• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আন্দোলনৰ নামত নাশকতা, বংগবন্ধুৰ প্ৰতি কৰা অপমানৰ বিচাৰ হ’ব লাগিব…’ দেশ এৰাৰ পাছত প্ৰথমবাৰ মুখ খুলি কি কৈছে হাছিনাই?

‘আন্দোলনৰ নামত নাশকতা, বংগবন্ধুৰ প্ৰতি কৰা অপমানৰ বিচাৰ হ’ব লাগিব…’ দেশ এৰাৰ পাছত প্ৰথমবাৰ মুখ খুলি কি কৈছে হাছিনাই?

2 years ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

45 minutes ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

1 hour ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

2 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

3 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

3 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

4 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

5 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

6 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

7 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

8 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

9 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘আন্দোলনৰ নামত নাশকতা, বংগবন্ধুৰ প্ৰতি কৰা অপমানৰ বিচাৰ হ’ব লাগিব…’ দেশ এৰাৰ পাছত প্ৰথমবাৰ মুখ খুলি কি কৈছে হাছিনাই?

‘আন্দোলনৰ নামত নাশকতা, বংগবন্ধুৰ প্ৰতি কৰা অপমানৰ বিচাৰ হ’ব লাগিব...’ দেশ এৰাৰ পাছত প্ৰথমবাৰ মুখ খুলি কি কৈছে হাছিনাই?

editor by editor
August 13, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি
0
‘আন্দোলনৰ নামত নাশকতা, বংগবন্ধুৰ প্ৰতি কৰা অপমানৰ বিচাৰ হ’ব লাগিব…’ দেশ এৰাৰ পাছত প্ৰথমবাৰ মুখ খুলি কি কৈছে হাছিনাই?
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশ এৰাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে শ্বেখ হাছিনাই৷ বংগবন্ধু মুজিবৰ ৰহমানক চৰম অৱমাননা কৰা হৈছে বুলি বিবৃতিযোগে প্ৰকাশ কৰিছে শ্বেখ হাছিনাই৷ এই বিবৃতিতেই একেলগে মুক্তিযোদ্ধাসকলক কৰা অপমানৰ কথাও প্ৰকাশ কৰিছে হাছিনাই৷ এই অপমানৰ বিচাৰ লাগিব বুলিও জনাইছে সদ্যপ্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই৷

আগন্তুক ১৫ আগষ্টত ধানমাণ্ডিত বংগবন্ধু ভৱনলৈ গৈ পুষ্পমাল্য অৰ্পণ কৰিবলৈ আৱেদন জনাইছে হাছিনাই৷ মঙলবাৰে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰে ১৫ আগষ্টৰ ছুটী বাতিল কৰিছে৷ মুহাম্মদ ইউনূছৰ সভাপতিত্বত হোৱা উপদেষ্টা পৰিষদৰ বৈঠকত এই ছুটী বাতিলৰ সিদ্ধান্ত লোৱা হৈছে৷

বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলোচনাৰ প্ৰেক্ষিতত আৰু ঐক্যমতৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে৷ আৰু এই দিনটোত হাছিনাৰ বক্তব্যক নিজৰ ফেছবুক পোষ্টত জনাইছে শ্বেখ হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জয়ে৷

উল্লেখ্য যে বিগত ৫ আগষ্ট তাৰিখে বাংলাদেশ এৰিছে হাছিনাই৷ সেইদিনাই ভাঙি চুৰমাড় কৰা হৈছে ধানমাণ্ডিত থকা বংগবন্ধু জাদুঘৰ৷ বাংলাদেশ জুৰি ভাঙি চুৰমাড় কৰা হৈছে মুক্তিযুদ্ধাৰ স্মৃতি সম্বলিত বিভিন্ন সৌধ আৰু ভাস্কৰ্য৷ ভাঙি দিয়া হৈছে বংগবন্ধুৰ মূৰ্তি৷ হাছিনাই প্ৰকাশ কৰামতে, যিসকলে বাংলাদেশৰ স্বাধীন জাতি হিচাপে আত্মমৰ্যদা আৰু আত্মপৰিচয় পাইছে তেওঁলোককেই এইসকলে অৱমাননা কৰিছে৷

১৯৭৫ চনৰ ১৫ আগষ্টত সপৰিয়ালে হত্যা কৰা হৈছিল বাংলাদেশৰ জাতিৰ পিতা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানক৷ সেইদিনা কেনেকৈ তেওঁক হত্যা কৰা হৈছিল সেই কথাও বিবৃত্তিত উল্লেখ কৰিছে হাছিনাই৷ ১৯৭৬ চনৰ পৰাই বাংলাদেশত ১৫ আগষ্টৰ দিনটো জাতীয় শোক দিৱস হিচাপে পালন কৰি অহা হৈছে৷ কিন্তু সেই শোক দিৱসৰ ছুটীয়েই বাতিল কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা
জীৱনশৈলী

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

May 1, 2026
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!
বিনোদন

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

May 1, 2026
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

May 1, 2026
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
Next Post
নিশ্চিন্তমনে ল’ব পাৰে এই সেৱা! একেবাৰেই কম দাম BSNLৰ এইকেইটা ৰিচাৰ্ছ প্লেনৰ

নিশ্চিন্তমনে ল’ব পাৰে এই সেৱা! একেবাৰেই কম দাম BSNLৰ এইকেইটা ৰিচাৰ্ছ প্লেনৰ

আহি আছে গণেশ পুজা, ৰাশি অনুযায়ী কি ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব?

আহি আছে গণেশ পুজা, ৰাশি অনুযায়ী কি ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.