• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, ভাগ্যৰ দৌৰত আগুৱাই থাকিব এই ৫ৰাশিৰ জাতক

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, ভাগ্যৰ দৌৰত আগুৱাই থাকিব এই ৫ৰাশিৰ জাতক

2 years ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

1 minute ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

42 minutes ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

1 hour ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

2 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

3 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

4 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

5 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

6 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

6 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

7 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, ভাগ্যৰ দৌৰত আগুৱাই থাকিব এই ৫ৰাশিৰ জাতক

কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, ভাগ্যৰ দৌৰত আগুৱাই থাকিব এই ৫ৰাশিৰ জাতক

editor by editor
August 13, 2024
in জীৱনশৈলী
0
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, ভাগ্যৰ দৌৰত আগুৱাই থাকিব এই ৫ৰাশিৰ জাতক
0
SHARES
892
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৪ আগষ্ট ২০২৪ বুধবাৰে চন্দ্ৰই ৰঙা গ্ৰহ মঙলৰ ৰাশি বৃশ্চিকত সমগ্ৰ দিন অৱস্থান কৰিব৷ কাইলৈ শাওন মাহৰ শুক্লপক্ষৰ নৱমী তিথি৷ জ্যোতিষ গণনাই জনাইছে যে কাইলৈ কেইবাটাও শুভ যোগ থাকিব৷ কাইলৈ যি শুভযোগসমূহ থাকিব সেই শুভযোগসমূহ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ, ৰবি যোগ, অমৃত সিদ্ধি যোগ, ইন্দ্ৰ যোগ আৰু বৈধৃতি যোগ৷ সূৰ্য এতিয়া অৱস্থান কৰিছে কৰ্কট ৰাশিত৷ ইয়াৰোপৰি কাইলৈ থাকিব অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈ দিনটোৰ ভাগ্যফল৷

মেষ ৰাশি

কাইলৈ দিনটো ইন্দ্ৰ যোগৰ প্ৰভাৱত শুভ ফলদায়ী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ ইয়াৰ ফলত মনত ভৰপুৰ আনন্দ থাকিব৷ যিসকলে ব্যৱসায় কৰিছে, তেওঁলোকে কামৰ সূত্ৰে কোনো দূৰ ভ্ৰমণলৈ যাব পাৰে৷ কাইলৈ কেৰিয়াৰত ডাঙৰ উন্নতি কৰাৰ যোগ আছে মেষ ৰাশিৰ জাতকৰ৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব৷

কৰ্কট ৰাশি

কাইলৈ গণপতিৰ আশীৰ্বাদত ভাল কিছু ঘটনা ঘটিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনত৷ কোনো সামাজিক অনুষ্ঠানৰ সৈতে আপুনি যুক্ত হ’ব পাৰে৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ চৰকাৰী কৰ্মচাৰীয়ে সন্মান লাভ কৰিব৷ ধৰ্মীয় কামত কাইলৈ আগ্ৰহ বাঢ়িব আপোনাৰ৷ আগন্তুক সময়ত কৰ্কট ৰাশিৰ জাতকৰ মনত শান্তি থাকিব৷

কন্যা ৰাশি

আগন্তুক বুধবাৰে বেছ মজাকৈ দিনটো কটাব কন্যা ৰাশিৰ জাতকৰ৷ সম্পত্তি সংক্ৰান্তিয় কোনো গোচৰ আদালতত চলি থাকিলে কাইলৈ নিষ্পত্তি হ’ব৷ ফলত উত্তৰাধিকাৰ সূত্ৰে কিছু সম্পত্তি লাভ কৰাৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ৷ বাহিৰত কৰোবাত ফুৰিবলৈ যোৱাৰ আলোচনা কৰিব পাৰে৷ কাইলৈ অমৃত সিদ্ধি যোগত বেছ কিছু ধন সঞ্চয় কৰিব পাৰে৷

বৃশ্চিক ৰাশি

কাইলৈ শাওন মাহৰ শেষ বুধবাৰে ৰবি যোগৰ প্ৰভাৱত মনত সুখ আৰু শান্তি বৰ্তি থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্য পূৰ্বৰ তুলনাত ভাল হ’ব৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা চলিলে এইবাৰ দূৰ হ’ব৷ কাইলৈ বুধবাৰে নতুন সম্পত্তি লাভ কৰিব এই ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷

মীন ৰাশি

বুধবাৰে অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত মনত সাহস বাঢ়িব মীন ৰাশিৰ জাতকৰ৷ নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় উত্তম৷ কাৰ্যালয়ত কোনো গুৰুত্বপূৰ্ণ বিষয়ত ছিনিয়ৰ সহকৰ্মীসকলৰ সাহায্য পাব৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰাৰ কথা ভাৱিলে সেই বিষয়ে কথাবাৰ্তা চলিব৷ ঘৰত বিশেষ অতিথি আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক
জীৱনশৈলী

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

July 25, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

July 25, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

July 25, 2026
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে
ভাৰত

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

July 25, 2026
Next Post
‘আন্দোলনৰ নামত নাশকতা, বংগবন্ধুৰ প্ৰতি কৰা অপমানৰ বিচাৰ হ’ব লাগিব…’ দেশ এৰাৰ পাছত প্ৰথমবাৰ মুখ খুলি কি কৈছে হাছিনাই?

‘আন্দোলনৰ নামত নাশকতা, বংগবন্ধুৰ প্ৰতি কৰা অপমানৰ বিচাৰ হ’ব লাগিব...’ দেশ এৰাৰ পাছত প্ৰথমবাৰ মুখ খুলি কি কৈছে হাছিনাই?

নিশ্চিন্তমনে ল’ব পাৰে এই সেৱা! একেবাৰেই কম দাম BSNLৰ এইকেইটা ৰিচাৰ্ছ প্লেনৰ

নিশ্চিন্তমনে ল’ব পাৰে এই সেৱা! একেবাৰেই কম দাম BSNLৰ এইকেইটা ৰিচাৰ্ছ প্লেনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.