• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিলে পাকিস্তানৰ বাবৰ আজমে, এতিয়া এই ক্ষেত্ৰত বিশ্বৰ ১ নম্বৰ খেলুৱৈ বাবৰ

বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিলে পাকিস্তানৰ বাবৰ আজমে, এতিয়া এই ক্ষেত্ৰত বিশ্বৰ ১ নম্বৰ খেলুৱৈ বাবৰ

2 years ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

1 hour ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

2 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

2 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

3 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

4 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

5 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

6 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

7 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

8 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

8 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিলে পাকিস্তানৰ বাবৰ আজমে, এতিয়া এই ক্ষেত্ৰত বিশ্বৰ ১ নম্বৰ খেলুৱৈ বাবৰ

editor by editor
May 31, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিলে পাকিস্তানৰ বাবৰ আজমে, এতিয়া এই ক্ষেত্ৰত বিশ্বৰ ১ নম্বৰ খেলুৱৈ বাবৰ
0
SHARES
4.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰিলে পাকিস্তানৰ বাবৰ আজমে, এতিয়া এই ক্ষেত্ৰত বিশ্বৰ ১ নম্বৰ খেলুৱৈ বাবৰ

টি-২০ বিশ্বকাপৰ পূৰ্বে ক্ৰিকেটৰ চুটি ফৰ্মেটত পাকিস্তানৰ অধিনায়ক বাবৰ আজমে নিজৰ নামত এক বৃহৎ অভিলেখ গঢ়িছে। ভাৰতীয় ধুৰন্ধৰ খেলুৱৈ বিৰাট কোহলীৰ ৰেকৰ্ড ভংগ কৰি নিজৰ নামত কৰিলে বাবৰে।

ইংলেণ্ডৰ আয়োজক দলৰ বিৰুদ্ধে শৃংখলাৰ চতুৰ্থ আৰু অন্তিমখন টি-২০ মেচত বাবৰে এই কৃতিত্ব অৰ্জন কৰে। এই মেচখনত বাবৰে ২২টা বলত ৩৬ ৰানৰ ইনিংছ খেলিছিল য’ত ৫টা চাৰি আৰু এটা ছয় আছিল। এই চুটি ইনিংছৰ পাছতে বাবৰে টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীক পিছ পেলাই।

বৰ্তমানে ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে বাবৰ। লণ্ডনৰ কেনিংটন অভালত খেলা এই মেচখনত বাবৰে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো ৪০০০ ৰান সম্পূৰ্ণ কৰে।

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়গৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছে বাবৰ আজম। এই তালিকাত বিৰাট কোহলীয়ে ৪০৩৭ ৰানেৰে প্ৰথম স্থানত থকাৰ বিপৰীতে বাবৰে ৪০২৩ ৰানেৰে দ্বিতীয় স্থানত আছে।

বাবৰে ইংলেণ্ডৰ বিৰুদ্ধে এতিয়ালৈকে মুঠ ১৮খন টি-২০ মেচ খেলিছে য’ত তেওঁ ৬৬০ ৰান সংগ্ৰহ কৰিছে, আনহাতে বিৰাট কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে খেলা সামগ্ৰিক ২০খন টি-২০ মেচত (ENG vs PAK) ৬৩৯ ৰান সংগ্ৰহ কৰিছে। এই তালিকাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চে ৬১৯ ৰান সংগ্ৰহ কৰি তৃতীয় স্থানত আছে আৰু পাকিস্তানৰ উইকেটকীপাৰ মহম্মদ ৰিজৱানে ৫৬০ ৰানেৰে চতুৰ্থ স্থানত আছে।

কেৱল এই ৰেকৰ্ডেই নহয়, ৪০০০ ৰানৰ ক্ষেত্ৰতো ৰিবাটৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে বাবৰ। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত বিৰাট প্ৰথম হোৱাৰ বিপৰীতে বাবৰ দ্বিতীয় আৰু ৰোহিত শৰ্মা তৃতীয় স্থানত আছে। পাছে বাবৰে মাত্ৰ আৰু ১৫ ৰান সংগ্ৰহ কৰিলেই বিৰাট কোহলীৰ এই ৰেকৰ্ডো ভংগ হব।

উল্লেখ্য যে, বাবৰ আজম পাকিস্তানৰ প্ৰথমগৰাকী খেলুৱৈ, যিয়ে ৪০০০ ৰানৰ ঘৰ স্পৰ্শ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Babar AzomcricketCricket world CupPakistani Cricketervirat kohliworld record
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?
বিবিধ

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

June 24, 2026
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন
প্ৰযুক্তি

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

June 24, 2026
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান
বিনোদন

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

June 24, 2026
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ
বিশ্ব

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

June 24, 2026
Next Post
নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি

নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি

সময় মাজত আৰু মাত্ৰ ১২ ঘণ্টা! উত্তৰ নিদিলে শিক্ষক লাবুমনিৰ বিৰুদ্ধে শিক্ষাবিভাগে  ল’ব একশ্ব্যন

সময় মাজত আৰু মাত্ৰ ১২ ঘণ্টা! উত্তৰ নিদিলে শিক্ষক লাবুমনিৰ বিৰুদ্ধে শিক্ষাবিভাগে ল'ব একশ্ব্যন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.