• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশৰ ৰাজনীতিক লৈ চাঞ্চল্যকৰ মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদৰ, অনতি পলমে নিৰ্বাচন ন’হলে দেশ শেষ

বাংলাদেশৰ ৰাজনীতিক লৈ চাঞ্চল্যকৰ মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদৰ, অনতি পলমে নিৰ্বাচন ন’হলে দেশ শেষ

2 years ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

7 minutes ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

54 minutes ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

18 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

18 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

19 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

20 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

20 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

21 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

22 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

22 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

23 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বাংলাদেশৰ ৰাজনীতিক লৈ চাঞ্চল্যকৰ মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদৰ, অনতি পলমে নিৰ্বাচন ন’হলে দেশ শেষ

editor by editor
August 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাংলাদেশৰ ৰাজনীতিক লৈ চাঞ্চল্যকৰ মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদৰ, অনতি পলমে নিৰ্বাচন ন’হলে দেশ শেষ
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশৰ ৰাজনীতিক লৈ চাঞ্চল্যকৰ মন্তব্য শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদৰ, অনতি পলমে নিৰ্বাচন ন’হলে দেশ শেষ

অশান্ত বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পিছত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ আহে। ইয়াৰ পিছতে নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। পাছে এতিয়াও দেশখনত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈয়ে আছে। ইফালে শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে ভাৰতক ধন্যবাদ জনাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক ডাঙৰ সতৰ্কবাণী দিয়ে।

ৱাশ্বিংটন ডি চিৰ পৰা ভাষণ দি ছাজিব ৱাজেদে ভাৰতক মাতৃৰ জীৱন ৰক্ষা কৰাৰ বাবে ধন্যবাদ জনায়। ইফালে অন্তৱৰ্তীকালীন চৰকাৰে ম’ক্ৰেচিৰ অনুমতি দিয়াৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ মাজতে তেওঁ আল্টিমেটাম দিলে যে বাংলাদেশত যদি সোনকালে নিৰ্বাচন অনুষ্ঠিত নহয়, তেন্তে অৰাজকতাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। দেশ শেষ হৈ যাব। উল্লেখ যে, পূৰ্বেও ছাজিব ৱাজেদে কৈছিল যে গণতন্ত্ৰ পুনৰুদ্ধাৰ হোৱাৰ পিছত শ্বেখ হাছিনা নিজৰ দেশলৈ ঘূৰি যাব।

বৰ্তমান বাংলাদেশত এখন অন্তৱৰ্তীকালীন চৰকাৰ শাসনত আছে। এনে পৰিস্থিতিত দেশৰ ৰাজনীতিত সেনাবাহিনীৰ অধিক হস্তক্ষেপৰ সম্ভাৱনা আছে। এই সময়ৰ হিংসা আৰু ৰাজনৈতিক অস্থিৰতাক যদি চোৱা হয়, তেন্তে বৰ্তমান সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো সম্ভাৱনা থকা যেন নালাগে। সাধাৰণ নিৰ্বাচন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া যেন লাগে।

ইয়াৰ পূৰ্বে শ্বেখ হাছিনাৰ আনুগত্যবাদী বুলি গণ্য কৰা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানেও শনিবাৰে নিজৰ পদ ত্যাগ কৰে। প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীসকলে উচ্চতম ন্যায়ালয় ঘেৰাও কৰি তেওঁৰ পদত্যাগৰ দাবী জনাইছিল। অন্তৱৰ্তীকালীন চৰকাৰৰ অনুমতি অবিহনে কিয় ওবাইদুল হাছানে ন্যায়াধীশৰ বৈঠক আহ্বান কৰে বুলি প্ৰশ্ন কৰে ছাত্ৰ-ছাত্ৰীসকলে। ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ পৰাত মুখ্য ন্যায়াধীশ পদৰ পৰা পদত্যাগ কৰে ওবাইদুল হাছানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshBangladesh PoliticsSeih Hassina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

May 1, 2026
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
Next Post
মুখামুখি যুদ্ধত ৰোহিত শৰ্মা আৰু বিৰাট কোহলী, ইজনে সিজনৰ বিৰুদ্ধে নামিব খেলপথাৰত

মুখামুখি যুদ্ধত ৰোহিত শৰ্মা আৰু বিৰাট কোহলী, ইজনে সিজনৰ বিৰুদ্ধে নামিব খেলপথাৰত

শুক্ৰৰ ত্ৰিগুণ ট্ৰেনজিটৰ বাবে জিলিকি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য, সন্মানৰ লগতে বৃদ্ধি হ’ব আয়

শুক্ৰৰ ত্ৰিগুণ ট্ৰেনজিটৰ বাবে জিলিকি উঠিব ৩ ৰাশিৰ লোকৰ ভাগ্য, সন্মানৰ লগতে বৃদ্ধি হ'ব আয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.