• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি

নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি

2 years ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

51 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

3 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

11 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

12 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

14 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

14 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

15 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি

editor by editor
May 31, 2024
in ভাৰত
0
নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি

কৰুণ ভিডিঅ’, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’ দেখি সহশ্ৰজনে দুখ ব্যক্ত কৰিছে। এগৰাকী জোৱানৰ হঠাতে মৃত্যু। নৃত্যৰে এটা ভাগ বুলি দৰ্শকে বজাই থাকিল চাপৰি, পাছে সেয়া আছিল মৃত্যু।

নাচি বাগি মনোৰঞ্জন কৰি থাকোতেই হঠাতে পৰি মৃ্ত্যু জোৱানৰ, দৰ্শকে নৃত্যৰে এটা ভাগ বুলি বজাই থাকিল হাত চাপৰি। পাছতহে জানিব পাৰি লাগি যায় হুৱাদুৱা। এক যোগাসন কেন্দ্ৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসিৰ, মধ্যপ্ৰদেশৰ ইন্দোৰত আজি এক যোগাসন কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠান বিশেষে তালৈ আহিছিল এগৰাকী অৱসৰপ্ৰাপ্ত জোৱান। জোৱানগৰাকীয়ে তাত উপস্থিত থকা লোক সকলৰ সমুখত দেশপ্ৰেমমূলক এক গীতত নৃত্য প্ৰদৰ্শন কৰি আছিল।

ত্ৰিৰংগা লৈয়ো দৰ্শকৰ মাজলৈ নাচি নাচি গৈছিল। পুনৰ মঞ্চলৈ উভতি আহি নাচি থাকোতেই হঠাতে হাতৰ পৰা ত্ৰিৰংগা পৰি যায় আৰু লোকগৰাকীয়ো লাহে লাহে শুই পৰে। অন্য এজনে আগবাঢ়ি আহি ত্ৰিৰংগাখন উৰাই দি থাকে। লগতে দৰ্শকেও সেয়া সকলো চাই হাত চাপৰি বজাই থাকে।

https://x.com/Delhiite_/status/1796493039474725184

কোনেও ভুলতো ভাবিব নোৱাৰে জোৱান গৰাকী পৰি যোৱাটো নৃত্যৰ ভাগ নহয় বৰঞ্চ সেয়া মৃত্যু। দৰ্শকৰ হাত চাপৰি পৰিয়ে থাকে। গীত শেষ হোৱাতহে যেতিয়া জোৱানগৰাকী উঠি নবহে তেতিয়াহে তত্ ঘুৰি আহে সকলোৰে। ওচৰ চাপি গৈ পৰীক্ষা কৰি দেখে মৃত্যু হয় জোৱানগৰাকীৰ।

লগে লগে হুৱাদুৱা লাগি যায়। শোকে আগুৰি ধৰে কেন্দ্ৰটো। জানিব পৰা মতে জোৱান গৰাকীৰ নাম বলবীৰ সিং ছাৱড়া, বয়স ৭৩ বছৰ। তেখেতৰ হঠাতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুৰ আশংকা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহ। উল্লেখ্য যে, পূৰ্বেই তেখেতে সম্পূৰ্ণ শৰীৰ দান কৰি থৈছে চিকিৎসা ক্ষেত্ৰৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Man Viedsocial mediaSocial Media Viral Videoviral photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
সময় মাজত আৰু মাত্ৰ ১২ ঘণ্টা! উত্তৰ নিদিলে শিক্ষক লাবুমনিৰ বিৰুদ্ধে শিক্ষাবিভাগে  ল’ব একশ্ব্যন

সময় মাজত আৰু মাত্ৰ ১২ ঘণ্টা! উত্তৰ নিদিলে শিক্ষক লাবুমনিৰ বিৰুদ্ধে শিক্ষাবিভাগে ল'ব একশ্ব্যন

৭৫০০ কোটি টকা ক্ৰুজৰ ভাড়া! আম্বানী পুত্ৰৰ দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠানৰ খৰচ শুনিলে আচৰিত হ’ব আপুনিও 

৭৫০০ কোটি টকা ক্ৰুজৰ ভাড়া! আম্বানী পুত্ৰৰ দ্বিতীয় প্ৰাক বিবাহৰ অনুষ্ঠানৰ খৰচ শুনিলে আচৰিত হ'ব আপুনিও 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.