• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা, এই পৰ্যন্ত ১৩ নিহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা, এই পৰ্যন্ত ১৩ নিহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

2 years ago
এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

36 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

1 hour ago
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

2 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

3 hours ago
হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

হাতলৈ অহা নাই ধন আৰু পৰিয়ালত অশান্তি, তেন্তে ঘৰত ৰাখক এইবিধ সামগ্ৰী!

3 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

কেনে যাব আজি আপোনাৰ দিনটো? পঢ়ক দৈনিক ৰাশিফল

4 hours ago
সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

সফল হ’বলৈ গৈ বাৰে বাৰে থমকি ৰ’ব লগা হৈছে? জীৱনত এই তিনিটা দিশত নজৰ দিবই

14 hours ago
এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

এই ৫টা কাৰণতেই স্বামীৰ প্ৰতি আকৰ্ষণ হেৰুৱাই এগৰাকী পত্নীয়ে, কি এই পাঁচ কাৰণ?

14 hours ago
যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

যৌ*তা অতীত, একে ছাদৰ তলত থাকিও পৃথকে থাকে প্ৰায়সংখ্যকেই, ক্ৰমশ বাঢ়ি অহা শ্লিপ ডিভোৰ্ছ প্ৰকৃততে কি?

15 hours ago
ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

ইমপষ্টাৰ চিনড্ৰোমত আক্ৰান্ত কিং কোহলী! কিমান বিপজ্জনক এই ৰোগ? প্ৰতিকাৰৰ উপায় কি?

15 hours ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

16 hours ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা, এই পৰ্যন্ত ১৩ নিহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

editor by editor
July 24, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা, এই পৰ্যন্ত ১৩ নিহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাঠমাণ্ডুত ভয়ংকৰ বিমান দুৰ্ঘটনা, এই পৰ্যন্ত ১৩ নিহত, মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

নেপালত সংঘটিত হৈছে এক বৃহৎ অঘটন। নেপালৰ ৰাজধানী কাঠমাণ্ডুত দুৰ্ঘটনাগ্ৰস্ত হয় এখন বিমান। সূৰ্য এয়াৰ লাইনছ নামৰ এটা ব্যক্তিগত খণ্ডৰ বিমান দুৰ্ঘটনাগ্ৰস্থ। এই পৰ্যন্ত ১৩ জন লোকে দুৰ্ঘটনাটো প্ৰাণ হেৰুওৱা বুজি জানিব পৰা গৈছে।

জানিব পৰা মতে, সূৰ্য্য এয়াৰলাইন্সৰ এই বিমানখনত যাত্ৰাৰ সময়ত ১৯ জন লোক আছিল। এই পৰ্যন্ত ১৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উৰা মাৰিবলৈ লওতে এই বিমানখন দুৰ্ঘটনাত পতিত হৈ অগ্নিকাণ্ড সংঘটিত হয়। আজি পুৱা ১১ মান বজাত এই ঘটনা সংঘটিত হৈছে।

https://x.com/abhishekjha157/status/1815991457053921362

বৰ্তমান সময়ত উদ্ধাৰৰ কামৰ বাবে সেই স্থানত উদ্ধাৰকাৰী দল উপস্থিত থাকে। এই বিমান দুৰ্ঘটনাত বহুতৰে মৃত্যু হোৱাৰ আশংকা। এই বিমানখন কাঠমাণ্ডুৰ পৰা পোখাৰালৈ উৰা মাৰিছিল। উৰা মৰাৰ পাছতে দুৰ্ঘটনাটোৰ পিছতে বিমানখনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।

নেপাল চৰকাৰে সাহায্য আৰু উদ্ধাৰ কামৰ বাবে সেই স্থানলৈ সেনা জোৱান প্ৰেৰণ কৰিছে। চিকিৎসা আৰু সেনা জোৱানৰ দল সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!
বিনোদন

এফালে স্তনৰ ছবি আনফালে দেৱালত হাত যুৱকৰ, খঙত অভিনেত্ৰীয়ে কৰিলে এই কাম!

May 27, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

May 27, 2026
প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!
জীৱনশৈলী

প্ৰেম নহয়, পত্নীয়ে স্বামীৰ পৰা বেছিকৈ বিচাৰে এইবিধ বস্তু!

May 27, 2026
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ
জীৱনশৈলী

অত্যাধিক মৰমে ধ্বংস কৰে সংসাৰ! এই ৫ টিপছেৰে সংগীক ৰাখক নিজৰ কাষত

May 27, 2026
Next Post
সূৰ্য গ্ৰহই কৰিব নক্ষত্ৰ পৰিৱৰ্তন, ভাগ্য উজলি উঠিব ৩ ৰাশিৰ লোকৰ

সূৰ্য গ্ৰহই কৰিব নক্ষত্ৰ পৰিৱৰ্তন, ভাগ্য উজলি উঠিব ৩ ৰাশিৰ লোকৰ

সাৱধান টেফ্ল’ন ফ্লু নামে বাচন বৰ্তনৰ পৰাও বিয়পি আছে ৰোগ, নজনাকৈয়ে বহু আক্ৰান্ত

সাৱধান টেফ্ল'ন ফ্লু নামে বাচন বৰ্তনৰ পৰাও বিয়পি আছে ৰোগ, নজনাকৈয়ে বহু আক্ৰান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.