• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেওবাৰে ভুলতো নিপিন্ধিব এই ৰঙৰ পোছাক, ৰুষ্ট হ’ব সূৰ্যদেৱ! জীৱনলৈ নামিব অন্ধকাৰ

দেওবাৰে ভুলতো নিপিন্ধিব এই ৰঙৰ পোছাক, ৰুষ্ট হ’ব সূৰ্যদেৱ! জীৱনলৈ নামিব অন্ধকাৰ

2 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 hour ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

2 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

2 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

3 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

3 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

4 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

5 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

5 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

6 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

6 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

7 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেওবাৰে ভুলতো নিপিন্ধিব এই ৰঙৰ পোছাক, ৰুষ্ট হ’ব সূৰ্যদেৱ! জীৱনলৈ নামিব অন্ধকাৰ

দেওবাৰে ভুলতো নিপিন্ধিব এই ৰঙৰ পোছাক, ৰুষ্ট হ’ব সূৰ্যদেৱ! জীৱনলৈ নামিব অন্ধকাৰ

editor by editor
July 27, 2024
in জীৱনশৈলী, ভাৰত
0
দেওবাৰে ভুলতো নিপিন্ধিব এই ৰঙৰ পোছাক, ৰুষ্ট হ’ব সূৰ্যদেৱ! জীৱনলৈ নামিব অন্ধকাৰ
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্ম অনুসৰি সপ্তাহৰ এটা এটা দিন এজন এজন দেৱতাৰ উদ্দেশ্যে নিবেদিত৷ সেই হিচাপত দেওবাৰ হৈছে সূৰ্য দেৱৰ দিন৷ দেওবাৰে সূৰ্য দেৱক তুষ্ট কৰিলে তেওঁৰ আশীৰ্বাদত আপোনাৰ দিন শুভ হৈ পৰে৷ সূৰ্যৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে সেয়ে দেওবাৰৰ দিনটোত সূৰ্যদেৱক অৰ্ঘ দিয়াৰ ৰীতি প্ৰচলিত আছে৷ সূৰ্যোদয়ৰ সময়ত সূৰ্য দৰ্শন কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়৷ ইয়াৰোপৰি জ্যোতিষশাস্ত্ৰত আৰু এটি বিষয় উল্লেখ আছে৷ ইয়াৰ মাজতেই দৈশে দেওবাৰৰ সঠিক ৰঙৰ পোছাক বাচনি৷ জানি থওক দেওবাৰে কি কি ৰঙৰ পোছাক পিন্ধিব নালাগে৷

দেওবাৰে ক’লা পোছাক নিপিন্ধিব

জ্যোতিষবিদে জনোৱা অনুসৰি দেওবাৰ ক’লা ৰঙৰ পোছাক পিন্ধাটো অত্যন্ত অশুভ৷ দেওবাৰে ক’লা ৰঙৰ পোছাক পিন্ধিলে তাৰ ক্ষতিকৰ প্ৰভাৱ আমাৰ জীৱনত পৰিব পাৰে৷ দেওবাৰে ক’লা ৰঙৰ পোছাক এৰাই চলাৰ প্রধান কাৰণ হৈছে শনিৰ ৰং কলা৷ শনি আৰু সূৰ্য সম্পৰ্কত পিতা পুত্ৰ হ’লেও দুয়োৰে সম্পৰ্ক ভাল নহয়৷ শনি আৰু সূৰ্য হৈছে পৰস্পৰৰ শসত্ৰু গ্ৰহ৷ সেয়ে দেওবাৰে সূৰ্যৰ দিনত শনিৰ প্ৰিয় ৰং কলা পোছাক পৰিধান নকৰাটোৱেই শুভ৷

ক’লা ৰঙৰ অশুভ প্ৰভাৱ

জ্যোতিষ অনুসৰি ক’লা গ্ৰহ অৰ্থাৎ শনি হৈছে গৰম আৰু ৰুক্ষ গ্ৰহ৷ সূৰ্যদেৱ হৈছে পোহৰ আৰু উত্তাপৰ পৃথিৱীক শক্তি প্ৰদান কৰা নক্ষত্ৰ৷ সেয়ে সূৰ্যৰ দিনটোত অন্ধকাৰ হৈ ফুৰিলে কোষ্ঠীত অশুভ প্ৰভাৱ পৰে৷

জন্মছকত গ্ৰহৰ দুৰ্বল অৱস্থান

সূৰ্যৰ ৰং হৈছে ৰঙা অথৱা সোনালী৷ এই ৰং নতুন শক্তিৰ প্ৰতীকো৷ সেয়ে দেওবাৰে ক’লা ৰং পিন্ধিলে সূৰ্যদেৱ কূপিত হ’ব পাৰে৷ ইয়াৰ ফলত আপোনাৰ জন্মছকত সূৰ্যৰ অৱস্থান দূৰ্বল হৈ পৰে৷ ইয়াৰ প্ৰভাৱত জাতকৰ মাজত আত্মবিশ্বাসৰ অভাৱে দেখা দিয়ে৷ জীৱনত টেনশ্ব্যন বাঢ়ে৷ দেওবাৰে ক’লা পোছাক এৰাই চলক৷

ৰাহুৰ অশুভ দশা

ক’লা ৰং হৈছে নিগেটিভিটিৰ প্ৰতীক৷ ছায়া গ্ৰহ ৰাহুও ক’লা ৰঙৰ সৈতে সম্পৰ্কযুক্ত৷ ৰাহু আৰু সূৰ্য পৰস্পৰৰ শত্ৰু গ্ৰহ৷ এই পৰিস্থিতিত দেওবাৰে ক’লা ৰং পৰিধান কৰিলে আপোনাৰ জীৱনত নানান সমস্যাই দেখা দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
Next Post
কেনেকৈ জন্ম হৈছিল শিৱৰ? কিয় শিৱক দেখি মূৰ্চা গৈছিল পাৰ্বতীৰ মাতৃ মেনকা?

কেনেকৈ জন্ম হৈছিল শিৱৰ? কিয় শিৱক দেখি মূৰ্চা গৈছিল পাৰ্বতীৰ মাতৃ মেনকা?

মীৰাবাঈ সাঁজু, পেৰিছ অলিম্পিকত মীৰাৰ দৃষ্টি কেৱল সোণত, মীৰাৰ এই যাত্ৰাত আপুনিও জনাওক শুভেচ্ছা

মীৰাবাঈ সাঁজু, পেৰিছ অলিম্পিকত মীৰাৰ দৃষ্টি কেৱল সোণত, মীৰাৰ এই যাত্ৰাত আপুনিও জনাওক শুভেচ্ছা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.