰিছিল, সেই লকডাউন আছিল অপৰিকল্পিত, সেই লকডাউনে ক’ৰোনা ভাইৰাছৰ পৰাও দেশক নবচালে, কিন্তু সেই লকডাউনে আমাৰ অর্থনীতি ভাঙি পেলালে। গতিকে চৰকাৰৰ নিজৰ এই অদূৰদর্শী কামৰ ক্ষতিপূৰণ দিবই লাগিব। চৰকাৰে জনতাক লকডাউনৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰক। চৰকাৰে জনতাক আভুৱা ভাঁৰি নির্বাচনত ভোট ল’বলৈ কৰা খুচুৰা-খুচুৰি আঁচনিবোৰ বন্ধ কৰক। এই খুচুৰা আঁচনিবোৰেৰে জনতাক অপমানিত কৰা হৈছে, ৰাইজক বিপথে পৰিচালিত কৰা হৈছে। এই নাটক বন্ধ কৰক। অসমবাসী প্ৰতিটো পৰিয়ালক অহা ছমাহলৈ মাহে কমেও ১০,০০০ টকাকৈ ক্ষতিপূৰণ দিয়ক। সকলো কোম্পানী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কর্মচাৰীৰ লকডাউনৰ সময়ৰ দৰমহা আৰু সকলোৰে চাকৰি ঘূৰাই দিয়ক, তাৰ বাবে চৰকাৰে প্ৰতিষ্ঠানসমূহক বিত্তীয় সাহায্য দিয়ক। সকলো ব্যৱসায়ী, বৃত্তিজীৱী, MSMEৰ কৰ ৰেহাই দিয়ক আৰু ঋণৰ কিস্তি ৰেহাই দিয়ক, আৰু শূন্য সুদত নতুন ঋণ দিয়ক। সকলো কৃষি ঋণ আৰু মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়ক। অসমৰ সকলো চৰকাৰী-বেচৰকাৰী বিভাগ, প্ৰতিষ্ঠান, কোম্পানীত ১০০% থলুৱা নিবনুৱাৰ নিযুক্তিৰ ব্যৱস্থা কৰক। অন্য সকলো কাম, সকলো আন্দোলন স্থগিত ৰাখি লকডাউনৰ ক্ষতিপূৰণৰ দাবীটো শক্তিশালী কৰক। নহ’লে ৰাইজ নাবাচে, জাতি ভাগি পৰিব, দেশ ডুবিব।

(চিকিৎসাৰ বাবে GMCHলৈ অহাৰ সময়ত সাংবাদিকৰ হাতত এই লেখা তুলি দিলে অখিল গগৈয়ে)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam live 24Assam-Govtaxom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

September 8, 2026
বিপদত ৰাহুল গান্ধী!
ৰাজনীতি

বিপদত ৰাহুল গান্ধী!

September 8, 2026
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

September 8, 2026
Next Post
আৰক্ষীৰ পৰীক্ষা কেলেংকাৰিত কৃষি বিভাগৰ কৰ্মচাৰীও

আৰক্ষীৰ পৰীক্ষা কেলেংকাৰিত কৃষি বিভাগৰ কৰ্মচাৰীও

ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিবনে?

ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিবনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.