• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?

এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?

2 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

1 hour ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

2 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

2 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

2 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

3 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

4 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

7 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

8 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

10 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?

এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?

editor by editor
June 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এইবাৰ জম্মুৰ পৰা চিধাই বৈষ্ণোদেৱী যাব পাৰিব ভক্তই, আৰম্ভ হ’ল হেলিকপ্টাৰ পৰিসেৱা, ভাড়া কিমান ভৰিব ভক্তই?
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহে জম্মু কাশ্মীৰত অৱস্থিত বৈষ্ণুদেৱী মন্দিৰলৈ দৰ্শনৰ বাবে যায়৷ খোজকাঢ়ি বা ঘোঁৰাত উঠিয়েই অধিকাংশ তীৰ্থযাত্ৰীয়ে বৈষ্ণদেৱী দৰ্শন কৰে৷ এইবাৰ জম্মুৰ পৰা কোনো অসুবিধা নোহোৱাকৈ আকাশীপথেৰেই আপুনি বৈষ্ণদেৱীলৈ যাব পাৰিব৷ তীৰ্থযাত্ৰীয়ে বিচাৰিলে এদিনতেই দৰ্শন কৰি জম্মুলৈ উভতিও যাব পাৰিব৷ তীৰ্থযাত্ৰীৰ সুবিধাৰ বাবে এই নতুন হেলিকপ্টাৰ পৰিসেৱা আৰম্ভ কৰা হৈছে৷ ৰিয়াছি জিলাৰ ত্ৰিকুট পাহাৰত অৱস্থিত বৈষ্ণদেৱী মন্দিৰ দৰ্শনত যোৱা তীৰ্থযাত্ৰীসকলে বেছকেম্প কাটৰাত প্ৰথমে উপস্থিত হ’ব লাগিব৷ কাটৰাৰ পৰা মন্দিৰৰ ওচৰত থকা ছাঙ্কি ছট পৰ্যন্ত হেলিকপ্টাৰ সেৱা পূৰ্বৰে পৰাই আছিল৷

এই যাত্ৰাৰ বাবে পূৰ্বতে জনেপ্ৰতি ভাড়া আছিল ২১০০ টকা৷ জম্মুৰ পৰা নতুন হেলিকপ্টাৰ পৰিসেৱাৰ বাবে তীৰ্থযাত্ৰীয়ে ৱেবচাইট https://online.maavaishnodevi.org/ৰ মাধ্যমেৰে বুকিং কৰিব লাগিব৷ হেলিকপ্টাৰ পৰিসেৱাৰ বাবে অফিচিয়েল ৱেবচাইটত গৈ লগ ইন কৰি সকলো বিৱৰণ দি অনলাইন টিকেট কাটিব লাগিব৷ ইমেইলৰ মাধ্যমেৰে আপোনালৈ টিকট পঠিয়াব ৱেবটাইটটোৱে৷ প্ৰতিদিনে চাৰিখনকৈ হেলিকপ্টাৰ উৰিব৷ দিনটোৰ বেলেগ বেলেগ সময়ত উৰা মাৰিব হেলিকপ্টাৰকেইখনে৷

বৈষ্ণদেৱী তীৰ্থক্ষেত্ৰ বৰ্ডৰ মুখপাত্ৰই জনাইছে যে এই পৰিসেৱাৰ বাবে তীৰ্থযাত্ৰীয়ে পূৰ্বতকৈ বেছি আৰামদায়কভাৱে বৈষ্ণদেৱী মন্দিৰ দৰ্শন কৰিব পাৰিব৷ ইয়াৰোপৰি জৰুৰীকালীন সেৱাৰ বাবেও এই ব্যৱস্থা সুবিধাজনক হ’ব৷ এই পৰিসেৱাৰ বাবে মন্দিৰৰ ৱেবচাইটত গৈ টিকট বুকিং কৰিব লাগিব ভক্তসকলে৷ এই যাত্ৰাৰ বাবে দুইধৰণৰ পেকেজৰ ব্যৱস্থা কৰা হৈছে৷ এদিনতে গৈ উভতি অহা আৰু নিশা যাপন কৰি পিছদিনা  উভতি অহাৰ বাবেও পূৰ্বেই টিকট বুকিং কৰিব লাগিব৷ অন্যহাতে দুদিনীয়া যাত্ৰাৰ বাবে হেলিকপ্টাৰৰ ভাড়া হৈছে ৫০হাজাৰ টকা৷ এদিনৰ পেকেজ  নিৰ্বাচন কৰা যাত্ৰীয়ে পাঞ্চি হেলিপেডৰ পৰা বেটেৰিচালিত বাহনত নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হ’ব যাত্ৰীক৷ বিশেষভাৱে দৰ্শন কৰাই ভৈৰো মন্দিৰলৈ যোৱাৰ বাবে টিকট আৰু তাৰপাছত হেলিকপ্টাৰেৰে আকৌ জম্মু বিমানবন্দৰলৈ লৈ যোৱা হ’ব৷ এই ৫০ হাজাৰ পেকেজৰ ভিতৰতেই এই সুবিধা লাভ কৰিব যাত্ৰীয়ে৷ এই যাত্ৰাত তিনিবাৰ খাদ্য যোগানৰো ব্যৱস্থা থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!
জীৱনশৈলী

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

September 26, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

September 26, 2026
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা
বাণিজ্য

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

September 26, 2026
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
Next Post
ৰামায়ণৰ যুদ্ধৰ পাছত ক’ত গ’ল ৰামৰ ১ লাখ বান্দৰ সেনা? জানক সবিশেষ কাহিনী

ৰামায়ণৰ যুদ্ধৰ পাছত ক’ত গ’ল ৰামৰ ১ লাখ বান্দৰ সেনা? জানক সবিশেষ কাহিনী

এক ডজন সন্তান, একাধিক মহিলাৰ সৈতে সম্পৰ্ক, টেছলাৰ মালিক মাস্কৰ ৰঙীন জীৱনলৈ আহিল আৰু এক সন্তান

এক ডজন সন্তান, একাধিক মহিলাৰ সৈতে সম্পৰ্ক, টেছলাৰ মালিক মাস্কৰ ৰঙীন জীৱনলৈ আহিল আৰু এক সন্তান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.