• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে গণেশ পুজা, ৰাশি অনুযায়ী কি ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব?

আহি আছে গণেশ পুজা, ৰাশি অনুযায়ী কি ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব?

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

9 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

9 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

10 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

11 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

11 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

12 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

13 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

14 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

15 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

15 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

16 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহি আছে গণেশ পুজা, ৰাশি অনুযায়ী কি ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব?

আহি আছে গণেশ পুজা, ৰাশি অনুযায়ী কি ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব?

editor by editor
August 14, 2024
in জীৱনশৈলী
0
আহি আছে গণেশ পুজা, ৰাশি অনুযায়ী কি ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব?
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গণেশ চতুৰ্থীত প্ৰায় প্ৰত্যেক ঘৰ লোকেই পালন কৰে৷ ঘৰে ঘৰে গণপতি বন্দনাৰ বাবে সকলো সাজু হৈছে৷ ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিত ৰাশি অনুযায়ী গণেশ মূৰ্তিৰ ৰং বেলেগ হয় বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে৷ ৰাশি অনুযায়ী গণেশ চতুৰ্থীত কোন ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰিব জানি থওক৷

মেষ ৰাশিঃ গোলপীয়া কিংবা ৰঙা ৰঙৰ মূৰ্তি ঘৰলৈ আনক৷ এই ৰাশিৰ বাবে গণেশৰ উত্তম ৰং হৈছে গুলপীয়া৷ নিয়ম মানি পূজা কৰিলে জীৱনৰ দুঃখ দৰ্দশা দূৰ হ’ব৷
বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতকৰ বাবে হালধীয়া ৰঙৰ গণেশ মূৰ্তি শুভ৷ এই ৰঙৰ গণেশ মূৰ্তি পূজা কৰিলে জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব৷
মিথুন ৰাশিঃ পাতল সেউজীয়া গণপতি ঘৰলৈ আনিব পাৰে৷ এই গণেশক আৰাধনা কৰিলে জীৱনৰ নেতিবাচক শক্তি, বাধা বিপত্তি দূৰ হ’ব৷
কৰ্কট ৰাশিঃ এই ৰাশিৰ জাতকে গণেশৰ বগা মূৰ্তি পুজা কৰক৷ মতিচুৰৰ লাড্ডু নিবেদন কৰক৷
সিংহ ৰাশিঃ ৰঙা ৰঙৰ গণেশ বিগ্ৰহ পুজা কৰিলে আপোনাৰ জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব৷ ঘৰলৈ সমৃদ্ধি আহিব৷
কন্যা ৰাশিঃ গাঢ় সেউজীয়া ৰঙৰ মূৰ্তি পুজা কৰিলে সুফল পাব৷ পূৰণ হ’ব সমস্ত মনোকামনা৷ কমলা ৰঙৰ ফুল দি পুজা কৰিব৷
তুলা ৰাশিঃ যিকোনো ৰঙৰ গণেশ মুৰ্তিয়ে আনিব পাৰিব এই ৰাশিৰ জাতকে৷
বৃশ্চিক ৰাশিঃ এই ৰাশিৰ জাতকৰ বাবে ৰঙা ৰঙৰ গণেশ মূৰ্তি শুভ৷ এই ৰাশিৰ জাতকে বগা বা হালধীয়া পোছাক পিন্ধোৱা মূৰ্তিও আনিব পাৰে৷
ধনু ৰাশিঃ এই ৰাশিৰ জাতকৰ বাবে কমলা ৰঙৰ গণেশৰ মূৰ্তি বা হালধীয়া ৰঙৰ গণেশৰ মুৰ্তি শুভ৷ সুখ-সমৃদ্ধি বৰ্তি থকাৰ লগতে সৌভাগ্যও আহিব৷
মকৰ ৰাশিঃ গেৰুৱা বা ধূসৰ ৰঙৰ গণেশ প্ৰতিমা পূজা কৰিব৷ অপৰাজিতা ফুল নিবেদন কৰিব৷
কুম্ভ ৰাশিঃ নীলা ৰঙৰ ধুতি পিন্ধোৱা গণেশ মূৰ্তি ঘৰলৈ আনক৷
মীন ৰাশিঃ এই ৰাশিৰ জাতকে হালধীয়া মূৰ্তি ঘৰলৈ আনক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত
জীৱনশৈলী

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

August 16, 2026
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়
জীৱনশৈলী

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

August 16, 2026
Next Post
তিনি ৰাশিক প্ৰৱল সমস্যাত পেলাব বক্ৰী বুধে, দেখা দিব আৰ্থিক সংকটে

তিনি ৰাশিক প্ৰৱল সমস্যাত পেলাব বক্ৰী বুধে, দেখা দিব আৰ্থিক সংকটে

ৰাম জন্মভূমিয়েই সুৰক্ষিত নহয়, ৰামপথ-ভক্তিপথৰ পৰা হেৰাল প্ৰায় ৫০ লাখতকৈ অধিক মূল্যৰ লাইট, প্ৰজেক্টৰ

ৰাম জন্মভূমিয়েই সুৰক্ষিত নহয়, ৰামপথ-ভক্তিপথৰ পৰা হেৰাল প্ৰায় ৫০ লাখতকৈ অধিক মূল্যৰ লাইট, প্ৰজেক্টৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.