• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাষাৰে প্ৰকাশ কৰা কঠিন… অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

2 years ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

49 minutes ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

3 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

4 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

5 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

6 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

7 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

23 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

1 day ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাষাৰে প্ৰকাশ কৰা কঠিন… অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

ভাষাৰে প্ৰকাশ কৰা কঠিন... অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?

editor by editor
July 20, 2024
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
ভাষাৰে প্ৰকাশ কৰা কঠিন… অধিনায়কত্ব লাভ কৰি প্ৰথম প্ৰতিক্ৰিয়াত কি ক’লে সূৰ্যকুমাৰ যাদৱে?
0
SHARES
719
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰোহিত শৰ্মাই এৰি যোৱা আসনত বহিছে সূৰ্যকুমাৰ যাদৱ৷ টি-২০ বিশ্বকাপ জয় কৰি ৰোহিত শৰ্মাই অধিনায়কত্ব এৰাৰ পাছতেই তেওঁৰ স্থানত কোন আহিব সেই বিষয়টোক লৈ আলোচনা অব্যাহত আছিল৷ অৱশেষত সকলোৰে উৎকণ্ঠা দূৰ কৰি বৰ্ডে ঘোষণা কৰিলে সূৰ্যৰ নাম৷ ভাৰতীয় ক্ৰিকেটত মিষ্টাৰ ৩৬০ হিচাপে পৰিচিত সূৰ্যই অধিনায়কত্ব লাভ কৰি মুখ খুলিছে৷

অধিনায়ক হোৱাৰ পাছতেই প্ৰথম প্ৰতিক্ৰিয়া কি?

সম্প্ৰতি সূৰ্যকুমাৰ যাদৱে টিম ইণ্ডিয়াৰ জাৰ্ছিত তেওঁৰ ছবি শ্বেয়াৰ কৰিছে৷ ছবিৰ কেপশ্ব্যনত তেওঁ লিখিছে, ‘আপোনালোকৰ ভালপোৱা, সমৰ্থন আৰু শুভকামনাৰ বাবে অশেষ ধন্যবাদ৷ বিগত কেইবাসপ্তাহ মোৰ বাবে সঁচাকৈয়ে আশ্চৰ্যজনক আছিল৷ মই সেই কথা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো৷ এই নতুন ভূমিকাই মোৰ দায়িত্ব আৰু উৎসাহ বহু পৰিমাণে বঢ়াই দিলে৷ আশা কৰিছো আপোনালোকৰ আশীৰ্বাদ আৰু সমৰ্থন থাকিব৷ সকলো কৃতিত্ব ঈশ্বৰৰেই৷’

হাৰ্দিকৰ নামো আছিল চৰ্চাত

ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ পাছতেই হাৰ্দিক পাণ্ডিয়াৰ নাম আছিল টি-২০ অধিনায়কৰ বাবে চৰ্চাত৷ কাৰণ টি-২০ বিশ্বকাপত তেওঁ আছিল সহ অধিনায়ক৷ ইয়াৰোপৰি ২০২২ চনৰ টি-২০ বিশ্বকাপৰ পাছত আন্তৰ্জাতিক টি-২০ ক্ৰিকেটত দিঘলীয়া সময়ৰ বাবে খেলৰ পৰা আঁতৰত আছিল ৰোহিত আৰু বিৰাট৷ সেই সময়ত হাৰ্দিকেই টি-২০ দলক নেতৃত্ব দিছিল৷ তেওঁৰ সেই সাফল্য আৰু অভিজ্ঞতা দেখি তেওঁকেই বহুতে অধিনায়কৰ স্থানত চাব বিচাৰিছিল৷ কিন্তু বিচিচিচিআইৰ সিদ্ধান্তই শেষ সিদ্ধান্ত৷ আশা কৰাধৰণে হাৰ্দিকে সেই আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷ তাৎপৰ্যপূৰ্ণভাৱে হাৰ্দিকক সহ অধিনায়কৰ পদতো ৰখা নহল৷ সহঅধিনায়কৰ পদ দিয়া হ’ল শুভমন গীলক৷

২৭ জুলাইৰ পৰা আৰম্ভ হ’ব টি-২০ চিৰিজ

২২ জুলাই শ্ৰীলংকাৰ উদ্দেশ্যে ৰাওনা হ’ব ভাৰতীয় দল৷ টি-২০ চিৰিজৰ প্ৰথম মেচ অনুষ্ঠিত হ’ব ২৭ জুলাইত৷ শেষ মেচ হ’ব ৩০ জুলাইত৷ সেই চিৰিজত টিম ইণ্ডিয়াত একাধিক নতুন সংযোজন ঘটিব৷ যেনেকৈ নতুন কোচিং, ষ্টাফ, নতুন অধিনায়ক আৰু টি-২০ ক্ৰিকেটত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ অনুপস্থিতিত কোনে তেওঁলোকৰ স্থান ল’ব সেয়াও লক্ষ্যণীয় হ’ব এই চিৰিজত৷ ৰবীন্দ্ৰ জাদেজা এইবাৰ শ্ৰীলংকা চিৰিজত নাই৷ অডিআইৰ পৰা তেওঁক বাদ দিয়াৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই৷ ফলত জাদেজাৰ স্থানত কোন আহিব সেয়াও আলোচনাৰ বিষয় হৈ পৰিছে ক্ৰিকেটপ্ৰেমীৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

January 30, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
Next Post
মাত্ৰ কিছুসময়ৰ বাবে মাইক্ৰছফ্ট থমকি ৰওঁতেই বিশ্বজুৰি হৈ চৈ, নেপথ্যত ক্ৰাউডষ্ট্ৰাইক, কিন্তু কি এই ক্ৰাউডষ্ট্ৰাইক?

আগষ্ট মাহ মেষৰ বাবেই… ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

আগষ্ট মাহ মেষৰ বাবেই... ধন লাভৰ যোগ আছে যদিও ব্যয়ে পেলাব চিন্তাত, জানক কেনে হ’ব মেষৰ দিন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন