• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেমালৰ তাণ্ডৱৰ মাজতে অতিকে শোকাৱহ ঘটনা, মাটি খহি প্ৰাণ গ’ল ১০ গৰাকী লোকৰ

ৰেমালৰ তাণ্ডৱৰ মাজতে অতিকে শোকাৱহ ঘটনা, মাটি খহি প্ৰাণ গ’ল ১০ গৰাকী লোকৰ

2 years ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

2 minutes ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

26 minutes ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

1 hour ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

1 hour ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

2 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

3 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

4 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

5 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

5 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

5 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

6 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

ৰেমালৰ তাণ্ডৱৰ মাজতে অতিকে শোকাৱহ ঘটনা, মাটি খহি প্ৰাণ গ’ল ১০ গৰাকী লোকৰ

editor by editor
May 28, 2024
in উত্তৰ-পূব, ভাৰত
0
ৰেমালৰ তাণ্ডৱৰ মাজতে অতিকে শোকাৱহ ঘটনা, মাটি খহি প্ৰাণ গ’ল ১০ গৰাকী লোকৰ
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰেমালৰ তাণ্ডৱৰ মাজতে অতিকে শোকাৱহ ঘটনা, মাটি খহি প্ৰাণ গ’ল ১০ গৰাকী লোকৰ

কালিৰে পৰা উত্তৰপূৱৰ ৰাজ্যত খুন্দিয়াইছে ৰেমাল ঘূৰ্ণীয়ে। যাৰ ফলত বহু ঠাইত ধুমুহা, বতাহ, বৰষুণ। ইয়াৰ মাজতে মিজোৰামৰ ৰাজধানী আইজলৰ পৰা আহিছে এক অতিকে শোকাৱহ ঘটনাৰ খবৰ। মাটি খহি একেলগে প্ৰাণ হেৰুৱালে ১০ গৰাকীকৈ লোকে।

আইজলৰ উপকণ্ঠ অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভাঙি পৰে এটা খনি। এই দুৰ্ঘটনাত এতিয়ালৈকে দহজন লোকে প্ৰাণ হেৰুৱাইছে। উদ্ধাৰ কামত নিয়োজিত আৰক্ষী আৰু উদ্ধাৰকৰী দল। ধাৰাসাৰ বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠও বৃদ্ধি পাইছে। নদীৰ পাৰত বসবাস কৰা লোকসকলে ঘৰ এৰি নিৰাপদ স্থানলৈ যাব লগা হৈছে। ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী লাল দুহোমাই এখন বৈঠকৰ আহ্বান কৰে।

ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জনোৱা মতে, এতিয়ালৈকে ধ্বংসাৱশেষৰ পৰা দহটা মৃতদেহ উলিয়াই অনা হৈছে, আনহাতে বহু লোক এতিয়াও ইয়াৰ তলত পোত খাই আছে। বিষয়াসকলে জনোৱা মতে, নিহতসকলৰ ভিতৰত ৭ জন স্থানীয় লোক, আনহাতে তিনিজন অন্য ৰাজ্যৰ। লগতে ইয়াকো কয় যে, “এতিয়াও দহজনতকৈ অধিক লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে।”

ধাৰাসাৰ বৰষুণৰ বাবে বিভিন্ন অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। হান্থাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬ত হোৱা ভূমিস্খলনৰ ফলত দেশৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে আইজল। বৰষুণৰ বাবে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Heavy RainlandsliderailRemalremal Cyclone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি
অসম

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
Next Post
টাইটান ট্ৰেজেডীৰ ১১ মাহৰ পিছত যাত্ৰা নিৰাপদ বুলি প্ৰমাণ কৰিবলৈ টাইটানিক চাইটলৈ যাব আমেৰিকাৰ বিলিয়নাৰ

টাইটান ট্ৰেজেডীৰ ১১ মাহৰ পিছত যাত্ৰা নিৰাপদ বুলি প্ৰমাণ কৰিবলৈ টাইটানিক চাইটলৈ যাব আমেৰিকাৰ বিলিয়নাৰ

আজি বুঢ়া মঙলবাৰ, হনুমানৰ এই মন্ত্ৰ জপ কৰক, ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ

আজি বুঢ়া মঙলবাৰ, হনুমানৰ এই মন্ত্ৰ জপ কৰক, ভাগ্য উদয় হ'ব ৪ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.