• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্দিৰৰ দানপাত্ৰ খুলি হতবাক, দানত উঠিল ১৭ কোটি টকা, বহু সোণ-ৰূপৰ বিস্কুট, টকা গণি কৰিব নাই শেষ

মন্দিৰৰ দানপাত্ৰ খুলি হতবাক, দানত উঠিল ১৭ কোটি টকা, বহু সোণ-ৰূপৰ বিস্কুট, টকা গণি কৰিব নাই শেষ

2 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

4 minutes ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

30 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

58 minutes ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

1 hour ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

3 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

3 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

5 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

6 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

7 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মন্দিৰৰ দানপাত্ৰ খুলি হতবাক, দানত উঠিল ১৭ কোটি টকা, বহু সোণ-ৰূপৰ বিস্কুট, টকা গণি কৰিব নাই শেষ

editor by editor
June 11, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
মন্দিৰৰ দানপাত্ৰ খুলি হতবাক, দানত উঠিল ১৭ কোটি টকা, বহু সোণ-ৰূপৰ বিস্কুট, টকা গণি কৰিব নাই শেষ
0
SHARES
465
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মন্দিৰৰ দানপাত্ৰ খুলি হতবাক, দানত উঠিল ১৭ কোটি টকা, বহু সোণ-ৰূপৰ বিস্কুট, টকা গণি কৰিব নাই শেষ

ভাৰতৰ এটা মন্দিৰ, যি মন্দিৰৰ দানপাত্ৰ খুলি আচৰিত হৈ পৰে মন্দিৰ কৰ্তৃপক্ষ। মাহৰ মূৰত এবাৰ খোল খোৱা দানপাত্ৰত এইবাৰ একেলগে ওলাল ১৭ কোটি টকাৰো অধিক লগতে ১৫ খন সোণৰ বিস্কুট আৰু বহুতো কিবা কিবি।

ৰাজস্থানৰ প্ৰসিদ্ধ সাৱলীয়া শেঠ মন্দিৰত এইদৰে ওলাল কোটি কোটি নগদ ধন। টকা গণি শেষ কৰিব পৰা নাই মন্দিৰ কৰ্তৃপক্ষ। প্ৰতিদিনে ৰাজস্থানৰ চিত্তৰগড় জিলাৰ বিখ্যাত কৃষ্ণ ধাম সাৱলীয়া শেঠ মন্দিৰত উপস্থিত হয় লাখ লাখ ভক্ত।

নিজৰ ভক্তি অনুযায়ী ভক্তসকলে ইয়াত ভগৱানৰ চৰণত প্ৰসাদ আগবঢ়ায়। মন্দিৰৰ ভঁৰাল অৰ্থাৎ দানপাত্ৰ প্ৰতিমাহে খোলা হয়, য’ৰ পৰা নগদ ধন আৰু কোটি কোটি টকাৰ সোণ-ৰূপৰ গহনা ওলাই আহে।

https://x.com/Rajasthanfirst_/status/1800388603324829811

এইবাৰো খোলা দানপাত্ৰত নগদ ধন, সোণ আৰু ৰূপৰ গহনা আৰু সোণৰ বিস্কুট পোৱা গৈছে। নগদ ধনৰ কথা ক’বলৈ গ’লে প্ৰায় ১৭ কোটি টকা আৰু মুঠ খনটা সোণৰ বিস্কুট পোৱা গৈছে। এই পৰিমাণ ৪টা কৈ কৰা ৰাউণ্ডৰ গণনাত প্ৰকাশ পাইছে।

ইয়াৰ উপৰিও অনলাইন আৰু সভাকক্ষৰ পৰা ৩ কোটি ৬৪ লাখ ৮৯ হাজাৰ টকা দানত আহে। সৰ্বমুঠ ১৭ কোটি ১২ লাখ ৭৪ হাজাৰ ৯৮৪ টকা দান হিচাপে আহে সাৱলীয়া শেঠ মন্দিৰলৈ। দানৰ সেই টকা গণনাৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ইয়াৰ উপৰিও ভক্তই ১০০ গ্ৰামকৈ থকা ১৫টখন সোণৰ বিস্কুট আগবঢ়াযইছে। গহনাৰ কথা ক’বলৈ গ’লে এইবাৰ দান কৰা সোণৰ বিস্কুট আৰু মন্দিৰলৈ আগবঢোৱা উপহাৰৰ সোণ যোগ কৰি ১ কেজি ৮৪৯ গ্ৰাম ৫১০ মিলিগ্ৰাম পোৱা গৈছে। একে সময়তে এইবাৰ লাভ কৰিছে অভিলেখ সংখ্যক ৰূপ। ৬৮ কেজি ৬ গ্ৰাম ৫০০ মিলিগ্ৰাম ৰূপৰ গহনা পোৱা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: donationIndian TempleMoney DonationRajasthan TempletempleTemple Donation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
Next Post
অতিকে শোকাৱহ, এক দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৪ জনকৈ ইউটিউবাৰে

অতিকে শোকাৱহ, এক দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৪ জনকৈ ইউটিউবাৰে

বুধ গ্ৰহৰ বাবে জীৱন চমকি উঠিব এই ৫ ৰাশিৰ, সকলো বাধা আঁতৰিব, সফলতা আহিব

বুধ গ্ৰহৰ বাবে জীৱন চমকি উঠিব এই ৫ ৰাশিৰ, সকলো বাধা আঁতৰিব, সফলতা আহিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.