• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ পূবৰ বাবে ভালখবৰ! মণিপুৰৰ পৰা প্ৰথমজন ন্যায়াধীশ নিযুক্তি উচ্চতম ন্যায়ালয়ত

উত্তৰ পূবৰ বাবে ভালখবৰ! মণিপুৰৰ পৰা প্ৰথমজন ন্যায়াধীশ নিযুক্তি উচ্চতম ন্যায়ালয়ত

2 years ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

39 minutes ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

1 hour ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

2 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

3 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

4 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

5 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

6 hours ago
দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

দীপাৱলীৰ আগে আগে সিংহসহ এই ৪ ৰাশিৰ বিপুল লাভৰ যোগ

8 hours ago
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

8 hours ago
৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

৬ ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন

8 hours ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

উত্তৰ পূবৰ বাবে ভালখবৰ! মণিপুৰৰ পৰা প্ৰথমজন ন্যায়াধীশ নিযুক্তি উচ্চতম ন্যায়ালয়ত

editor by editor
July 16, 2024
in উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
উত্তৰ পূবৰ বাবে ভালখবৰ! মণিপুৰৰ পৰা প্ৰথমজন ন্যায়াধীশ নিযুক্তি উচ্চতম ন্যায়ালয়ত
0
SHARES
699
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতম ন্যায়ালয়ে পালে আৰু দুজন বিচাৰপতি৷ ন্যায়াধীশ কোতিস্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনক উচ্চতম ন্যায়ালয়ত নিয়োগ কৰাত ছিলমোহৰ মাৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে৷ ন্যায়াধীশ নিয়োগৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘাৱালে৷ ইয়াৰ ফলত শীৰ্ষ আদালত সম্পূৰ্ণ হ’ল ন্যায়াধীশৰ খালী পদ৷

উচ্চতম ন্যায়ালয়ত নতুন দুই ন্যায়াধীশ নিয়োগৰ ফলত উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশকে ধৰি মুঠ ন্যায়াধীশৰ সংখ্যা ৩৪লৈ বৃদ্ধি হৈছে৷ অৰ্থাৎ এতিয়া আৰু ন্যায়ালয়ত কোনো শূন্য পদ নাই৷ উল্লেখ্য যে মণিপুৰৰ পৰা এইবাৰ প্ৰথমবাৰৰ বাবে ন্যায়াধীশ হিচাপে নিয়োগ কৰা হৈছে কোতিস্বৰ সিঙক৷ বৰ্তমান জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ তেওঁ৷ মণিপুৰৰ প্রথম এডভকেট জেনেৰেল বা চৰকাৰী অধিবক্তা হিচাপে নিয়োজিত আছিল ইবোতোম্বি সিং৷ সেই ইবোতম্বি সিঙৰেই পুত্ৰ কোতিস্বৰ সিং৷ দিল্লী বিশ্ববিদ্যালয়ৰ আইনৰ ছাত্ৰ এন কোতিস্বৰ সিঙে অধিবক্তা হিচাপে জীৱন আৰম্ভ কৰিছিল ১৯৮৬ চনত৷

তেওঁ কাম কৰিছে মণিপুৰ হাইকৰ্ট  আৰু গুৱাহাটী হাইকৰ্টতো৷ ন্যায়াধীশ হোৱাৰ পূৰ্বে মণিপুৰ হাইকৰ্টত চৰকাৰী কৌশলী বা এডভোকেট জেনেৰেস হিচাপেও কাম কৰিছে কোতিস্বৰ সিঙে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?
জীৱনশৈলী

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

October 15, 2026
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত
বিনোদন

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

October 15, 2026
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!
অসম

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

October 15, 2026
Next Post
অসমতেই ৩০ হাজাৰ অসমীয়াক সংস্থাপন দিব ৰতন টাটাই, টাটাই আৰম্ভ কৰা বৃহৎ প্ৰকল্প কি?

অসমতেই ৩০ হাজাৰ অসমীয়াক সংস্থাপন দিব ৰতন টাটাই, টাটাই আৰম্ভ কৰা বৃহৎ প্ৰকল্প কি?

বিনাশ হ’ব নেকি পৃথিৱীও? কলিযুগৰ জগন্নাথ মন্দিৰ সম্পৰ্কে ৬ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত

বিনাশ হ’ব নেকি পৃথিৱীও? কলিযুগৰ জগন্নাথ মন্দিৰ সম্পৰ্কে ৬ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.