• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক, তাৰ পাছত এফালৰ পৰা…মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড

প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক, তাৰ পাছত এফালৰ পৰা…মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড

2 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

3 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

3 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

4 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

4 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

5 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

5 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

7 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

8 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

9 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

9 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক, তাৰ পাছত এফালৰ পৰা…মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড

editor by editor
June 17, 2024
in চিনেমা, জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক, তাৰ পাছত এফালৰ পৰা…মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক, তাৰ পাছত এফালৰ পৰা…মৰণোত্তৰ পৰীক্ষাত ফাদিল শিহৰণকাৰী তথ্য, কানাড়া অভিনেতাৰ বৰ্বৰ কাণ্ড

কানাড়া ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেতাৰ বৰ্বৰতাৰ শিহৰণকাৰী ঘটনা। মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পাছতহে পোহৰলৈ আহে সমষ্ট বৰ্বৰতাৰ কাহিনী। এগৰাকী অনুৰাগীক চুপাৰী দি হত্যা। তাকো গাৰ নোম শিঞৰি উঠাকে অত্যাচাৰ চলাই।

এটা মেছেজৰ পৰাই আৰম্ভ হয় এই সমস্ত পৰিকল্পনাৰ। অভিনেতাগৰাকীৰ ঘনিষ্ঠ বান্ধৱী তথা অভিনেত্ৰী পবিত্ৰাক এগৰাকী অনুৰাগীয়ে আপত্তিজনত মেছেজ দিয়াৰ বাবেই অভিনেতা দৰ্শন থুগুদীপা (Darshan Thoogudeepa)ই অন্য লোকক চুপাৰী দি অনুৰাগী ৰেণুকাস্বামী (Renukaswamy)ক প্ৰাণে মাৰে।

মৰণোত্তৰ প্ৰতিবেদনত মৃত্যুৰ পূৰ্বে ৰেণুকাস্বামীক ইলেক্ট্ৰনিক শ্ব’ক দিয়াৰ ইংগিত পোৱা গৈছে। হাই প্ৰফাইল গোচৰটোৰ ওপৰত কৰ্তৃপক্ষই গভীৰভাৱে তদন্ত কৰাৰ সময়তে এই তথ্য পোহৰলৈ আহিছে।

ৰেণুকাস্বামীৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত বৰ্তমানলৈ ১৭ লোকক আৰক্ষীয়ে আটক কৰিছে। এই ১৭ লোকৰ ভিতৰত অভিনেতা দৰ্শন আৰু তেওঁৰ সহযোগী অভিনেত্ৰী পবিত্ৰা গৌড়াও আছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰেণুকাস্বামীক অপহৰণ কৰি নি প্ৰথমে ইলেক্ট্ৰনিক শ্ব’ক দিছিল। আৰক্ষীয়ে বৰ্তমানে সেই ইলেক্ট্ৰনিক ডিভাইছ উদ্ধাৰ কৰিছে। তাৰ পাছত জিভা আৰু নাক কাটি দিছিল। সমগ্ৰ শৰীৰতে লোহাৰ ৰ’ডেৰে পুৰি দিছিল। জো লাইন ভাঙি দিছিল । শৰীৰৰ বিভিন্ন অংশৰ হাড় ভাঙি দিছিল।

ঘটনা সন্দৰ্ভত বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে কানাড়া আৰক্ষীয়ে। আটকাধীন লোকসকলৰো জিম্মাৰ সময় বৃদ্ধি কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Darshan ThoogudeepaKannada actorpost-mortem reportRenukaswamy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

September 21, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
Next Post
চাকৰি দিয়াৰ নামত ১৮০ যুৱতীক বন্ধক বনাই মাৰপিট শোষণ, ভয়ংকৰ ঘটনা পোহৰলৈ

চাকৰি দিয়াৰ নামত ১৮০ যুৱতীক বন্ধক বনাই মাৰপিট শোষণ, ভয়ংকৰ ঘটনা পোহৰলৈ

মাথো কেইটামান ঘণ্টা বাকি, কাইলৈ দেশৰ কোটি কোটি কৃষকে লাভ কৰিব টকা

মাথো কেইটামান ঘণ্টা বাকি, কাইলৈ দেশৰ কোটি কোটি কৃষকে লাভ কৰিব টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.