• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেলফী অভ্যাস হৈ গৈছে নেকি? ভুলতো এইকেইটা স্থানত ছেলফী নল’ব, ল’লেই আপোনাৰ ঠিকনা হ’ব কাৰাগাৰ

ছেলফী অভ্যাস হৈ গৈছে নেকি? ভুলতো এইকেইটা স্থানত ছেলফী নল’ব, ল’লেই আপোনাৰ ঠিকনা হ’ব কাৰাগাৰ

2 years ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

11 minutes ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

54 minutes ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

10 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

10 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

11 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

11 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

11 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

12 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

12 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

13 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

14 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেলফী অভ্যাস হৈ গৈছে নেকি? ভুলতো এইকেইটা স্থানত ছেলফী নল’ব, ল’লেই আপোনাৰ ঠিকনা হ’ব কাৰাগাৰ

ছেলফী অভ্যাস হৈ গৈছে নেকি? ভুলতো এইকেইটা স্থানত ছেলফী নল’ব, ল’লেই আপোনাৰ ঠিকনা হ’ব কাৰাগাৰ

editor by editor
June 26, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
ছেলফী অভ্যাস হৈ গৈছে নেকি? ভুলতো এইকেইটা স্থানত ছেলফী নল’ব, ল’লেই আপোনাৰ ঠিকনা হ’ব কাৰাগাৰ
0
SHARES
481
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেলফী আমাৰ জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে৷ প্ৰতিটো নতুন কামৰ আৰম্ভণি বা কৰোবাত আপুনি ফুৰিবলৈ গৈ এখন ছেলফী নুতুলিলেই যেন অমংগলহে হ’ব তেনে আচৰণ কৰে বহুসংখ্যক লোকেই৷ স্থান যিয়েই নহওক মোবাইল কেমেৰা অন কৰি ছেলফী তুলিবলৈ সাজু হৈয়েই থাকে একাংশ লোক৷ কিন্তু বিশ্বৰ এনে কেইটামান স্থান আছে য’ত ছেলফী ল’লে আপোনাৰ ঠিকনা হৈ পৰিব কাৰাগাৰ৷ আপুনিও যদি সেই স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে পূৰ্বেই জানি থওক ক’ত ক’ত আপুনি তুলিব নোৱাৰিব ছেলফী৷

ডিজনি পাৰ্ক

২০১৫ চনৰ পৰা সমস্ত ডিজনি পাৰ্কত ছেলফি নিষিদ্ধ কৰা হৈছে৷ ডিজনি পাৰ্ক আপুনি পৰিদৰ্শন কৰিব পাৰিব কিন্তু ছেলফি তোলা একেবাৰে নিষেধ৷ ২০১৫ চনৰ পূৰ্বে বহুতেই ছেলফি ল’বলৈ গৈ এই স্থানত বিভিন্ন দুৰ্ঘটনাৰো সন্মুখীন হৈছে৷ তাৰবাবে এই স্থানত ছেলফী একেবাৰে নিষিদ্ধ কৰিছে প্ৰশাসনে৷

জোহেনছবাৰ্গৰ লায়ন পাৰ্ক

দক্ষিণ আফ্ৰিকাৰ জোহানছবাৰ্গৰ লায়ন পাৰ্কলৈ অহা পৰ্যটকে সিংহ আৰু ভালুকৰ পোৱালীৰ সৈতে প্ৰায়ে ছেলফী লয়৷ যি কাম কৰাটো একেবাৰে উচিত নহয় বুলি সেই স্থানৰ প্ৰশাসনে প্ৰকাশ কৰিছে৷ যাৰবাবে সেই স্থানতো ছেলফি একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছে৷

ফুকেট বীচ্চ

ফুকেটৰ বীচ্চতো ছেলফি তোলাটো একেবাৰে নিষিদ্ধ৷ ফুকেটৰ এই ছেলফী নিষিদ্ধ বীচ্চটো আন্তৰ্জাতিক বিমানবন্দৰৰ একেবাৰেই কাষত৷ ইয়াত অহা পৰ্যটকে বিমানৰ সৈতে প্ৰায়েই ফটো তোলে৷ পাছলৈ সুৰক্ষাজনিত কাৰণত এই স্থানত ছেলফী নিষিদ্ধ কৰি দিয়ে প্ৰশাসনে৷ এনেকৈ ছেলফী তুলিলে পাইলটৰ মনো বিঘ্নিত হয় বুলি দাবী কৰিছে ফুকেট প্ৰশাসনে৷ দুৰ্ঘটনাৰো আশংকা বাঢ়ি যোৱাৰ বাবেও এই সিদ্ধান্ত লৈছে সেই দেশৰ প্ৰশাসনে৷

মুম্বাইৰ মেৰিণ ড্ৰাইভ

মুম্বাইৰ মেৰিন ড্ৰাইভতো ছেলফি প্ৰায় নিষিদ্ধই কৰা হৈছে৷ অৱশ্যে এতিয়ালৈকে সম্পূৰ্ণৰূপে তাত ছেলফি নিষিদ্ধ হোৱা নাই৷ ছেলফিৰ বাবেই তাত বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে কঠোৰ হৈছে মহাৰাষ্ট্ৰ আৰক্ষী৷ দুৰ্ঘটনা কমাবৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি জনাইছে প্ৰশাসনে৷

দক্ষিণ ফ্ৰান্সৰ গাৰুছ বীচ্চ

গাৰুছ বীচ্চ খুবেই জনপ্ৰিয় এটা এলেকা৷ খুবেই সুন্দৰ পৰিবেশ৷ কিন্তু এই স্থানত আপুনি ছেলফী তুলিব নোৱাৰিব৷ ছেলফী ললেই কঠোৰ শাস্তি বিহিব প্ৰশাসনে৷ এই স্থানত ছেলফী বন্ধ কৰাৰ কাৰণ হৈছে লেথাৰিকৈ হোৱা দুৰ্ঘটনা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

March 24, 2026
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

March 24, 2026
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?
জীৱনশৈলী

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

March 23, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

March 23, 2026
Next Post
ৰবি যোগত কাইলৈ অৰ্থলাভ কৰিব ৫ ৰাশিৰ জাতকে, শ্ৰীহৰিৰ কৃপাত কাইলৈ লাভেই লাভ আপোনাৰ

ৰবি যোগত কাইলৈ অৰ্থলাভ কৰিব ৫ ৰাশিৰ জাতকে, শ্ৰীহৰিৰ কৃপাত কাইলৈ লাভেই লাভ আপোনাৰ

নিশা এই সময়ত সপোন দেখাটো শুভ, সপোনত কি দেখাটোৱে আপোনাৰ আৰ্থিক উন্নতিৰ কথা কয়? জানক সবিশেষ

নিশা এই সময়ত সপোন দেখাটো শুভ, সপোনত কি দেখাটোৱে আপোনাৰ আৰ্থিক উন্নতিৰ কথা কয়? জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.