আৰক্ষীৰ পৰীক্ষা কেলেংকাৰিত কৃষি বিভাগৰ কৰ্মচাৰীও। তিনিচুকীয়াত আৰক্ষীয়ে পতা জালত পৰিল পি কে দত্তৰ ব্যক্তিগত সহায়ক। চিগাৰেট বেচা বিজেপি নেতা দিবন ডেকাৰ গুৱাহাটীৰ দুখন ঘৰত অভিযান। আৰক্ষীৰ জালত এগৰাকী সভাপতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















