• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

2 years ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

19 minutes ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

44 minutes ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

2 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

2 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

3 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

4 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

5 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

5 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

6 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

6 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

7 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

editor by editor
May 27, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব
0
আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ
0
SHARES
744
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহি আছে অধিক ভয়ংকৰ ভাইৰাচ! চীনে লেবত প্ৰস্তুত কৰিছে এনে ভাইৰাছ যিয়ে ৩ দিনতে কাঢ়িব প্ৰাণ

বিশ্ব বাসীক কৰ’ণা উপহাৰ দিয়া ৰঙা চীনে এইবাৰ আনি আছে অতিকে মাৰাত্মত আন এক ভাইৰাছ। এই নতুন ভাইৰাছ ইমানেই ভয়ংকৰ যে, মাথো তিনিদিনৰ ভিতৰেত প্ৰাণ কাঢ়িব এই ভাইৰাছে। চীনে এই নতুন ভয়ংকৰ ভাইৰাছ বিধ নিজে লেবত প্ৰস্তুত কৰি আছে।

চীনৰ হেবেই মেডিকেল ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে ইব’লাৰ কিছু অংশ ব্যৱহাৰ কৰি ভাইৰাছৰ নতুন ধৰণ প্ৰস্তুত কৰিছে। এই তথ্যই এতিয়া আশংকা বৃদ্ধি কৰিছে কাৰণ এই ৰোগ সৃষ্টিকাৰী জীৱাণুৱে তিনিদিনৰ ভিতৰতে সম্ভাৱনাময়ভাৱে মৃত্যু ঘটাব পাৰে। জিনীয়ভাৱে পৰিৱৰ্তিত এই নতুন ভাইৰাছবিধ এনে এটা ভিন্নতা বুলি প্ৰমাণিত হয় যিয়ে লেব হামষ্টাৰক সংস্পৰ্শলৈ অহাৰ মাত্ৰ তিনিদিনৰ ভিতৰতে প্ৰাণ কাঢ়িব বুলি কোৱা হৈছে।

সমগ্ৰ বিশ্বতে কোটিৰ ঘৰত লোকৰ মৃত্যু হোৱাৰ কৰাণ কৰ’ণা ভাইৰাছ (ক’ভিড-১৯) চীনৰ য়ুহানৰ লেবৰ পৰা ফাদিল হোৱা বুলি প্ৰচলিত হোৱাৰ পাছতে এইবাৰ একেই চীনৰ পৰা ষড়যন্ত্ৰমূলক তত্ত্বৰ মাজতে আহিছে আন এক নতুন ভাইৰাছৰ ভাবুকি।

শেহতীয়াকৈ বিজ্ঞান ডাইৰেক্টত প্ৰকাশিত এই অধ্যয়নত প্ৰকাশ পাইছে যে গৱেষকসকলে গৱেষণাগাৰত ইব’লা ভাইৰাছত পোৱা গ্লাইকোপ্ৰটিন ব্যৱহাৰ কৰিছে, যাৰ ফলত ভাইৰাছবিধে কোষক সংক্ৰমিত কৰি সমগ্ৰ মানৱ শৰীৰত বিয়পি পৰাৰ কাৰণ হৈ পৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chinaChina Labcorona virusCovid VirusNew VirusNew Virus China
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?
জীৱনশৈলী

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

August 31, 2026
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?
ভাৰত

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

August 31, 2026
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ
জীৱনশৈলী

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

August 31, 2026
Next Post
কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

কঁপি উঠিল হলিউড, ৰাজপথত আততায়ীৰ হঠাতে কৰা আক্ৰমণত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতাই

বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য…

বিতৰ্কৰ মাজত ৰিয়ান পৰাগ! ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'ৰ স্ক্ৰীণশ্বট, পাছে কিমানদুৰ সত্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.