• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব

ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব

2 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

2 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

2 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

3 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

3 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

4 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

5 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

6 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

7 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

8 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

8 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব

editor by editor
June 17, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছুপাৰ ৮ ত কেতিয়া কাৰ কাৰ মাজত খেল, ভাৰতে কেতিয়া কাৰ বিৰুদ্ধে খেল পথাৰত নামিব

টি ২০ বিশ্বকাপৰ ছুপাৰ ৮ ৰ খেল আৰম্ভ হ’বলৈ মাজত আৰু মাথো দুটা দিন। অনুৰাগীৰ মাজত চাপ বৃদ্ধি পাইছে। উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰিয় দলক লৈ। ভাৰতীয় দলৰ বাবেও প্ৰাৰ্থনা কৰিছে দেশৰ অনুৰাগী সকলে।

শেষৰ আঠটা দলৰ মাজত ১২খন মেচ অনুষ্ঠিত হ’ব, চুপাৰ ৮ত এতিয়া কোন কোন দলৰ কেতিয়া মেচ অনুষ্ঠিত হ’ব, প্ৰকাশ পাইছে সম্পূৰ্ণ সূচী।

ছুপাৰ ৮ত প্ৰৱেশ কৰা শেষ দল বাংলাদেশ। এতিয়া মুঠ ১২খন খেল আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেল মেচৰ আয়োজন কৰা হ’ব। ভাৰত আৰু আমেৰিকাৰ লগতে অষ্ট্ৰেলিয়া, ইংলেণ্ড, আফগানিস্তান, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু বাংলাদেশে ছুপাৰ ৮ৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

১৯ জুনৰ পৰা আৰম্ভ হ’ব ছুপাৰ ৮ৰ মেচ। ইয়াৰ প্ৰথমখন মেচ আমেৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। ভাৰতৰ প্ৰথমখন খেল আফগানিস্তানৰ বিৰুদ্ধে। অহা ২০ জুনত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন। ছুপাৰ ৮ৰ বাবে গঠন কৰা হৈছে দুটা গ্ৰুপ। প্ৰতিটো গ্ৰুপত চাৰিটাকৈ দল থাকিব। গ্ৰুপ ১ ত আছে ভাৰত। ইয়াৰ উপৰিও এ গ্ৰুপত আছে আফগানিস্তান, অষ্ট্ৰেলিয়া আৰু বাংলাদেশ।

আনহাতে গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, আমেৰিকা আৰু দক্ষিণ আফ্ৰিকা। ছুপাৰ ৮ ত মুঠ তিনিখন মেচ খেলিব লাগিব টিম ইণ্ডিয়াই।

ভাৰতৰ প্ৰথমখন খেল আফগানিস্তানৰ বিৰুদ্ধে। এই মেচখন ২০ জুনত বাৰ্বাডোছত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত দ্বিতীয়খন খেল হ’ব বাংলাদেশৰ বিৰুদ্ধে। ২২ জুনত এন্টিগুয়াত অনুষ্ঠিত হ’ব ভাৰত আৰু বাংলাদেশৰ মাজৰ খেল। ছেইণ্ট লুচিয়াত অনুষ্ঠিত হ’ব টিম ইণ্ডিয়াৰ তৃতীয়খন খেল। এই মেচখন ২৪ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব।

টি-২০ বিশ্বকাপ ২০২৪ ছুপাৰ ৮ৰ সম্পূৰ্ণ সূচী-

১৯ জুন : আমেৰিকা বনাম দক্ষিণ আফ্ৰিকা, নৰ্থ চাউণ্ড, এন্টিগুয়া
১৯ জুন : ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, গ্ৰছ আইলেট, ছেইণ্ট লুচিয়া
২০ জুন : আফগানিস্তান বনাম ভাৰত, ব্ৰীজটাউন, বাৰ্বাডোছ
২০ জুন : অষ্ট্ৰেলিয়া বনাম বাংলাদেশ, নৰ্থ চাউণ্ড, এন্টিগুয়া
২১ জুন : ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা, গ্ৰছ আইলেট, ছেইণ্ট লুচিয়া
২১ জুন : আমেৰিকা বনাম ৱেষ্ট ইণ্ডিজ, ব্ৰীজটাউন, বাৰ্বাডোছ
২২ জুন : ভাৰত বনাম বাংলাদেশ, নৰ্থ চাউণ্ড, এন্টিগুয়া
২২ জুন : আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, আৰ্নছ ভেল, ছেইণ্ট ভিনচেণ্ট
২৩ জুন : আমেৰিকা বনাম ইংলেণ্ড, ব্ৰীজটাউন, বাৰ্বাডোছ
২৩ জুন : ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা, নৰ্থ চাউণ্ড, এন্টিগুয়া
২৪ জুন : অষ্ট্ৰেলিয়া বনাম ভাৰত, গ্ৰছ আইলেট, ছেইণ্ট লুচিয়া
২৪ জুন : আফগানিস্তান বনাম বাংলাদেশ, আৰ্নছ ভেল, ছেইণ্ট ভিনচেণ্ট

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cricket WorldIndian Crickey Teamindian teamT 20 World Cupworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’
বিনোদন

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

October 14, 2026
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!
জীৱনশৈলী

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

October 14, 2026
Next Post
প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক, তাৰ পাছত এফালৰ পৰা…মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড

প্ৰথমে ইলেক্ট্ৰনিক শ্ব'ক, তাৰ পাছত এফালৰ পৰা...মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড

চাকৰি দিয়াৰ নামত ১৮০ যুৱতীক বন্ধক বনাই মাৰপিট শোষণ, ভয়ংকৰ ঘটনা পোহৰলৈ

চাকৰি দিয়াৰ নামত ১৮০ যুৱতীক বন্ধক বনাই মাৰপিট শোষণ, ভয়ংকৰ ঘটনা পোহৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.