• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰদৰ্শন উন্নত নোহোৱাৰ পাছতো শ্ৰীলংকা ভ্ৰমণৰ ভাৰতীয় দলত ৰিয়ান পৰাগৰ বাছনিৰ ৰহস্য কি!

প্ৰদৰ্শন উন্নত নোহোৱাৰ পাছতো শ্ৰীলংকা ভ্ৰমণৰ ভাৰতীয় দলত ৰিয়ান পৰাগৰ বাছনিৰ ৰহস্য কি!

2 years ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

4 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

4 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

5 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

5 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

5 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

6 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

7 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

7 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

8 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

8 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

10 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰদৰ্শন উন্নত নোহোৱাৰ পাছতো শ্ৰীলংকা ভ্ৰমণৰ ভাৰতীয় দলত ৰিয়ান পৰাগৰ বাছনিৰ ৰহস্য কি!

editor by editor
July 19, 2024
in অসম, উত্তৰ-পূব, ক্ৰীড়া, গুৱাহাটী, বিশ্ব, ভাৰত
0
প্ৰদৰ্শন উন্নত নোহোৱাৰ পাছতো শ্ৰীলংকা ভ্ৰমণৰ ভাৰতীয় দলত ৰিয়ান পৰাগৰ বাছনিৰ ৰহস্য কি!
0
SHARES
8.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰদৰ্শন উন্নত নোহোৱাৰ পাছতো শ্ৰীলংকা ভ্ৰমণৰ ভাৰতীয় দলত ৰিয়ান পৰাগৰ বাছনিৰ ৰহস্য কি!

শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা হোৱাৰ ২৪ ঘণ্টা হ’ল যদিও বহু কথা এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। বিশেষকৈ এদিনীয়া দলৰ নিৰ্বাচন, য’ত পুনৰ যুৱ চামক সুযোগ দিয়া হৈছে। প্ৰথম বাৰৰ বাবে ভাৰতৰ এদিনীয়া দলত নিৰ্বাচিত হৈছে ৰিয়ান পৰাগ আৰু হৰ্ষিত ৰাণা। সূৰ্য কুমাৰ যাদৱে নেতৃত্ব দিব লগা এই দলত স্থান পাইছে ৰিয়ান পৰাগে।

শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় নিৰ্বাচকসকলে বাছনি কৰা দলটোত দুটা কথা স্পষ্ট। প্ৰথম- আগন্তুক ৩-৪ বছৰৰ কথা মনত ৰাখি এই দলটো বাছনি কৰা হৈছে। দ্বিতীয়- এই দলটোত গৌতম গম্ভীৰৰ দৃষ্টিভংগী সন্নিবিষ্ট কৰা হৈছে। এই দুটা কথা মনত ৰাখি ৰিয়ান পৰাগৰ বাছনি কৰা হৈছে।

২২ বছৰীয়া ৰিয়ান পৰাগক ইয়াৰ পূৰ্বে জিম্বাবুৱে ভ্ৰমণত নিৰ্বাচিত কৰা হৈছিল। কিন্তু পিছত দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰথম দুখন টি-২০ মেচৰ পিছত ৰিয়ানক প্লেইং ১১ৰ পৰা বাদ দিয়া হৈছিল। সেই সময়ত বহু লোকৰে ধাৰণা আছিল ৰিয়ানৰ পুনৰ দলত স্থান পাবলৈ সময় লাগিব পাৰে। কিন্তু সকলোকে আচৰিত কৰি পুনৰ নিৰ্বাচিত হয় ৰিয়ান।

জিম্বাবুৱে ভ্ৰমণত চমক সৃষ্টি কৰি শতক অৰ্জন কৰা অভিষেক শৰ্মা আৰু ঋতুৰাজ গাইকোৱাডো আনকি শ্ৰীলংকা ভ্ৰমণৰ ভাৰতীয় দলত স্থান লাভ নকৰিলে।

ৰিয়ান পৰাগে দলত স্থান কৰাৰ মূলতে সহায় কৰিলে বিজয় হাজাৰে ট্ৰফীৰ প্ৰদৰ্শনে। দ্বিতীয়তে ঘৰুৱা ক্ৰিকেটতো ৰিয়ানে পাঁচ নম্বৰ স্থানত বেটিং কৰি সফল হৈ আছিল। সেয়ে ৰিয়ানৰ শ্ৰীলংকা ভ্ৰমণৰ সুযোগ দি পুনৰ পৰীক্ষা-নিৰীক্ষা চলাইছে নিৰ্বাচকসকলে। যদিহে ৰিয়ানে এই সুযোগৰ সুবিধা লয় তেন্তে ভৱিষ্যতে দলৰ নিয়মীয়া সদস্যও হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Assamese CricketerIndian Cricketerindian teamriyan paragSri lanka Indian Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন
বিনোদন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

August 25, 2026
কেনে যাব কাইলৈ আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

August 24, 2026
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
Next Post
বাজেট সন্দৰ্ভত জনতাৰ ‘মন কি বাত’! মুদ্ৰাস্ফীতি, চাকৰি, জি এছ টিৰ ওপৰত ক’লে এই কথা

বাজেট সন্দৰ্ভত জনতাৰ 'মন কি বাত'! মুদ্ৰাস্ফীতি, চাকৰি, জি এছ টিৰ ওপৰত ক’লে এই কথা

উপ-নিৰ্বাচনৰ পূৰ্বে উত্তৰপ্ৰদেশ চৰকাৰত আঘাত, ৰাজ্যিক মন্ত্ৰীৰ পদত্যাগ, যোগী চৰকাৰৰ বিৰুদ্ধে অভিযোগ

উপ-নিৰ্বাচনৰ পূৰ্বে উত্তৰপ্ৰদেশ চৰকাৰত আঘাত, ৰাজ্যিক মন্ত্ৰীৰ পদত্যাগ, যোগী চৰকাৰৰ বিৰুদ্ধে অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.