• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাযুদ্ধ নিশ্চিত! হিজবুল্লাহৰ দাবী – ইজৰাইলৰ ওপৰত পুনৰ ৫০টা ৰকেট নিক্ষেপ

মহাযুদ্ধ নিশ্চিত! হিজবুল্লাহৰ দাবী – ইজৰাইলৰ ওপৰত পুনৰ ৫০টা ৰকেট নিক্ষেপ

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

9 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

10 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

11 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

12 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

12 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

13 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

13 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

15 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

15 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

16 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মহাযুদ্ধ নিশ্চিত! হিজবুল্লাহৰ দাবী – ইজৰাইলৰ ওপৰত পুনৰ ৫০টা ৰকেট নিক্ষেপ

editor by editor
August 4, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
মহাযুদ্ধ নিশ্চিত! হিজবুল্লাহৰ দাবী – ইজৰাইলৰ ওপৰত পুনৰ ৫০টা ৰকেট নিক্ষেপ
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাযুদ্ধ নিশ্চিত! হিজবুল্লাহৰ দাবী – ইজৰাইলৰ ওপৰত পুনৰ ৫০টা ৰকেট নিক্ষেপ

পশ্চিম এছিয়াত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে উত্তেজনা। শেহতীয়াকৈ হামাছৰ নেতা ইছমাইল হানিয়াৰ মৃত্যুৰ পিছত হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। হিজবুল্লাই দক্ষিণ লেবাননৰ পৰা ইজৰাইলৰ ফালে প্ৰায় ৫০টা ৰকেট নিক্ষেপ কৰা বুলি দাবী কৰে।

একে সময়তে ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা ভিডিঅ’টোত ইজৰাইলৰ আইৰন ড’ম প্ৰতিৰক্ষা ব্যৱস্থাও এই অঞ্চলত সক্ৰিয় হৈ থকা দেখা গৈছে। অৱশ্যে এই আক্ৰমণত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱা নাই।

ইয়াৰ পূৰ্বে শনিবাৰে ইজৰাইলে গাজাত স্থানচ্যুত লোকক আশ্ৰয় দিয়া এখন বিদ্যালয়ত বিমান আক্ৰমণত ১৫ জন পেলেষ্টাইনী লোকৰ মৃত্যু হৈছিল। হামাছৰ দাবী অনুসৰি ইজৰাইলে হামাছৰ অধীনস্থ পশ্চিম পাৰতো দুটাকৈ আক্ৰমণ চলাইছিল, য’ত স্থানীয় সেনাপতিকে ধৰি ৯ জন উগ্ৰপন্থী নিহত হৈছিল।

ইৰাণ আৰু ইয়াৰ মিত্ৰ ৰাষ্ট্ৰ হামাছ আৰু হিজবুল্লাই নিজৰ নেতাসকলক হত্যা কৰাৰ প্ৰতিশোধ হিচাপে পুনৰ যুদ্ধ সক্ৰিয় হৈ পৰিছে। ইজৰাইলৰ এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হোৱাৰ ফলত অঞ্চলটোত যুদ্ধৰ আশংকা বৃদ্ধি পাইছে। ইজৰাইলৰ মিত্ৰ ৰাষ্ট্ৰ আমেৰিকাই এই অঞ্চললৈ যুদ্ধ জাহাজ আৰু যুদ্ধ বিমান প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে পশ্চিমীয়া দেশসমূহৰ চৰকাৰে নিজৰ নাগৰিকসকলক লেবানন এৰি যাবলৈ আহ্বান জনাইছে। য’ত ইৰাণৰ দ্বাৰা সমৰ্থিত শক্তিশালী হিজবুল্লাহ আন্দোলনৰ ভিত্তি আছে। বহু বিমান সংস্থাই বাতিল কৰিছে লেবাননলৈ বিমান সেৱা।

উল্লেখ্য যে, ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। এই আক্ৰমণত ১২০০ লোক নিহত হোৱাৰ লগতে ২৫০ জন লোকক অপহৰণ কৰা হৈছিল। ইয়াৰ পিছত ইজৰাইলে গাজাত প্ৰতিশোধ লয়। গাজা ষ্ট্ৰিপৰ স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, গাজাত ইজৰাইলৰ সামৰিক অভিযানত এতিয়ালৈকে কমেও ৩৯,৫৫০জন পেলেষ্টাইনী লোক নিহত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 3rd World WarHezbollahiranisraelRocket AttackWorld War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

পৰাজয়ৰ ভয়ে খেদি ফুৰিছে নেকি ট্ৰাম্পক! সমুখত কমলা হেৰিছ, তৰ্কৰ প্ৰত্যাহ্বান নাকচ ট্ৰাম্পৰ

পৰাজয়ৰ ভয়ে খেদি ফুৰিছে নেকি ট্ৰাম্পক! সমুখত কমলা হেৰিছ, তৰ্কৰ প্ৰত্যাহ্বান নাকচ ট্ৰাম্পৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.