• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনাশ হ’ব নেকি পৃথিৱীও? কলিযুগৰ জগন্নাথ মন্দিৰ সম্পৰ্কে ৬ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত

বিনাশ হ’ব নেকি পৃথিৱীও? কলিযুগৰ জগন্নাথ মন্দিৰ সম্পৰ্কে ৬ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত

2 years ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

15 minutes ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

1 hour ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

3 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

3 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

4 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

16 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

16 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

17 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

17 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

18 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

18 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিনাশ হ’ব নেকি পৃথিৱীও? কলিযুগৰ জগন্নাথ মন্দিৰ সম্পৰ্কে ৬ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত

বিনাশ হ’ব নেকি পৃথিৱীও? কলিযুগৰ জগন্নাথ মন্দিৰ সম্পৰ্কে ৬ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত

editor by editor
July 16, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
বিনাশ হ’ব নেকি পৃথিৱীও? কলিযুগৰ জগন্নাথ মন্দিৰ সম্পৰ্কে ৬ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত
0
SHARES
40.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাস্ত্ৰত উল্লেখ আছে চাৰিযুগৰ কথা৷ এইসমূহ হৈছে, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি৷ বিষ্ণু পুৰাণত উল্লেখ আছে যে কলি যুগৰ শেষত সমগ্ৰ পৃথিৱী পাপত ডুবিব৷ অন্যায় আৰু অধৰ্মই গ্ৰাস কৰি দিব বিশ্ব সংসাৰক৷ সেই সময়ত আবিৰ্ভূত হ’ব বিষ্ণুৰ দশম অৱতাৰ কল্কি৷ সমগ্ৰ সৃষ্টিক বিনাশ কৰি নতুনকৈ আকৌ সকলো তেওঁ গঢ়ি তুলিব৷ বিষ্ণু পুৰাণৰ ওপৰিও স্কন্দ পুৰাণ, ভৱিষ্য পুৰাণ আৰু ভাগৱৎ পুৰাণত কলিযুগৰ কথা উল্লেখ আছে৷

১৬শ শতিকাত অচ্যুতানন্দ নামৰ এগৰাকী সাধুৱে ভৱিষ্য মলিকা নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল৷ ৫০০ বছৰ পূৰ্বে লিখা এই গ্ৰন্থত কলিযুগৰ শেষপৰ্বত পৃথিৱী ধ্বংসৰ পূৰ্বে কি কি ঘটনা ঘটিব সেই বিষয়ে কোৱা হৈছে৷ এই গ্ৰন্থত লিখা পুৰীৰ জগন্নাথ মন্দিৰ সম্পৰ্কীয় কেইবাটাও ভৱিষ্যদ্বাণী সত্য প্ৰমাণিতও হৈছে৷ জানি থওক পুৰীৰ জগন্নাথ মন্দিৰৰ বিষয়ে ভৱিষ্য মালিকাত কি কি উল্লেখ আছে?

ত্ৰিদেৱৰ কাপোৰত জুই লাগিব

ভৱিষ্য মালিকাত উল্লেখ আছে যে জগন্নাথ মন্দিৰৰ ভিতৰত জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ কাপোৰত জুই লাগিব৷ সেই ভৱিষ্যবাণীমতেই কিছু বছৰ পূৰ্বে তিনি দেৱতাৰ কাপোৰত জুই লাগে৷ এই ঘটনাৰ পৰাই কলিযুগ শেষ পৰ্যায়ত আহি উপস্থিত হৈছে বুলি বহুতেই মনত ধাৰণা কৰিছে৷

মন্দিৰৰ ধ্বজ্জাত জুই

২০২০ চনৰ ১৯ মাৰ্চৰ দিনা জগন্নাথ মন্দিৰৰ বিশেষ পতাকাত জুই লাগে৷ একাদশী তিথিত জ্বলোৱা অক্ষয় প্ৰদীপৰ জুইয়ে হঠাৎ পতাকাখনতো জুই লাগে৷ ভৱিষ্য মলিকাৰ মতে কলিযুগৰ শেষত এই ঘটনা হ’ব লগা আছিল৷

মন্দিৰৰ চূড়াত শগুন

কোৱা হয় পুৰীৰ জগন্নাথ মন্দিৰৰ ওপৰেৰে কোনো চৰাই উৰিব নোৱাৰে৷ ইয়াৰোপৰি মন্দিৰৰ গাতো কোনো চৰাই নবহে৷ কিন্তু ২০২০ চনৰ জুলাই মাহত প্ৰথমে মন্দিৰৰ গাত শগুন বহে, ঈগলো বহে৷ কলিযুগৰ শেষত পৃথিৱী ধ্বংসৰ পূৰ্বে জগন্নাথ মন্দিৰৰ চূড়াত শগুন বহা দেখা যাব বুলি ভৱিষ্য মল্লিকাত উল্লেখ আছে৷

নীলচক্ৰ বেকা হৈ যাব

জগন্নাথ মন্দিৰৰ চূড়াত নীলচক্ৰ বা সুদৰ্শন চক্ৰ স্থাপিত আছে৷ ভৱিষ্য মল্লিকাত কোৱা হৈছে যে কলিযুগৰ শেষত এই সুদৰ্শন চক্ৰ বেঁকা হৈ যাব৷ ২০১৯ চনৰ মে মাহত চাইক্লন ফণিৰ তাণ্ডৱত বেঁকা হৈ যাব মন্দিৰৰ চূড়াত স্থাপিত সুদৰ্শন চক্ৰ৷ তাৰপাছতেই বহু চেষ্টা কৰিও সেই চক্ৰক আৰু নিজস্ব আকাৰ দিব পৰা নগ’ল৷

মন্দিৰৰ গাৰ পৰা শিল খহি অহা

ভৱিষ্য মলিকাত লিখা আছে যে পুৰীৰ জগন্নাথ মন্দিৰৰ গাৰ পৰা যেতিয়া শিল খহি পৰিব তেতিয়া বুজিব লাগিব যে পৃথিৱী ধ্বংস হ’বলৈ আৰু বেছি সময় নাই৷ ঐতিহাসিক তথ্য অনুসৰি ১৮৪২ চনৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰায় ১৫-১৬ বাৰ পুৰীৰ মন্দিৰৰ গাৰ পৰা শিল খহি পৰিছে৷

প্ৰাচীন বটগছ মৰিব

জগন্নাথ মন্দিৰৰ কাষতেই এটি প্ৰাচীন বটগছ আছে৷ পৃথিৱী ধ্বংসৰ দিশে আগুৱাইছে বাবেই এই প্ৰাচীন বট গছ ভাঙি পৰিব৷ ২০১৯ত ফনিৰ তাণ্ডৱত সেই প্ৰাচীন বটগছ ভাঙি পৰে৷ তাৰপাছতেই আৰম্ভ হয় ক’ৰনা মহামাৰীৰ প্ৰকোপ৷ ভৱিষ্য মলিকাত এই বটগছৰ পতন হ’লে বিভিন্ন মাৰণ ৰোগ চৌপাশে বিয়পি লাখ লাখ মানুহৰ মৃত্যু হ’ব বুলিও উল্লেখ আছে৷ আৰু সেই ভৱিষ্যদ্বানী সঁচা প্ৰমাণিত হৈছে৷ কাণৰ ২০২০ চনত সমগ্ৰ বিশ্বত ক’ৰনাই লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি নিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা
বিশ্ব

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

June 15, 2026
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা
বিনোদন

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

June 15, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ
বিশ্ব

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

June 15, 2026
Next Post
কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! ১২৫ কোটি টকাৰ কেলেংকাৰীক লৈ আকৌ মোদী চৰকাৰলৈ কোনে তুলিছে আঙুলি

কেদাৰনাথৰ পৰা হেৰাল ২২৮ কিঃগ্ৰাঃ সোণ! ১২৫ কোটি টকাৰ কেলেংকাৰীক লৈ আকৌ মোদী চৰকাৰলৈ কোনে তুলিছে আঙুলি

‘অসমৰ চৰকাৰী হাস্পতালত, অসম চৰকাৰৰ অধীনত কাম নকৰো৷’ এগৰাকী চিকিৎসকে কি লিখিছে সামাজিক মাধ্যমত?

‘অসমৰ চৰকাৰী হাস্পতালত, অসম চৰকাৰৰ অধীনত কাম নকৰো৷’ এগৰাকী চিকিৎসকে কি লিখিছে সামাজিক মাধ্যমত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.