• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেৰিছ অলিম্পিকৰ সামৰণি, কোন দেশে পালে সৰ্বাধিক সোণ, কোন শীৰ্ষত, ভাৰতৰ স্থান কিমান

পেৰিছ অলিম্পিকৰ সামৰণি, কোন দেশে পালে সৰ্বাধিক সোণ, কোন শীৰ্ষত, ভাৰতৰ স্থান কিমান

2 years ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

10 minutes ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

54 minutes ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

2 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

3 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

4 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

5 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

17 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

17 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

18 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

18 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

18 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পেৰিছ অলিম্পিকৰ সামৰণি, কোন দেশে পালে সৰ্বাধিক সোণ, কোন শীৰ্ষত, ভাৰতৰ স্থান কিমান

editor by editor
August 12, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পেৰিছ অলিম্পিকৰ সামৰণি, কোন দেশে পালে সৰ্বাধিক সোণ, কোন শীৰ্ষত, ভাৰতৰ স্থান কিমান
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পেৰিছ অলিম্পিকৰ সামৰণি, কোন দেশে পালে সৰ্বাধিক সোণ, কোন শীৰ্ষত, ভাৰতৰ স্থান কিমান

১১ আগষ্ট দেওবাৰে বিশ্ব ক্ৰীড়া মহোৎসৱৰ সামৰণি পৰে। নিশা বৰ্ণিল অনুষ্ঠানেৰে এইবাৰৰ অলিম্পিকৰ সামৰণি অনুষ্ঠানো আয়োজিত কৰা হয়। এইবাৰৰ অলিম্পিক ভাৰতৰ বাবে যথেষ্ট মিশ্ৰিত আছিল। ভাৰতৰ জোলোঙালৈ মুঠ ৬টা পদক আহে। পেৰিছে আয়োজন কৰা অলিম্পিক ২৬ জুলাইৰ পৰা আৰম্ভ হৈ কালি ১১ আগষ্টত সামৰণি পৰে।

ফ্ৰান্সৰ ষ্টেড ডি ফ্ৰান্স ষ্টেডিয়ামত অনুষ্ঠিত হয় পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান। এইখন ফ্ৰান্সৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম। এই অনুষ্ঠানত বহু শিল্পীয়ে যাদু সৃষ্টি কৰি সকলোকে মনোৰঞ্জন দিয়ে। এই সামৰণি অনুষ্ঠানৰ অংশ আছিল হলিউডৰ বিখ্যাত অভিনেতা টম ক্ৰুজ।

এই অনুষ্ঠানত পেৰেডৰো আয়োজন কৰা হয়, য’ত সকলো খেলুৱৈয়ে নিজ নিজ দেশৰ পতাকা লৈ সদলত ভাগ লয়। এই সমদলত ভাৰতৰ হকী দলৰ গ’লৰক্ষক পি আৰ শ্ৰীজেশ আৰু শ্বুটাৰ মনু ভাকৰ পতাকাবাহী হিচাপে উপস্থিত থাকে।

পাছে এইবাৰৰ অলিম্পিকৰ সৰ্বাধিক সোণ কোন দেশে লাভ কৰে বুলি কবলৈ গ’লে দুখন দেশে সমানে সোণ লাভ কৰে। ইউনাইটেড ষ্টেট আৰু আমেৰিকাই সমানে ৪০ টাকৈ সোণ লাভ কৰি ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানেৰে পেৰিছ অলিম্পিকৰ সামৰণি মাৰে। সমান্তৰালকৈ ২০ টা সোণেৰে জাপানে তৃতীয়ত থাকে।

ইউনাইটেড ষ্টেটে ৪০ টা সোণ, ৪৪ টা ৰূপ আৰু ৪২ টা ব্ৰঞ্জ মেডেলৰ সৈতে মুঠ ১২ টা পদক লাভ কৰি পদক তালিকাৰ শীৰ্ষত থাকে। চীনে ৪০ টা সোণ, ২৭ টা ৰূপ আৰু ২৪ টা ব্ৰঞ্জৰ সৈতে মুঠ ৯১ টা পদক লাভেৰে দ্বিতীয়ত।

এইবাৰৰ পেৰিছ অলিম্পিকৰ পদক তালিকাত ভাৰতে ১ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকৰ সৈতে ৭১ সংখ্যক স্থানত থাকে। অৱশ্যে ১৩ তাৰিখ বিনেশৰ পদক সিদ্ধান্তৰ অন্তত যদি ৰূপ লাভ কৰে তেন্তে ভাৰত পদক তালিকাৰ ৬১ সংখ্যক স্থানলৈ উন্নীত হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiaMedalolympicOlympic 2024Peris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো
বিনোদন

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

June 15, 2026
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা
বিশ্ব

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

June 15, 2026
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা
বিনোদন

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

June 15, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
Next Post
পুনৰ ব’ল বমৰ শোকাৱহ ঘটনা, এইবাৰ পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে ৭ জনকৈ লোকে, নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

পুনৰ ব'ল বমৰ শোকাৱহ ঘটনা, এইবাৰ পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে ৭ জনকৈ লোকে, নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা

বাংলাদেশৰ ৰাজনীতিক লৈ চাঞ্চল্যকৰ মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদৰ, অনতি পলমে নিৰ্বাচন ন’হলে দেশ শেষ

বাংলাদেশৰ ৰাজনীতিক লৈ চাঞ্চল্যকৰ মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদৰ, অনতি পলমে নিৰ্বাচন ন'হলে দেশ শেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.