• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিনে ৭-৮ গ্লাছ গাখীৰ খাইছিলো… এই অভ্যাসৰ বাবে শৰীৰত কি সমস্যাই দেখা দিছে ববি দেওলৰ?

দিনে ৭-৮ গ্লাছ গাখীৰ খাইছিলো… এই অভ্যাসৰ বাবে শৰীৰত কি সমস্যাই দেখা দিছে ববি দেওলৰ?

2 years ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

16 minutes ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

8 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

9 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

9 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

9 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

9 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

জুবিন গাৰ্গৰ ন্যায় আৰু হাজাৰটা প্ৰশ্ন! প্ৰকৃততে ১৯ ছেপ্টেম্বৰত কি হৈছিল জুবিনৰ সৈতে?

10 hours ago
গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

গাঁঠিৰ বিষ বা মেদবহুলতা এয়া ইউৰিক এচিডৰ লক্ষণ নেকি?

10 hours ago
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

11 hours ago
পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ, ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড

12 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

13 hours ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিনে ৭-৮ গ্লাছ গাখীৰ খাইছিলো… এই অভ্যাসৰ বাবে শৰীৰত কি সমস্যাই দেখা দিছে ববি দেওলৰ?

দিনে ৭-৮ গ্লাছ গাখীৰ খাইছিলো... এই অভ্যাসৰ বাবে শৰীৰত কি সমস্যাই দেখা দিছে ববি দেওলৰ?

editor by editor
August 5, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত
0
দিনে ৭-৮ গ্লাছ গাখীৰ খাইছিলো… এই অভ্যাসৰ বাবে শৰীৰত কি সমস্যাই দেখা দিছে ববি দেওলৰ?
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত বছৰ এনিমেল ছবিৰ জৰিয়তে আকৌ এবাৰ চৰ্চাত আহিছে ববি দেওল৷ বহুতেই কৈছে, ‘কেৰিয়াৰৰ নতুন ইনিংছ আৰম্ভ কৰাত আকৌ সহায় কৰিছে সন্দীপ ৰেড্ডিৰ এনিমেলে৷ ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি নজৰ কাঢ়িছে ববিয়ে৷ আকৌ এবাৰ ডাঙৰ পৰ্দাত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি দৃষ্টি কাঢ়িছে ধৰ্মেন্দ্ৰ পুত্ৰই৷ পাঞ্জাৱী পৰিয়ালৰ সন্তান ববি৷ সম্প্ৰতি এক সাক্ষাৎতকাৰত নিজৰ খাদ্যভ্যাসক লৈ আলোচনা কৰা দেখা গৈছে ববি দেওলক৷

সাক্ষাৎকাৰত ববি দেওলে কয়, ‘অত্যধিক গাখীৰ খোৱাৰ বাবে পেটৰ সমস্যা আৰম্ভ হৈছিল৷ মই এসময়ত বহুত গাখীৰ খাইছিলো৷ প্ৰতিদিনে অন্তত ৭ৰ পৰা ৮গ্লাছকৈ গাখীৰ খাইছিলো৷ এতিয়া বুজিব পাৰিছো মোৰ কিয় হজমজনিত সমস্যা আৰম্ভ হৈছে৷ বেছি গাখীৰ খোৱাৰ বাবে মই আগতে সকলোসময়তে ডাঙৰ গ্লাছ বিচাৰিছিলো৷ মোৰ পিতৃয়ে সেয়ে মোক এটা গ্লাছেই উপহাৰত দিছিল৷ পৰবৰ্তী সময়ত সেই গ্লাছতেই মই গাখীৰ খাওঁ৷’ কিন্তু এতিয়া নিজৰ অভ্যাস সলনি কৰিছে অভিনেতাজনে৷ এদিনত মই মাত্ৰ তিনি গ্লাছমানহে গাখীৰ খাওঁ৷

অতিৰিক্ত গাখীৰ খালে কি ক্ষতি হয় শৰীৰৰ?

১. গাখীৰত থকা লেক্টজ হজম হওতে বাধা আহে৷ যদি অতিৰিক্ত গাখীৰ খাই তেন্তে বদহজমৰ সমস্যা হয়, গেছ, পেটৰ বিষৰ দৰে সমস্যা হ’ব পাৰে৷

২. একাপ গাখীৰত প্ৰায় ১৮০ কেলাৰি থাকে৷ খুব বেছি মাত্ৰাত গাখীৰ খালে বিশেষকৈ ফুল ফেট গাখীৰ খালে ওজন বৃদ্ধি হয়৷

৩. ফুল ফেট গাখীৰত ছেচুৰেটেড ফেটৰ পৰিমাণ বহু বেছি থাকে৷ এই ফেট বেছি মাত্ৰাত শৰীৰত জমা হ’লে কলষ্টেৰলৰ মাত্ৰা বাঢ়ি যায়৷

৪. ডায়বেটিছৰ ক্ষেত্ৰত অতিৰিক্ত গাখীৰ খোৱাটো স্বাস্থ্যকৰ নহয়৷ গাখীৰৰ কাৰণে ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?
জীৱনশৈলী

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

September 12, 2026
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!
জীৱনশৈলী

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

September 11, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

September 11, 2026
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক
জীৱনশৈলী

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

September 11, 2026
Next Post
দৈনিক ৰাশিফল- আজি শাওনৰ শুক্লা দ্বিতীয়া, শিৱ-পাৰ্বতীৰ লগতে হনুমানৰ বিশেষ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত

দৈনিক ৰাশিফল- আজি শাওনৰ শুক্লা দ্বিতীয়া, শিৱ-পাৰ্বতীৰ লগতে হনুমানৰ বিশেষ আশীৰ্বাদ ৫ৰাশিৰ ওপৰত

গুৱাহাটী মহানগৰীত আজি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, কালিৰ ধাৰাসাৰ বৰষুণত মহাসাগৰত পৰিণত মহানগৰৰ

গুৱাহাটী মহানগৰীত আজি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, কালিৰ ধাৰাসাৰ বৰষুণত মহাসাগৰত পৰিণত মহানগৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.