• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰায়বৰেলীক মাতৃ ছোনীয়াতকৈয়ো বেছি ভোটত জিকিল ৰাহুল, ৱাইনাডত জয়ী হ’লেও কমিল ভোট

ৰায়বৰেলীক মাতৃ ছোনীয়াতকৈয়ো বেছি ভোটত জিকিল ৰাহুল, ৱাইনাডত জয়ী হ’লেও কমিল ভোট

2 years ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

14 minutes ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

39 minutes ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

1 hour ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

1 hour ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

2 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

3 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

3 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

4 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

5 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

13 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

14 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰায়বৰেলীক মাতৃ ছোনীয়াতকৈয়ো বেছি ভোটত জিকিল ৰাহুল, ৱাইনাডত জয়ী হ’লেও কমিল ভোট

ৰায়বৰেলীক মাতৃ ছোনীয়াতকৈয়ো বেছি ভোটত জিকিল ৰাহুল, ৱাইনাডত জয়ী হ’লেও কমিল ভোট

editor by editor
June 5, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ৰায়বৰেলীক মাতৃ ছোনীয়াতকৈয়ো বেছি ভোটত জিকিল ৰাহুল, ৱাইনাডত জয়ী হ’লেও কমিল ভোট
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃ ছোনীয়া গান্ধীৰ নজিৰ ভাঙিলে ৰায়বৰেলীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধীয়ে৷ বিজেপি প্ৰাৰ্থী দীনেশপ্ৰতাপ সিংহক তিনি লাখ ৯০ হাজাৰ ৩০ টা ভোটৰ ব্যৱধানত হৰুৱালে ৰাহুল গান্ধীয়ে৷ ৰায়বৰেলীৰ ওপৰিও ৱাইনাডতো বিপুল ভোটত জয়লাভ কৰিছে ৰাহুলে৷ ৱাইনাডত বিজেপি প্ৰাৰ্থীক সুৰেন্দ্ৰনক ৩লাখ ৬৬ হাজাৰ ৪২২ টা ভোটত হৰুৱাইছে ৰাহুলে৷

২০১৯ চনত লোকসভা নিৰ্বাচনত ৰায়বৰেলীত ছোনীয়া গান্ধীৰ প্ৰতিদ্বন্দী আছিল দীনেশপ্ৰতাপ৷ ২০০৪ চনৰ পৰা উত্তৰপ্ৰদেশৰ ৰায়বৰেলী আসন ছোনীয়া গান্ধীৰ হাতত আছিল৷ ২০১৯ চনত তেওঁ ৩লাখ ৬৭ হাজাৰ ভোটত জয়ী হৈছিল দীনেশপ্ৰতাপৰ বিৰুদ্ধে৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যসভালৈ গৈছে ছোনীয়া গান্ধী৷ কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা হৈছিল য়ে লোকসভা নিৰ্বাচনত আৰু তেওঁ কেতিয়াও প্ৰতিদ্বন্দিতা নকৰে৷ ছোনীয়াৰ পাছতেই সেই আসনত যুঁজ দিছে ৰাহুল গান্ধীয়ে৷

২০১৯ চনৰ উত্তৰপ্ৰদেশৰ আমেঠিৰ আসনত বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হৈছিল ৰাহুল গান্ধী৷ আমেঠিত পৰাস্ত হ’লেও কেৰালাৰ ৱাইনাড আসনত জয়ী হৈছিল ৰাহুল৷ ৱাইনাডত ৭লাখ ৬হাজাৰ ৩৬৭ ভোটত জয়ী হৈছিল ৰাহুল৷ এইবাৰো ৱাইনাডত বিপুল ভোটত জয়ী হৈছে ৰাহুল গান্ধী৷ এইবাৰ অৱশ্যে ৱাইনাডত ভোট কিছু কমিছে ৰাহুলৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?
ভাৰত

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
Next Post
ৰাম মন্দিৰ আমিয়েই বনালো…! অথচ অযোধ্যাস্থিত ফৈজাবাদ সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়, কাৰণ কি?

ৰাম মন্দিৰ আমিয়েই বনালো…! অথচ অযোধ্যাস্থিত ফৈজাবাদ সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়, কাৰণ কি?

একেখন বিমানত দিল্লীলৈ তেজস্বী-নীতিশ! পাভলুটি মৰা নীতিশেই সলনি কৰিব চৰকাৰ?

একেখন বিমানত দিল্লীলৈ তেজস্বী-নীতিশ! পাভলুটি মৰা নীতিশেই সলনি কৰিব চৰকাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.