• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ষ্টেজ-৩, আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন’,  দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান

‘ষ্টেজ-৩, আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন’, দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান

2 years ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

39 minutes ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

1 hour ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

2 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

3 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

4 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

5 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

6 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

8 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

8 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

8 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘ষ্টেজ-৩, আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন’, দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান

‘ষ্টেজ-৩, আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন’, দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান

editor by editor
June 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘ষ্টেজ-৩, আপোনালোকৰ আশীৰ্বাদৰ খুবেই প্ৰয়োজন’,  দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰৰ পৰা ভাইৰেল হৈ আছে এটা খবৰ৷ থাইৰয়েডৰ কৰ্কটত আক্ৰান্ত হিনা খান৷ অভিনেত্ৰীগৰাকীৰ মাৰণ ৰোগৰ কথা প্ৰকাশলৈ অহাৰ পাছতেই উদ্বিগ্ন হৈছে অনুৰাগীমহলো৷ এই খবৰ সঁচা নহওক বুলিও বহুতে সামাজিক মাধ্যমত নিজা মত প্ৰকাশ কৰিছে৷ শুকুৰবাৰে এই খবৰত নিজেই ছিলমোহৰ মাৰিলে হিনা খানে৷

হিনাই নিজা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট৷ তেওঁ লিখিছে, ‘ষ্টেজ ৩’ হিনা খানে লগতে লিখিছে, ‘এই বিষয়েই এটা খবৰ দিব খুজিছো৷ যিসকলে মোক ভালপায় তেওঁলোক মোৰ খবৰটোক লৈ উদ্বিগ্ন হোৱা বুলি গম পাইছো৷ মোৰ স্তনৰ কৰ্কট হৈছে৷ মাৰণ ৰোগৰ তৃতীয় ঢাপত আছো৷ খুব কঠিন চেলেঞ্জ সন্মুখত, সকলোকে কৈছো মই এতিয়া সুস্থই আছো৷ এই ৰোগ জয় কৰাৰ বাবে যিমান মনোবল থকাটো প্ৰয়োজন বা যিমান শক্তিৰ প্ৰয়োজন সকলোখিনি মোৰ আছে৷ মোৰ চিকিৎসা আৰম্ভ হৈছে৷ প্ৰয়োজনীয় সকলোবোৰ মানি চলিছো৷ এই সময়ত মোক আপোনালোকৰ ভালপোৱা আশীৰ্বাদৰ প্ৰয়োজন৷ দয়া কৰি মোৰ বাবে প্ৰাৰ্থনা কৰিব৷’

সামাজিক মাধ্যমত হিনাৰ ফলোৱাৰ্ছৰ সংখ্যা বহুখিনি৷ কেতিয়া কি খাইছে, ক’লৈ গৈছে সকলোবোৰ প্ৰকাশ কৰি থাকে ইনষ্টাগ্ৰামত৷ এইবাৰ দুঃখবৰো ভগাই লৈছে হিনা খানে৷ কিন্তু অনুৰাগীৰ উদ্বেগ দুগুণে বৃদ্ধি পাইছে৷ ভাৱিবই পৰা নাছিল এনে দুঃসংবাদ দিব প্ৰিয় অভিনেত্ৰী হিনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?
জীৱনশৈলী

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

October 15, 2026
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত
বিনোদন

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

October 15, 2026
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
Next Post
১৪৯দিন আৰু ৩৫৭৬ ঘণ্টা জেলত থকাৰ পাছত মুকলি আকাশৰ তললৈ সোৰেণ, পুনৰ মুখ্যমন্ত্ৰী হ’বনে !

১৪৯দিন আৰু ৩৫৭৬ ঘণ্টা জেলত থকাৰ পাছত মুকলি আকাশৰ তললৈ সোৰেণ, পুনৰ মুখ্যমন্ত্ৰী হ'বনে !

অতিকে শোকাৱহ, তীৰ্থযাত্ৰা কৰিবলৈ গৈ নিহত একেটা পৰিয়ালৰে ২ টা শিশুসহ ১৩ গৰাকী লোক

অতিকে শোকাৱহ, তীৰ্থযাত্ৰা কৰিবলৈ গৈ নিহত একেটা পৰিয়ালৰে ২ টা শিশুসহ ১৩ গৰাকী লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.