• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা, কি কি নিয়ম মানি আপুনি যাত্ৰা কৰিব লাগিব অমৰনাথলৈ?

আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা, কি কি নিয়ম মানি আপুনি যাত্ৰা কৰিব লাগিব অমৰনাথলৈ?

2 years ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

9 minutes ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

38 minutes ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

1 hour ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

2 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

2 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

3 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

5 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

7 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

7 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা, কি কি নিয়ম মানি আপুনি যাত্ৰা কৰিব লাগিব অমৰনাথলৈ?

আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা, কি কি নিয়ম মানি আপুনি যাত্ৰা কৰিব লাগিব অমৰনাথলৈ?

editor by editor
June 29, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা, কি কি নিয়ম মানি আপুনি যাত্ৰা কৰিব লাগিব অমৰনাথলৈ?
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্ত অমৰনাথলৈ আহে। এইবাৰ অমৰনাথ যাত্ৰা ২৯ জুনৰ পৰা ১৯ আগষ্টলৈ ৫২ দিন ধৰি চলিব। ২৭ জুনত ৰাজস্থানৰ ছিকাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব প্ৰথমটো ভক্তৰ দলে। ১৮ সংখ্যক অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰা ভক্তসকলে বালাঘাট আৰু পেহেলগাম পথেৰে যাত্ৰা কৰিব আৰু 29 জুলাইৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা৷ ১ জুলাইত অমৰনাথৰ বিশেষ শিৱলিংগ দৰ্শন কৰিব পাৰিব৷

এইবাৰ ছিকাৰ (ৰাজস্থান)ৰ ​​পৰা প্ৰায় ৮৫০ জন ভক্তই অমৰনাথ যাত্ৰা কৰিব৷ ভক্তসকলে এতিয়াও পঞ্জীয়ন কৰিয়েই আছে গতিয়ে অমৰনাথত যাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ অমৰনাথ যাত্ৰা কমিটিয়ে জনোৱা মতে যিসকলে ৰেজিষ্ট্ৰেচন নকৰাকৈ অমৰনাথলৈ গৈ আছে তেওঁলোকে তৎক্ষণিক ৰেজিষ্ট্ৰেছন কৰক৷ অৱশ্যে তেওঁলোকে দুদিন পূৰ্বে টোকেন ল’ব লাগিব৷

আজিৰে পৰা আৰম্ভ হৈছে পঞ্জীয়ন

১৭ এপ্ৰিলৰ পৰা অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন আৰম্ভ হৈছে। ৩০ আগষ্টলৈকে চলিবলগীয়া  অমৰনাথ যাত্ৰাৰ বাবে জম্মু-কাশ্মীৰৰ ২০টা বেংক শাখাত অফলাইন পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পঞ্জীয়নৰ নিয়ম সন্দৰ্ভত শ্ৰী অমৰনাথ শ্ৰাইন ব’ৰ্ডে কয়, ‘১৩ বছৰৰ পৰা ৭০ বছৰৰ ভিতৰৰ লোকে এই যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। অনলাইন পঞ্জীয়নৰ বাবে ভক্তসকলে https://jksasb.nic.in ৱেবছাইট চাব পাৰে। অধিক তথ্যৰ বাবে টোল ফ্ৰী নম্বৰ ১৮০০১৮০৭১৯৮/১৮০০১৮০৭১৯৯ নম্বৰত যোগাযোগ কৰিব পাৰে যাত্ৰীয়ে৷

এইকেইটা নথি-পত্ৰৰ প্ৰয়োজন

  • ৫ খন পাছপৰ্ট আকাৰৰ ফটো
  • আধাৰ কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড
  • শ্ৰাইন ব’ৰ্ডৰ অনুমোদিত চিকিৎসকৰ দ্বাৰা তৈয়াৰী চিকিৎসাৰ প্ৰমাণ পত্ৰ।

এইকেইটা ৰোগ থাকিলে অমৰনাথলৈ যাব নোৱাৰিব

  • ৰক্তচাপ
  • ডায়েবিটিছ
  • উচ্চ ৰক্তচাপ
  • গাঁঠিৰ বিষ
  • হাঁপানী
  • মৃগীৰোগ

পঞ্জীয়ন কেনেকৈ কৰিব?

ভক্তসকলে অনলাইন আৰু অফলাইন দুয়োটা প্ৰক্ৰিয়াৰে পঞ্জীয়ন কৰিব পাৰিব। শ্ৰী অমৰনাথজী App ডাউনলোড কৰিও পঞ্জীয়ন কৰিব পাৰিব। অৱশ্যে এটা মোবাইলৰ পৰা মাত্ৰ ৫ জন লোকেহে পঞ্জীয়ন কৰিব পাৰিব। ভক্তসকলে ৱেবছাইট https://jksasb.nic.in/ListofAuthorizedDoctorsInstitutions2023.html ত গৈও পঞ্জীয়ন কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!
জীৱনশৈলী

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

April 9, 2026
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত
ক্ৰীড়া

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

April 9, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

April 9, 2026
Next Post
১০০ বছৰৰ ৰেকৰ্ড ভাঙিলে বৰষুণে! দিল্লীত জলবন্দী হৈ শেষ হৈ গ’ল ১০ টা জীৱন

১০০ বছৰৰ ৰেকৰ্ড ভাঙিলে বৰষুণে! দিল্লীত জলবন্দী হৈ শেষ হৈ গ’ল ১০ টা জীৱন

বিশ্বচেম্পিয়ন হ’লে কিমান ধন লাভ কৰিব ভাৰতীয় দলে? ফাইনেলত হৰা দলেও পাব কেইবা কোটি ধন

বিশ্বচেম্পিয়ন হ’লে কিমান ধন লাভ কৰিব ভাৰতীয় দলে? ফাইনেলত হৰা দলেও পাব কেইবা কোটি ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.