• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ বছৰৰ পাছত আজি শনিগ্ৰহৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহনৰ প্ৰভাৱ, ৫ ৰাশি বিশেষভাৱে প্ৰভাৱিত হ’ব

১৮ বছৰৰ পাছত আজি শনিগ্ৰহৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহনৰ প্ৰভাৱ, ৫ ৰাশি বিশেষভাৱে প্ৰভাৱিত হ’ব

2 years ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

35 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

1 hour ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

2 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

3 hours ago
হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

3 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

কেনে যাব আজি আপোনাৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

4 hours ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

14 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

14 hours ago
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

15 hours ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

15 hours ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

16 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ বছৰৰ পাছত আজি শনিগ্ৰহৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহনৰ প্ৰভাৱ, ৫ ৰাশি বিশেষভাৱে প্ৰভাৱিত হ’ব

editor by editor
July 24, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১৮ বছৰৰ পাছত আজি শনিগ্ৰহৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহনৰ প্ৰভাৱ, ৫ ৰাশি বিশেষভাৱে প্ৰভাৱিত হ’ব
0
SHARES
621
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ বছৰৰ পাছত আজি শনিগ্ৰহৰ ওপৰত পৰিব চন্দ্ৰগ্ৰহনৰ প্ৰভাৱ, ৫ ৰাশি বিশেষভাৱে প্ৰভাৱিত হ’ব

আজি চন্দ্ৰগ্ৰহণ, মধ্যৰাত্ৰী আংশিকভাৱে দেখা পোৱা যাব এই চন্দ্ৰ গ্ৰহণ। এই চন্দ্ৰ গ্ৰহণ- সূৰ্য গ্ৰহণ আদি সাধাৰণতে জ্যোতিৰ্বিজ্ঞানৰ ঘটনা বুলি গণ্য কৰা হয়, কিন্তু জ্যোতিষ শাস্ত্ৰত গ্ৰহণক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

জ্যোতিষৰ প্ৰতি আগ্ৰহী লোকসকলৰ বাবে এই মাহত কিবা এটা বিশেষ হ’ব। আজি​অৰ্থাৎ ২৪ জুলাই তাৰিখে শনি গ্ৰহৰ চন্দ্ৰগ্ৰহণ দেখা যাব। ১৮ বছৰৰ পাছত ভাৰতত এই সূৰ্যগ্ৰহণ দেখা পোৱা যায়। ২৪ আৰু ২৫ জুলাইৰ মাজনিশা কেইঘণ্টামান খালী চকুৰে দেখা যাব এই গ্ৰহণ।

বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ইয়াক জ্যোতিষীয় পৰিঘটনা বুলি গণ্য কৰা হয় আৰু লগতে জ্যোতিষৰ হিচাপ অনুসৰি ১৫ মিনিটৰ ভিতৰত চন্দ্ৰই শনি গ্ৰহক সম্পূৰ্ণৰূপে আৱৰি ধৰিব। যেতিয়া শনি চন্দ্ৰৰ আঁৰত লুকাই থাকে তেতিয়া চন্দ্ৰৰ কাষৰ পৰা শনিৰ আঙঠিবোৰ দেখা যায়।

বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা ২৪ জুলাইৰ নিশা প্ৰায় ১:৩০ মান বজাৰ পৰা আৰম্ভ হ’ব এই ক্ৰম আৰু ইয়াৰ পিছত ১৫ মিনিটৰ পিছত ১:৪৫ বজাত সম্পূৰ্ণ ৰূপে শনি গ্ৰহটোক আগুৰি ধৰিব আৰু তাৰ পিছত ৪৫ মিনিটৰ পিছত অৰ্থাৎ ২:২৫ বজাত শনি গ্ৰহ চন্দ্ৰৰ পিছফালৰ পৰা ওলাই অহা দেখা যাব।

এনে এক বিৰল জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা ১৮ বছৰৰ পাছত কেইঘণ্টামানৰ বাবে ২৪ আৰু ২৫ জুলাইৰ মাজৰ নিশা দেখা যাব। যেনেকৈ শনিৰ ট্ৰেনজিট আৰু নক্ষত্ৰ পৰিবৰ্তনে মানৱ জীৱনকে ধৰি ১২টা ৰাশিৰ সকলোকে প্ৰভাৱিত কৰে। একেদৰে শনি গ্ৰহৰ চন্দ্ৰগ্ৰহণেও মানৱ জীৱনকে ধৰি ১২টা ৰাশিৰ আটাইকেইটা ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব।

জ্যোতিষৰ হিচাপ অনুসৰি ৫ ৰাশিৰ লোকক আটাইতকৈ বেছি প্ৰভাৱিত কৰিব ৷ সেই ৰাশি কেইবিধ হৈছে- কুম্ভ, মকৰ, মীন, কৰ্কট আৰু বৃশ্চিক ৰাশিৰ লোক। এই ৰাশিৰ লোকসকলে আৰ্থিকভাৱে সাৱধান হোৱাটো প্ৰয়োজন।

এই বিৰল দৃশ্য ভাৰতৰ চুবুৰীয়া দেশসমূহতো দেখা যাব য’ত শ্ৰীলংকা আৰু চীন অন্তৰ্ভুক্ত। বিশেষজ্ঞসকলৰ মতে, অক্টোবৰ মাহত পুনৰ এবাৰ দেখা যাব একেধৰণৰ দৃশ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Lunar EclipseSani GrahaSani Graha Lunar Eclipse
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!
বিনোদন

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

May 27, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

May 27, 2026
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!
জীৱনশৈলী

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

May 27, 2026
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ
জীৱনশৈলী

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

May 27, 2026
Next Post
কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা, এই পৰ্যন্ত ১৩ নিহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা, এই পৰ্যন্ত ১৩ নিহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

সূৰ্য গ্ৰহই কৰিব নক্ষত্ৰ পৰিৱৰ্তন, ভাগ্য উজলি উঠিব ৩ ৰাশিৰ লোকৰ

সূৰ্য গ্ৰহই কৰিব নক্ষত্ৰ পৰিৱৰ্তন, ভাগ্য উজলি উঠিব ৩ ৰাশিৰ লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.