• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ শাওন মাহৰ অমাৱস্যা, এই হৰিয়ালী অমাৱস্যাত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

তাজমহলৰ ভিতৰত গংগা পানী…? চাওক ভিডিঅ’

2 years ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

8 minutes ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

55 minutes ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

2 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

3 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

4 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

5 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

6 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

23 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

23 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

24 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তাজমহলৰ ভিতৰত গংগা পানী…? চাওক ভিডিঅ’

editor by editor
August 3, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
কাইলৈ শাওন মাহৰ অমাৱস্যা, এই হৰিয়ালী অমাৱস্যাত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাজমহলৰ ভিতৰত গংগা পানী…? চাওক ভিডিঅ’

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, তাজমহলৰ ভিতৰত গংগাজল । উত্তৰ প্ৰদেশৰ আগ্ৰাৰ তাজমহলৰ ভিতৰত গংগা পানী ঢালিলে দুই যুৱকে। শনিবাৰে শাওন মাহ বুলি দুজন যুৱকে গংগা পানী আগবঢ়াবলৈ তাজমহলত উপস্থিত হয়।

দুয়োজন যুৱকে মূল সমাধিস্থলত অৱস্থিত বেছমেণ্টৰ দুৱাৰত গংগা পানী আগবঢ়ায়। যুৱকজনৰ ভিডিঅ’ও পোহৰলৈ আহিছে। অখিল ভাৰত হিন্দু মহাসভাই দাবী কৰিছে যে সেয়া তাজমহল নহয়, তেজোমহালয়া শিৱ মন্দিৰ হয়, সেয়ে তাত গংগা পানী আগবঢ়োৱা হৈছে। গংগা পানী আগবঢ়োৱাৰ ভিডিঅ’ বৰ্তমানে ভাইৰেল হৈ পৰে।

এই ক্ষেত্ৰত আৰক্ষী উপ আয়ুক্ত সুৰজ ৰাইয়ে কয় যে তাজমহল পৰিদৰ্শন কৰিবলৈ অহা দুজন যুৱকে এটা বটলৰ পৰা তাজমহলৰ ভিতৰত পানী ঢালি দিছিল। এই কাৰ্য দেখি যুৱকজনক চি আই এছ এফে আটক কৰে। এই ক্ষেত্ৰত তাজগঞ্জত এজাহাৰ দিয়া হৈছে। অভিযোগৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই বিষয়ত অখিল ভাৰত হিন্দু মহাসভাৰ মুখপাত্ৰ সঞ্জয় জাটে কয় যে মহাসভাৰ দুজন বব্বৰ শ্বেৰ বিনেশ চৌধাৰী আৰু শ্যামে তেজ মহালয়াত গংগা পানী আগবঢ়াইছে। এয়া আমাৰ জন্মগত অধিকাৰ। এইটো তাজমহল নহয়, এয়া তেজমহল, য’ত ভৱিষ্যতেও আমি কানৱাদ কঢ়িয়াই লৈ যাম আৰু ভগৱান শিৱক গংগা পানীৰে অভিষেক কৰি যাম।

https://x.com/Live_Hindustan/status/1819591405062193163

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AgraGanga Jalindiasocial mediaTaj Mahalviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!
বিনোদন

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

October 20, 2026
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ
বাণিজ্য

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

October 20, 2026
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ
বাণিজ্য

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

October 20, 2026
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

October 20, 2026
Next Post
৬ ছেপ্টেম্বৰলৈ সাৱধান এই ৰাশিৰ লোক, মংগল গ্ৰহৰ দুগুণ গতিৰ বাবে বৃদ্ধি পাব সমস্যা

৬ ছেপ্টেম্বৰলৈ সাৱধান এই ৰাশিৰ লোক, মংগল গ্ৰহৰ দুগুণ গতিৰ বাবে বৃদ্ধি পাব সমস্যা

৫০০ বছৰীয়া এটা পুৰণি অলৌকিক মন্দিৰ, য’ৰ পৰা নিতৌ নিশা শুনিবলৈ পোৱা যায় বাঁহীৰ ধ্বনি

৫০০ বছৰীয়া এটা পুৰণি অলৌকিক মন্দিৰ, য'ৰ পৰা নিতৌ নিশা শুনিবলৈ পোৱা যায় বাঁহীৰ ধ্বনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.