• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীৰ আত্মপ্ৰচাৰ আৰু বিভাগক পয়ালগা অৱস্থাৰ বাবেই এই ৰে’ল দুৰ্ঘটনা, বিৰোধীয়ে দুৰ্ঘটনাক লৈ টাৰ্গেট কিয় কৰিলে শাসক দলক?

মোদীৰ আত্মপ্ৰচাৰ আৰু বিভাগক পয়ালগা অৱস্থাৰ বাবেই এই ৰে’ল দুৰ্ঘটনা, বিৰোধীয়ে দুৰ্ঘটনাক লৈ টাৰ্গেট কিয় কৰিলে শাসক দলক?

2 years ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

6 minutes ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

41 minutes ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

1 hour ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

2 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

2 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

3 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

4 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

6 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

7 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

8 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মোদীৰ আত্মপ্ৰচাৰ আৰু বিভাগক পয়ালগা অৱস্থাৰ বাবেই এই ৰে’ল দুৰ্ঘটনা, বিৰোধীয়ে দুৰ্ঘটনাক লৈ টাৰ্গেট কিয় কৰিলে শাসক দলক?

মোদীৰ আত্মপ্ৰচাৰ আৰু বিভাগক পয়ালগা অৱস্থাৰ বাবেই এই ৰে’ল দুৰ্ঘটনা, বিৰোধীয়ে দুৰ্ঘটনাক লৈ টাৰ্গেট কিয় কৰিলে শাসক দলক?

editor by editor
June 17, 2024
in বিবিধ, ভাৰত, লেখা
0
মোদীৰ আত্মপ্ৰচাৰ আৰু বিভাগক পয়ালগা অৱস্থাৰ বাবেই এই ৰে’ল দুৰ্ঘটনা, বিৰোধীয়ে দুৰ্ঘটনাক লৈ টাৰ্গেট কিয় কৰিলে শাসক দলক?
0
SHARES
197
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিম বংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত বৰ্তমানলৈকে ১৫ জন লোকে মৃত্যু হৈছে। আনহাতে ৬০ জনতকৈয়ো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি আজি পুৱা প্ৰায় ৯ বজাত কলকাতাৰ ছিয়ালদাহলৈ যোৱা কাঞ্চনজংগা এক্সপ্ৰেছত এখন মালবাহী ট্ৰেইন খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত কাঞ্চনজংঘা ৰে’লখন ট্ৰেকত থিয় হৈ আছিল। দুৰ্ঘটনাত ৰে’লখনৰ ৩টা কোচ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰিছে৷

প্ৰাথমিক তদন্তত দুৰ্ঘটনাৰ কাৰণ ছিগনেলি বিভ্ৰাট বুলি জানিব পৰা গৈছে৷ সম্প্ৰতি ৰে’ল আৰক্ষী, ৰাজ্যিক প্ৰশাসনিক দলে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰে’লৱেই জাৰি কৰিছে হেল্পলাইন নম্বৰ। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱও ঘটনাস্থলীলৈ ৰাওনা হৈছে। আহত আৰু মৃতকৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৰে’লৱেই। ঘটনাক লৈ বিৰোধীয়ে এইবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসক দলক৷ এই ঘটনাৰ কেইটামান বিগ আপডেট৷

https://x.com/kharge/status/1802595004646633927

১) ৰে’ল বিভাগত মুখ্য কাৰ্যবাহী বিষয়া তথা অধ্যক্ষ জয়া সিনহাই কয় যে মালবাহী ৰে’লখনৰ চালকে সংকেতক গুৰুত্ব নিদি আগবঢ়াৰ বাবেই সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত মালবাহী ট্ৰেইনৰ পাইলট আৰু সহ পাইলটে থিতাতে সাবটি লৈছে মৃত্যুক৷ বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান৷

২)  দুৰ্ঘটনাৰ পিছত কংগ্ৰেছ দলে উত্থাপন কৰিছে কেইবাটাও প্ৰশ্ন৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে কয়, ‘পশ্চিমবংগৰ জলপাইগুৰিত কাঞ্চনজংগা এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে৷ বহু লোক আহত হোৱাৰো খবৰ আহিছে৷ এই খবৰ লাভ কৰি আমিও অত্যন্ত দুখী৷ দুৰ্ঘটনাৰ দৃশ্য সঁচায়ে অতি বেদনাদায়ক। আমি নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলকো আশু আৰোগ্য কামনা কৰিছো৷ বিগত ১০ বছৰত মোদী চৰকাৰৰ ৰে’লবিভাগক ভুলকৈ পৰিচালিত কৰাৰ বাবেই এই ঘটনা সংঘটিত হৈছে৷ আমি সচেতন বিৰোধী হিচাপে প্ৰধানমন্ত্ৰীক এই আহ্বানেই জনাম যে, আত্মপ্ৰচাৰ এৰক, এই দুৰ্ঘটনাই আকৌ এবাৰ ৰে’ল বিভাগৰ পয়ালগা অৱস্থাকেই দেখুৱাই দিছে৷’

৩) তদন্তত প্ৰকাশ পাইছে যে, মালবাহী ট্ৰেইনখন অভাৰলোড হোৱাই নহয় অতিৰিক্ত স্পীডতো আছিল। সেইবাবেই মালবাহী ট্ৰেইনখন সংঘৰ্ষত লিপ্ত হৈছিল বুলি জনাইছে তদন্তকাৰী দলে৷ 

৫) দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ  প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। আনহাতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?
ভাৰত

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

September 10, 2026
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!
অপৰাধ

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

September 10, 2026
Next Post
কৱচ চিষ্টেমে কিয় ৰোধ কৰিব নোৱাৰিলে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা? ক’ত গ’ল ১৬.৮৮ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা কৱচ চিষ্টেম?

কৱচ চিষ্টেমে কিয় ৰোধ কৰিব নোৱাৰিলে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা? ক’ত গ’ল ১৬.৮৮ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা কৱচ চিষ্টেম?

ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব

ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.